• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, August 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

পেট ঠিকে থাকিলে সুস্থ থাকিব শৰীৰ : সুস্বাস্থ্যৰ আঁৰত লুকাই আছে এই ১০ টা বিশেষ অভ্যাস

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 13, 2025 6:30 am
67
VIEWS
Share on FacebookShare on Twitter

হৃদযন্ত্ৰৰ ৰোগ, বৃক্ক ৰোগ, থাইৰয়ড, ডায়েবেটিছ, ফেটি লিভাৰ আদি সকলো ৰোগৰ লগত পেটৰ সম্পৰ্ক আছে। পেট যদি ঠিকে থাকে তেন্তে শৰীৰৰ ৰোগ প্ৰতিৰোধৰ ক্ষমতাও বৃদ্ধি পায়। গতিকে পেটৰ স্বাস্থ্য ঠিকে ৰাখিবলৈ প্ৰয়োজনীয় ১০ টা বিশেষ অভ্যাস জানি লওক আহক –

১/ দিনটো গৰম পানীৰে আৰম্ভ কৰক। বহুতে দিনটোৰ আৰম্ভণিতে চাহ বা কফিত চুমুক দিয়ে। চিকিৎসকে কয় যে পেটটো সুস্থ কৰি ৰাখিবলৈ চাহ বা কফি খোৱাৰ আগতে গৰম পানী খোৱাটো জৰুৰী।

২/ ইয়াৰ পিছত খোজ কাঢ়িব লাগে বা ব্যায়াম কৰিব লাগে।

৩/ বহুতে পুৱা খাদ্য নাখায়। অৱশ্যে ৰাতিপুৱা খোৱাটো অতি গুৰুত্বপূৰ্ণ। পুৱাৰ খাদ্যত আঁহৰ পৰিমাণ অধিক হোৱাটো গুৰুত্বপূৰ্ণ।

৪/ আঁহৰ লগতে পুৱাৰ খাদ্যত প্ৰটিনৰো গুৰুত্ব আছে।

৫/ খোৱাৰ সময়ত মোবাইল ফোন চোৱাৰ অভ্যাস অতি ক্ষতিকাৰক। ই খাদ্য হজম হোৱাত বাধা দিয়ে।

৬/ পিয়াহ দূৰ কৰিবলৈ আদা বা নেমুৰ চাহৰ জুতি ল’ব পাৰে।

৭/ সদায় শস্যজাতীয় খাদ্য যেনে বুট, মগু, বাদাম আদি খাব লাগে।

৮. ৰাতিপুৱাৰ ৰ’দত খোজ কাঢ়িব লাগে। ৰাতিপুৱাৰ ৰ’দে শৰীৰত ডি ভিটামিন যোগান ধৰে।

৯/ কোষ্ঠকাঠিন্যৰ সমস্যা থাকিলে দৈনিক খাদ্যত আঁহজাতীয় খাদ্য অন্তৰ্ভুক্ত কৰিব লাগে।

১০/ মলৰ ৰং আৰু গোন্ধো অসুস্থতাৰ সূচক। সেইটোতো গুৰুত্ব দিয়াটো প্ৰয়োজনীয়।

Recent News

হাওঁ‌ফাওঁ‌ৰ কৰ্কটৰোগৰ কিছু কথা : ডাঃ বিক্ৰম কুমাৰ ডেকা

হাওঁ‌ফাওঁ‌ৰ কৰ্কটৰোগৰ কিছু কথা : ডাঃ বিক্ৰম কুমাৰ ডেকা

পেট ঠিকে থাকিলে সুস্থ থাকিব শৰীৰ : সুস্বাস্থ্যৰ আঁৰত লুকাই আছে এই ১০ টা বিশেষ অভ্যাস

পেট ঠিকে থাকিলে সুস্থ থাকিব শৰীৰ : সুস্বাস্থ্যৰ আঁৰত লুকাই আছে এই ১০ টা বিশেষ অভ্যাস

ৰোগীৰ মূৰত আকৌ মাধমাৰ স্বাস্থ্য বিভাগৰ : অভাৱনীয় হাৰত বৃদ্ধি চিকিৎসা মাচুল

ৰোগীৰ মূৰত আকৌ মাধমাৰ স্বাস্থ্য বিভাগৰ : অভাৱনীয় হাৰত বৃদ্ধি চিকিৎসা মাচুল

গৌতম আদানীৰ বিৰুদ্ধে চমন জাৰিৰ বাবে ভাৰতৰ পৰা সহায় বিচাৰি পত্ৰ আমেৰিকাৰ

গৌতম আদানীৰ বিৰুদ্ধে চমন জাৰিৰ বাবে ভাৰতৰ পৰা সহায় বিচাৰি পত্ৰ আমেৰিকাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd