• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 14, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

পুনৰ বিতৰ্কত হাৰ্দিক পাণ্ডিয়া, বোৰ্ডৰ নিয়ম ভংগ কৰি বিপদত টীম ইণ্ডিয়াৰ অলৰাউণ্ডাৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
March 1, 2020 8:00 am
hardik-pandya_1542782432
73.5k
VIEWS
Share on FacebookShare on Twitter

আঘাতৰ পৰা মুক্তিপোৱাৰ পাছত টীম ইণ্ডিয়াত যোগদানৰ অপেক্ষাত থকা অলৰাউণ্ডাৰ হাৰ্দিক পাণ্ডিয়া এইবাৰ আন এক বিপদত পৰিছে।

ঘৰুৱা ক্ৰিকেটত অংশ গ্ৰহণ কৰাৰ পাছতেই বিতৰ্কত সোমাই পৰিল পাণ্ডিয়া।

ভাৰতীয় ক্ৰিকেট কন্ট্ৰ’ল বোৰ্ডৰ (বিচিচিআই) নিয়ম ভঙাৰ শাস্তিৰ সন্মুখীন হোৱাৰো সম্ভাৱনা দেখা গৈছে পাণ্ডিয়াৰ বিৰুদ্ধে।

মু্ম্বাইত ডিওৱাই পাটিল টী-২০ কাপত ৰিলায়েন্স ওৱানৰ জাৰ্ছি পৰিধান কৰি খেল পথাৰত নামিছিল পাণ্ডিয়া। খেলিছিলে ভালেই।

পাণ্ডিয়াই ২৫টা বলত চাৰিটা ছয়ৰ সহায়ত ৩৮ ৰাণৰ ইনিংছ খেলাৰ লগতে দুৰ্দান্ত বলিঙেৰে তিনিটাকৈ উইকেটো দখল কৰে।

গেলাৰিৰ পৰা পাণ্ডিয়াৰ প্ৰদৰ্শন প্ৰত্যক্ষ কৰে ৰাষ্ট্ৰীয় নিৰ্বাচক সমিতিৰ মুৰব্বী এম এছ কে প্ৰসাদে। কিন্তু বিতৰ্কত সোমাই পৰিল হাৰ্দিক।

খেল চলি থকাৰ সময়ত দেখা গ’ল যে বিচিচিআইৰ লগ’ লগোৱা হেলমেট পৰিধান কৰিছে হাৰ্দিকে। কিন্তু বোৰ্ডৰ নিয়ম অনুযায়ী ঘৰুৱা মেচত বিতিচিআইৰ লগ’ ব্যৱহাৰ কৰিব নোৱাৰে।

বিচিচিআইৰ নিৰ্দেশনা অনুসৰি এনে কৰিলে সেয়া নিয়ম ভংগৰ অপৰাধ হ’ব আৰু এতিয়া তাৰ বাবে শাস্তিৰ সন্মুখীনে হ’ব পাৰে হাৰ্দিক পাণ্ডিয়া।

উল্লেখ্য যে যোৱা ছেপ্টেম্বৰৰ পৰা আঘাতৰ বাবে হাৰ্দিক খেলৰ পৰা বাহিৰত আছিল। যোৱা অক্টোবৰত ব্ৰিটেইনত তেওঁৰ অস্ত্ৰোপচাৰ সম্পন্ন হৈছিল।

দেশলৈ উভতি অহাৰ পাছত নিউজিলেণ্ডৰ বিৰুদ্ধে দলত সুযোগ পাইছিল যদিও ফিটনেছ টেষ্টত উত্তীৰ্ণ নোহোৱাত অৱশেষত বাদ পৰে।

এইবাৰো নিউজিলেণ্ডৰ বিৰুদ্ধে দলত সম্পূৰ্ণ ফিটনেছ নোহোৱাৰ বাবে বাদ পৰে।

এইবাৰ শেহতীয়াকৈ ঘৰুৱা প্ৰতিযোগিতাত নামিল যদিও আৰম্ভণিতেই বিচিচিআইৰ লগ’ ব্যৱহাৰ কৰি বিপদত পৰিছে হাৰ্দিক পাণ্ডিয়া।

Recent News

১৮ দিনীয়া মহাকাশ অভিযানৰ অন্ত! নৰলোকলৈ উভটি আহিল শুভাংশু শুক্লা

১৮ দিনীয়া মহাকাশ অভিযানৰ অন্ত! নৰলোকলৈ উভটি আহিল শুভাংশু শুক্লা

শোকাবহ! আত্মহ*ত্যাৰ চেষ্টা; অৱশেষত মৃত্যুক আঁকোৱলি ল’লে ADC ত্ৰিদীপ কোঁৱৰে

শোকাবহ! আত্মহ*ত্যাৰ চেষ্টা; অৱশেষত মৃত্যুক আঁকোৱলি ল’লে ADC ত্ৰিদীপ কোঁৱৰে

খৰাংত সৰ্বস্বান্ত কৃষক! অসমৰ জলসিঞ্চনক লৈ চৰকাৰক তীব্ৰ সমালোচনা অসম জাতীয় পৰিষদৰ

খৰাংত সৰ্বস্বান্ত কৃষক! অসমৰ জলসিঞ্চনক লৈ চৰকাৰক তীব্ৰ সমালোচনা অসম জাতীয় পৰিষদৰ

গোৱালপাৰাৰ সুৰক্ষাসিনী গাঁৱত ভূমি জৰীপৰ মাজতে গাওঁবাসীৰ মনত উচ্ছেদৰ ভয়ে সৃষ্টি কৰিছে আতংকৰ

গোৱালপাৰাৰ সুৰক্ষাসিনী গাঁৱত ভূমি জৰীপৰ মাজতে গাওঁবাসীৰ মনত উচ্ছেদৰ ভয়ে সৃষ্টি কৰিছে আতংকৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd