• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, August 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

আকৌ জনগণক মাধমাৰ! : এইবাৰ ক’ৰ’না প্ৰতিৰোধী অস্ত্ৰত চৰকাৰে লগালে ১৮% GST

এন ই নাও নিউজ by এন ই নাও নিউজ
July 16, 2020 6:48 am
Hand-Sanitizer-Feature-Image
1.6k
VIEWS
Share on FacebookShare on Twitter

ক’ৰ’নাতংকৰ মাজতে পুনৰ জনগণৰ মূৰত প্ৰচণ্ড মাৰ শোধাবলৈ লৈছে চৰকাৰে।

এইবাৰ হেণ্ড চেনিটাইজাৰত চৰকাৰে লগাব ১৮ শতাংশ জি এছ টি।

ইয়াৰ ফলত ক’ৰ’না প্ৰতিৰোধী অন্যতম অস্ত্ৰৰূপে বিবেচিত এই হেণ্ড চেনিটাইজাৰৰ মূল্য বৃদ্ধি হোৱাটো নিশ্চিত।

Authority for Advance Rulingএ জনোৱা অনুসৰি বৰ্তমান জনসাধাৰণৰ বাবে অতি প্ৰয়োজনীয় হৈ পৰা হেণ্ড চেনিটাইজাৰত ১৮ শতাংশ জি এছ টি প্ৰয়োগ কৰা হ’ব।

হাইজেনিক প্ৰডাক্ট কেটেগৰীৰ অন্তৰ্ভুক্ত হোৱাৰ বাবে ই অতীৱ প্ৰয়োজনীয় পণ্য হ’লেও জি এছ টিৰ অন্তভুৰ্ক্ত হ’ব।

হেণ্ড চেনিটাইজাৰ জি এছ টিৰ শ্ৰেণীভুক্ত হ’ব নে নহয় তাৰবাবে স্প্ৰিংফিল্ড ইণ্ডিয়া ডিষ্টিলাৰিজ-এ অৰ্থৰিটি ফৰ এডভান্স ৰুলিঙৰ সৈতে যোগাযোগ কৰিছিল।

তাৰবাবে স্প্ৰিংফিল্ড ইণ্ডিয়া ডিষ্টিলাৰিজৰ এক আবেদনৰ উত্তৰত অৰ্থৰিটি ফৰ এডভান্স ৰুলিঙ-এ হেণ্ড চেনিটাইজাৰক এবিধ বহুল বিক্ৰী হোৱা পণ্য হিচাপে জি এছ টিৰ অন্তভুৰ্ক্ত কৰিব পাৰি বুলি জনাইছে।

ইয়াৰ লগে লগে কেন্দ্ৰীয় চৰকাৰে হেণ্ড চেনিটাইজাৰত ১৮% জি এছ টি আৰোপ কৰিব পাৰিব।

“আবেদনকাৰীৰ দ্বাৰা উৎপাদিত হেণ্ড চেনিটাইজাৰক এলক’হল ভিত্তিক চেনিটাইজাৰৰ শ্ৰেণীভুক্ত হৈছে আৰু এইছ এছ এন-ৰ ৩৮০৮ বিভাগৰ অধীনত শ্ৰেণীৱদ্ধ কৰা হৈছে আৰু ই ১৮ শতাংশ জি এছ টি প্ৰদান কৰিব লাগিব।” কৰ্তৃপক্ষই এইদৰে কয়।

Tags: COVID-19

Recent News

জম্মু-কাশ্মীৰলৈ পুনৰ পূৰ্ণ ৰাজ্যৰ মৰ্যাদা! উচ্চতম ন্যায়ালয়ত আবেদন চলিত সপ্তাহতে হ’ব শুনানি

জম্মু-কাশ্মীৰলৈ পুনৰ পূৰ্ণ ৰাজ্যৰ মৰ্যাদা! উচ্চতম ন্যায়ালয়ত আবেদন চলিত সপ্তাহতে হ’ব শুনানি

‘আমি ৰিজাৰ্ভ বেংকৰ পৰা ঋণ ল’ব লাগিব’,  DA গোচৰত উচ্চতম ন্যায়ালয়ত কপিল ছিবালৰ মন্তব্য

‘আমি ৰিজাৰ্ভ বেংকৰ পৰা ঋণ ল’ব লাগিব’,  DA গোচৰত উচ্চতম ন্যায়ালয়ত কপিল ছিবালৰ মন্তব্য

ৰাছিয়াৰ তেল আমদানি বন্ধ নকৰিলে এইবাৰ ভাৰতৰ ওপৰত ২৫ শতাংশ শুল্ক বৃদ্ধিৰ ভাবুকি ট্ৰাম্পৰ

ৰাছিয়াৰ তেল আমদানি বন্ধ নকৰিলে এইবাৰ ভাৰতৰ ওপৰত ২৫ শতাংশ শুল্ক বৃদ্ধিৰ ভাবুকি ট্ৰাম্পৰ

যৌ*ন সন্মতিৰ বয়স হ্ৰাস কৰা প্ৰস্তাৱৰ বিৰুদ্ধে ভাৰত চৰকাৰ! শিশু নিৰ্যাতন বৃদ্ধিৰ আশংকা

যৌ*ন সন্মতিৰ বয়স হ্ৰাস কৰা প্ৰস্তাৱৰ বিৰুদ্ধে ভাৰত চৰকাৰ! শিশু নিৰ্যাতন বৃদ্ধিৰ আশংকা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd