• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, May 14, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

নিজামুদ্দিন আতংক : হাজোত আত্মগোপন কৰি থকা দুজন লোকক উদ্ধাৰ

মৃদুল প্ৰীতম ডেকা by মৃদুল প্ৰীতম ডেকা
April 2, 2020 12:51 pm
Untitled
9.8k
VIEWS
Share on FacebookShare on Twitter

দিল্লীত মাৰ্কাজৰ ধৰ্মীয় অনুষ্ঠানত অংশ লৈ অসমলৈ ঘূৰি আহি আত্মগোপন কৰি থকা দুজন লোকক বুধবাৰে নিশা হাজো আৰক্ষী আৰু স্বাস্থ্য কৰ্মীয়ে উদ্ধাৰ কৰিছে।

উত্তৰ প্ৰদেশৰ পৰা আহি অসমৰ ভিন্ন ঠাইত ঘূৰি ফুৰা ৰূপহীহাটৰ মফিদুল ইছলামক হাজোৰ ৩নং মনাহকুছিৰ মছজিদৰ পৰা আৰু বুল্লুটৰ নুৰুল ইছলামক নিজ বাসগৃহৰ পৰা উদ্ধাৰ কৰে।

বৰ্তমান দুয়োগৰাকী লোককে শিঙিমাৰীৰ আদৰ্শ চিকিৎসালয়ৰ আছুতীয়া কক্ষত ভৰ্তি কৰা হৈছে।

জানিব পৰা মতে বুল্লুটৰ নুৰুল ইছলাম দিল্লীৰ নিজামুদ্দিনত তবলিগী জামাতত অংশ লৈ আহি নিজ ঘৰতে আত্মগোপন কৰি আছিল।

হাজো প্ৰশাসনে এই কথা অৱগত হোৱাত ক্ষীপ্ৰতাৰে অভিযান চলাই দুয়োগৰাকীকে উদ্ধাৰ কৰি কোৱাৰেণ্টাইনৰ ব্যৱস্থা কৰে।

ভ্ৰমণসূচী নিৰীক্ষণ কৰিয়ে হাজো প্ৰশাসনে স্বাস্থ্য বিভাগৰ সহযোগত দুয়োজন লোককে উদ্ধাৰ কৰিবলৈ সক্ষম হয় বুলি জানিবলৈ দিয়ে।

উল্লেখ্য যে দিল্লীৰ নিজামুদ্দিনৰ তবলিগী জামাতত অংশ লৈ অসমলৈ ঘূৰি অহা ১৬ জন লোক এই পৰ্যন্ত ক’ৰ’নাত আক্ৰান্ত হৈছে। আজি বিয়লি ভাগলৈ এই সংখ্যা বৃদ্ধি পোৱাৰ যথেষ্ট সম্ভাৱনা আছে।

আনহাতে নিজামুদ্দিনত অংশ লোৱা ২০০ ৰো অধিক লোকক প্ৰশাসনে চিনাক্ত কৰি কোৱাৰেণ্টাইনত ৰাখিছে যদিও এতিয়াও ১০০ ৰো অধিক লোকে আত্মগোপন কৰি থকাৰ কথা ৰাজ্য চৰকাৰে জনায়।

Recent News

শত্ৰুৰ ড্ৰোনৰ অৱস্থা আকাশতে হ’ব তথৈবচ! ভাৰতৰ ‘ভাৰ্গৱস্ত্ৰ’ৰ বাবে কঁপিছে পাকিস্তান

শত্ৰুৰ ড্ৰোনৰ অৱস্থা আকাশতে হ’ব তথৈবচ! ভাৰতৰ ‘ভাৰ্গৱস্ত্ৰ’ৰ বাবে কঁপিছে পাকিস্তান

আৰ্থিক অনিয়মৰ অভিযোগ! সংবাদ প্ৰতিস্থান গুজৰাট সমাচাৰ গ্ৰুপত ইডিৰ অভিযান

আৰ্থিক অনিয়মৰ অভিযোগ! সংবাদ প্ৰতিস্থান গুজৰাট সমাচাৰ গ্ৰুপত ইডিৰ অভিযান

ছ’ফিয়া কুৰেশ্বীৰ ধৰ্মক লৈ মন্তব্য কৰা বিজেপি মন্ত্ৰীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ

ছ’ফিয়া কুৰেশ্বীৰ ধৰ্মক লৈ মন্তব্য কৰা বিজেপি মন্ত্ৰীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ

অসমত ১৫ আগষ্টৰ পৰা কাৰ্যকৰী হ’ব ১০খন নতুন সহ-জিলা!

অসমত ১৫ আগষ্টৰ পৰা কাৰ্যকৰী হ’ব ১০খন নতুন সহ-জিলা!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd