• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

নকলত ডক্টৰেট ডিগ্ৰীধাৰী মন্ত্ৰী! নিজমুখে শিক্ষাৰ্থীক ‘নকল’কীৰ্তি বৃত্তান্ত শুনালে কৰ্ণাটকৰ মন্ত্ৰীয়ে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 11, 2022 10:21 pm
Karnataka minister
145
VIEWS
Share on FacebookShare on Twitter

ছাত্ৰ-ছাত্ৰীক জেষ্ঠগৰাকীয়ে শিক্ষা দিয়ে সততাৰ আৰু নৈতিকতাৰ; অসৎ উপায় অৱলম্বন কৰি পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ পৰা বাৰণ কৰে শিক্ষাৰ্থীক। পিছে এই ধাৰণাৰ পৰা সম্পূৰ্ণ বিপৰীত এক নীতিতহে বিশ্বাস কৰে কৰ্ণাটকৰ এগৰাকী মন্ত্ৰীয়ে।

এক শৈক্ষিক অনুষ্ঠানত বক্তব্য ৰাখি মন্ত্ৰীগৰাকীয়ে নিজৰ শৈক্ষিক কীৰ্তিৰ বৃত্তান্ত দাঙি ধৰি সৃষ্টি কৰিছে তীব্ৰ আলোড়ন।

অনুষ্ঠানত উপস্থিত থকা ছাত্ৰ-ছাত্ৰীৰ সমুখত মন্ত্ৰীগৰাকীয়ে দশম শ্ৰেণীৰ পৰীক্ষাত নকল কৰি উত্তীৰ্ণ হোৱাৰ লগতে নকল বিষয়ত পি এইচ ডি কৰা বুলি মন্তব্য কৰি সংবাদ শিৰোনাম দখল কৰিছে।

এই ‘অনন্য শৈক্ষিক কীৰ্তি’ৰ বৃত্তান্ত শুনোৱা মন্ত্ৰীগৰাকীৰ নাম হৈছে বি শ্ৰীৰামুলু। শ্ৰীৰামুলু কৰ্ণাটকৰ শাসকীয় বিজেপি চৰকাৰৰ জনজাতীয় কল্যাণ বিভাগৰ মন্ত্ৰী।

কৰ্ণাটকৰ বেল্লাৰী জিলাত ছাত্ৰ-ছাত্ৰীৰ সমাৱেশত নিজ ভাষণত বি শ্ৰীৰামুলুৱে কয়, “মোক টিউচনত প্ৰতিদিনে অপমান কৰা হৈছিল আৰু কোনো কামৰ বাবেই মই উপযুক্ত নহয় বুলি কোৱা হৈছিল।”

“মই দশম শ্ৰেণীৰ পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ সময়ত মোৰ শিক্ষক আচৰিত হৈছিল। মই মোৰ শিক্ষকক কৈছিলো যে মই কেৱল নকল কৰি দশম শ্ৰেণীৰ পৰীক্ষাত উত্তীৰ্ণ হোৱাই নহয়, মই পৰীক্ষাৰ সময়ত নকল বিষয়ত পি এইচ ডি ডিগ্ৰীও লাভ কৰিছো।”- শ্ৰীৰামুলুৱে লগতে কয়।

Recent News

মহানগৰীৰ জোনালীত বিশ্ব পক্ষী দিৱস উদযাপন : চৰাই বিষয়ক স্মৃতিগ্ৰন্থ ‘পক্ষী সংবাদ’ উন্মোচন

মহানগৰীৰ জোনালীত বিশ্ব পক্ষী দিৱস উদযাপন : চৰাই বিষয়ক স্মৃতিগ্ৰন্থ ‘পক্ষী সংবাদ’ উন্মোচন

এছিয়া কাপৰ বাবে ভাৰতলৈ আহিব পাকিস্তানৰ হকী দল: ক্ৰীড়া মন্ত্ৰালয়ৰ সূত্ৰৰ দাবী

এছিয়া কাপৰ বাবে ভাৰতলৈ আহিব পাকিস্তানৰ হকী দল: ক্ৰীড়া মন্ত্ৰালয়ৰ সূত্ৰৰ দাবী

ইংলেণ্ডৰ ভূমিত ‘প্ৰিন্স’ শুভমন গিলৰ দৃষ্টিনন্দন দ্বিশতকঃ গাভাস্কাৰ, দ্ৰাবিড় আৰু কোহলীৰ অভিলেখো কৰিলে ভংগ!

ইংলেণ্ডৰ ভূমিত ‘প্ৰিন্স’ শুভমন গিলৰ দৃষ্টিনন্দন দ্বিশতকঃ গাভাস্কাৰ, দ্ৰাবিড় আৰু কোহলীৰ অভিলেখো কৰিলে ভংগ!

গুৱাহাটী বিশ্ববিদ্যালয়ত ৰাষ্ট্ৰীয় কৰ্মশালা অনুষ্ঠিত

গুৱাহাটী বিশ্ববিদ্যালয়ত ৰাষ্ট্ৰীয় কৰ্মশালা অনুষ্ঠিত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd