• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, August 5, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

সূৰ্য্য কুমাৰ যাদৱ ভাৰতৰ এবি ডি ভিলিয়াৰ্ছ : হৰভজন সিং

এন ই নাও নিউজ by এন ই নাও নিউজ
November 13, 2020 5:26 pm
সূৰ্য্যকুমাৰ যাদৱ, উৎস-ইণ্টাৰনেট

সূৰ্য্যকুমাৰ যাদৱ, উৎস-ইণ্টাৰনেট

260
VIEWS
Share on FacebookShare on Twitter

মুম্বাই ইণ্ডিয়ানছৰ তাৰকা মিডল অৰ্ডাৰ বেটছমেন সূৰ্য্যকুমাৰ যাদৱক ভাৰতৰ এ বি ডি ভিলিয়াৰ্ছ আখ্যা দিছে প্ৰাক্তন তাৰকা অফস্পীনাৰ হৰভজন সিঙে।

চলিত আই পি এলত আগবঢ়োৱা দুৰ্দান্ত প্ৰদৰ্শনৰ পাছতে সূৰ্য্যকুমাৰ যাদৱক প্ৰশংসা কৰি হৰভজনে যাদৱক ভাৰতৰ এ বি ডি ভিলিয়াৰ্ছ আখ্যা দিয়ে।

‘‘শ্বটৰ বিভিন্নতাৰ বাবে সূৰ্য্যকুমাৰ যাদৱক ৰখোৱাটো অতি কঠিন….অভাৰ কভাৰ, চুইপ শ্বট যাদৱে সুন্দৰভাৱে খেলাৰ উপৰিও স্পীন আৰু বেগী বলাৰকো সম পাৰদৰ্শিতাৰে খেলে’’ হৰভজন সিঙে লগতে কয়।

উল্লেখযোগ্য যে, আই পি এলত দাঙি ধৰা প্ৰদৰ্শনৰ পাছতে সূৰ্য্যকুমাৰ যাদৱক যুৱৰাজ সিং, গৌতম গম্ভীৰেও উচ্চ প্ৰশংসা কৰিছে।

নিউজিলেণ্ডৰ অলৰাইণ্ডাৰ স্কট ষ্টাইৰিছে আনকি যাদৱক নিউজিলেণ্ডৰ হৈ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট খেলাৰ বাবেও আমন্ত্ৰণ দিছে।

প্ৰাক্তন অষ্ট্ৰেলিয়াৰ ক্ৰিকেটাৰ তথা প্ৰশিক্ষক টম মুদীয়ো সূৰ্য্যকুমাৰ যাদৱে এতিয়ালৈ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট নেখেলাটো আচৰিত কথা বুলি মত প্ৰকাশ কৰে।

Recent News

প্ৰতিশ্ৰুতি পূৰণত বিফল অসম চৰকাৰঃ পাহাৰপুৰত স্থবিৰ হৈ আছে ৪১২ পৰিয়ালৰ পুনৰ্বাসন

প্ৰতিশ্ৰুতি পূৰণত বিফল অসম চৰকাৰঃ পাহাৰপুৰত স্থবিৰ হৈ আছে ৪১২ পৰিয়ালৰ পুনৰ্বাসন

ৰাষ্ট্ৰীয় ঔষধ মূল্য নিৰ্ধাৰণ কৰ্তৃপক্ষই হ্ৰাস কৰিলে ৩৫টা অত্যাৱশ্যকীয় ঔষধৰ মূল্য

ৰাষ্ট্ৰীয় ঔষধ মূল্য নিৰ্ধাৰণ কৰ্তৃপক্ষই হ্ৰাস কৰিলে ৩৫টা অত্যাৱশ্যকীয় ঔষধৰ মূল্য

অভেলত চিৰাজৰ বলিঙৰ যাদু: ভাৰতৰ অবিশ্বাস্য জয়

অভেলত চিৰাজৰ বলিঙৰ যাদু: ভাৰতৰ অবিশ্বাস্য জয়

বিটিচি নিৰ্বাচন ২০২৫ : প্ৰাৰ্থীৰ প্ৰথমখন তালিকা ঘোষণা বিপিএফৰ

বিটিচি নিৰ্বাচন ২০২৫ : প্ৰাৰ্থীৰ প্ৰথমখন তালিকা ঘোষণা বিপিএফৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd