• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, August 3, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

এই তিনিটা কথা গোপনে ৰাখিব পৰাজনেই চতুৰ মানুহ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 3, 2025 6:30 am
112
VIEWS
Share on FacebookShare on Twitter

আচাৰ্য চাণক্য হৈছে পৃথিৱীৰ বিখ্যাত পণ্ডিত। তেওঁৰ দ্বাৰা ৰচিত পুথি চাণক্য নীতি পৃথিৱীৰ সকলো ঠাইতে বহুলভাৱে প্ৰচাৰিত।

যদি কোনো ব্যক্তিয়ে এই পুথিখন অনুসৰণ কৰে তেন্তে সফলতা নিশ্চিত।

চতুৰ মানুহে সদায়েই কিছু কথা গোপনে ৰাখে। জানো আহক সবিশেষ

১. পত্নীৰ চৰিত্ৰ

চাণক্যৰ মতে চতুৰ মানুহে নিজৰ পত্নীৰ চৰিত্ৰ কেতিয়াও বেলেগৰ সন্মুখত উপস্থাপন নকৰে। আনকি কেতিয়াবা কেতিয়াবা নিজৰ পৰিয়ালৰ লগতো। যদি কোনো স্বামীয়ে আনৰ আগত পত্নীক কটু ব্যৱহাৰ কৰে, তেন্তে সেয়া হৈ পৰে হাঁহিৰ পাত্ৰ। চতুৰ মানুহে সদায়েই সকলো কথা ভাবি-চিন্তি উপস্থাপন কৰে।

২. আৰ্থিক অৱস্থা

চাণক্যৰ মতে চতুৰ মানুহে কেতিয়াও তেওঁৰ আৰ্থিক অৱস্থা বেলেগৰ সন্মুখত উপস্থাপন নকৰে। কিয়নো এনে কৰাৰ ফলত ধনী-দুখীয়াৰ ভেদভাৱ সৃষ্টি হ’ব পাৰে। চতুৰ মানুহে সদায়েই সকলো কথা ভাবি-চিন্তি উপস্থাপন কৰে।

৩. নিজক কৰা অপমান

চাণক্যৰ মতে চতুৰ মানুহে কেতিয়াও নিজক কৰা অপমানৰ কথা বেলেগৰ সন্মুখত উপস্থাপন নকৰে। কিয়নো এনে কৰাৰ ফলত তেওঁ হাঁহিৰ পাত্ৰ হ’ব পাৰে আৰু নিজৰ আত্মসন্মান হেৰুৱাব পাৰে।

যদি আপুনি এইখিনি নীতি ভাল পাইছে, তেন্তে ইয়াক Share কৰিবলৈ নাপাহৰিব।

Recent News

যশস্বী-সুন্দৰ বাহিনীৰ বিক্ৰমেৰে অ’ভেলত ইংলেণ্ডৰ সন্মুখত বিশাল লক্ষ্য; ক্ৰ’লীক আউট কৰিলে ছিৰাজে

যশস্বী-সুন্দৰ বাহিনীৰ বিক্ৰমেৰে অ’ভেলত ইংলেণ্ডৰ সন্মুখত বিশাল লক্ষ্য; ক্ৰ’লীক আউট কৰিলে ছিৰাজে

এই তিনিটা কথা গোপনে ৰাখিব পৰাজনেই চতুৰ মানুহ

এই তিনিটা কথা গোপনে ৰাখিব পৰাজনেই চতুৰ মানুহ

অনিল আম্বানীৰ ৩ হাজাৰ কোটিৰ ঋণ জালিয়াতিৰ গোচৰত প্ৰথমজন ব্যক্তিক গ্ৰেপ্তাৰ

অনিল আম্বানীৰ ৩ হাজাৰ কোটিৰ ঋণ জালিয়াতিৰ গোচৰত প্ৰথমজন ব্যক্তিক গ্ৰেপ্তাৰ

ভয়ংকৰ বিস্ফোৰণত কঁপি উঠিল পাকিস্তান! প্ৰাণ হেৰুৱালে ৫টাকৈ শিশুৱে

ভয়ংকৰ বিস্ফোৰণত কঁপি উঠিল পাকিস্তান! প্ৰাণ হেৰুৱালে ৫টাকৈ শিশুৱে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd