• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

দীৰ্ঘদিন ধৰি পাঁচগৰাকী ছাত্ৰীক উপৰ্যুপৰি ধৰ্ষণ প্ৰাথমিক বিদ্যালয়ৰ এগৰাকী শিক্ষকৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
December 16, 2020 3:17 pm
Headmaster reped five mnior students
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পুনৰ কন্যা শিশুক ধৰ্ষণ কৰাৰ দৰে ভয়ংকৰ ঘটনা পোহৰলৈ আহিছে।

এখন প্ৰাথমিক বিদ্যালয়ৰ এগৰাকী প্ৰধান শিক্ষকে পাঁচগৰাকী ছাত্ৰীক দীৰ্ঘদিন ধৰি উপৰ্যুপৰি ধৰ্ষণ কৰি আহিছিল।

আৰক্ষী সূত্ৰই প্ৰকাশ কৰা অনুসৰি তেলেংগানাৰ এখন প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকে যোৱা আগষ্ট মাহৰ পৰা ৭ ৰপৰা ১১ ভিতৰৰ পাঁচ গৰাকীকৈ ছাত্ৰীক ধৰ্ষণ কৰি আহিছিল।

ধৰ্ষণত অভিযুক্ত শিক্ষক গৰাকীয়ে প্ৰতি গৰাকী ছাত্ৰীকে সমগ্ৰ ঘটনা গোপনে ৰাখিবলৈ ভাবুকি দি আহিছিল।

কিন্তু বিদ্যালয়খনৰ নিৰ্যাতিতা এগৰাকী দ্বিতীয় শ্ৰেণীৰ ছাত্ৰী অসুস্থ হৈ পৰাত ধৰ্ষণৰ ঘটনাটো পোহৰলৈ আহে।

ইয়াৰ পিছতে পোহৰলৈ আহে যে ভদ্ৰাদি গাঁৱৰ ৪০ বছৰীয়া উক্ত প্ৰধান শিক্ষকজনে বিদ্যালয়খনৰ পাঁচগৰাকী শিশু ছাত্ৰীক যোৱা আগষ্ট মাহৰ পৰা উপৰ্যুপৰি ধৰ্ষণ কৰি আহিছিল।

লকডাউনৰ পিছত বিদ্যালয়খন খোলাৰ সময়ৰ পৰা দুয়োগৰাকী শিক্ষকে নগণ্যসংখ্যক শিক্ষাৰ্থীক পাল পাতি পাঠদান কৰি আহিছিল।

বিদ্যালয়ত অন্য শিক্ষক আৰু শিক্ষাৰ্থীৰ অনুপস্থিতিৰ সুযোগত ছাত্ৰীসকলক প্ৰধান শিক্ষগৰাকীয়ে পৰ্ণ ভিডিঅ’ দেখুৱাবলৈ আৰম্ভ কৰে আৰু এইদৰে নিজৰ অসৎ কৰ্ম চাৰিতাৰ্থ কৰিবলৈ ধৰে।

সমগ্ৰ ঘটনাটো পোহৰলৈ অহা পিছতে নিৰ্যাতিতা ছাত্ৰীসকলৰ অভিভাৱকে স্থানীয় আৰক্ষী থানাত অভিযোগ দাখিল কৰে আৰু আৰক্ষীয়ে পস্কো আইনৰ অধীনত ভাৰতী দণ্ডবিধি আইনৰ ৩৭৬ ধাৰাত গোচৰ ৰুজু কৰিছে অভিযুক্ত প্ৰধান শিক্ষকগৰাকীৰ বিৰুদ্ধে।

ইফালে ঘটনাটো পোহৰলৈ অহাৰ পৰাই অভিযুক্ত প্ৰধান শিক্ষকজন পলাতক হৈ আছে। আৰক্ষীয়ে অভিযুক্ত শিক্ষকগৰাকীৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে বুলি প্ৰকাশ কৰিছে।

“ইতিমধ্যে আৰক্ষীয়ে অভিযুক্তৰ সন্ধান তালাচী আৰম্ভ কৰিছে। অভিযুক্তক কৰায়ত্ত কৰাৰ পিছতে তেওঁ কৰা অপৰাধ সম্পৰ্কে বিস্তাৰিতভাৱে জানিব পৰা যাব।” আৰক্ষী অধীক্ষক সুনীল দত্তই সংবাদ মাধ্যমৰ আগত কয়।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

হিণ্ডেনবাৰ্গৰ সকলো অভিযোগ খাৰিজ, আদানিক ‘ক্লিন চিট’ দিলে ছেবিয়ে

হিণ্ডেনবাৰ্গৰ সকলো অভিযোগ খাৰিজ, আদানিক ‘ক্লিন চিট’ দিলে ছেবিয়ে

September 18, 2025 7:31 pm
খিলঞ্জীয়াৰ গাত হাত দি বিপদত আৰক্ষী অধীক্ষক লীনা দলে : ধুবুৰীৰ পৰা আৰক্ষীৰ মুখ্য কাৰ্যালয়লৈ শাস্তিমূলক বদলি

খিলঞ্জীয়াৰ গাত হাত দি বিপদত আৰক্ষী অধীক্ষক লীনা দলে : ধুবুৰীৰ পৰা আৰক্ষীৰ মুখ্য কাৰ্যালয়লৈ শাস্তিমূলক বদলি

September 18, 2025 7:25 pm
মেৰাপানীৰ সীমান্তত উত্তেজনা : প্ৰতিবাদকাৰীৰ প্ৰতিৰোধৰ সন্মুখীন হ’ল নাগালেণ্ড আৰক্ষী

মেৰাপানীৰ সীমান্তত উত্তেজনা : প্ৰতিবাদকাৰীৰ প্ৰতিৰোধৰ সন্মুখীন হ’ল নাগালেণ্ড আৰক্ষী

September 18, 2025 6:45 pm
মানকাচৰৰ চক্ৰ বিষয়াৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ; ন্যায় বিচাৰিছে ভুক্তভোগীয়ে

মানকাচৰৰ চক্ৰ বিষয়াৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ; ন্যায় বিচাৰিছে ভুক্তভোগীয়ে

September 18, 2025 6:40 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

হিণ্ডেনবাৰ্গৰ সকলো অভিযোগ খাৰিজ, আদানিক ‘ক্লিন চিট’ দিলে ছেবিয়ে

হিণ্ডেনবাৰ্গৰ সকলো অভিযোগ খাৰিজ, আদানিক ‘ক্লিন চিট’ দিলে ছেবিয়ে

September 18, 2025 7:31 pm
খিলঞ্জীয়াৰ গাত হাত দি বিপদত আৰক্ষী অধীক্ষক লীনা দলে : ধুবুৰীৰ পৰা আৰক্ষীৰ মুখ্য কাৰ্যালয়লৈ শাস্তিমূলক বদলি

খিলঞ্জীয়াৰ গাত হাত দি বিপদত আৰক্ষী অধীক্ষক লীনা দলে : ধুবুৰীৰ পৰা আৰক্ষীৰ মুখ্য কাৰ্যালয়লৈ শাস্তিমূলক বদলি

September 18, 2025 7:25 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd