• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 28, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অহা বছৰৰ পৰা অসমৰ কলেজ, বিশ্ববিদ্যালয়ত নাথাকিব উচ্চতৰ মাধ্যমিক শ্ৰেণী

উচ্চতৰ মাধ্যমিক বিদ্যালয়সমূহ পৰ্য্যাপ্ত হ’ব নে ছাত্ৰ-ছাত্ৰীৰ চাহিদা পূৰোৱাৰ বাবে?

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
June 26, 2019 4:37 pm
26-06-19 Guwahati- AHSEC 35th Foundation Day Lecture Higher secondary classes to be withdrawn from colleges, universities: Assam education minister

অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ অনুষ্ঠানত বুধবাৰে শিক্ষা মন্ত্ৰী। ছবি- নৰ্থ ইষ্ট নাও।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অহা বছৰৰ পৰা ৰাজ্যৰ মহাবিদ্যালয়, বিশ্ববিদ্যালয়সমূহত নাথাকিব উচ্চতৰ মাধ্যমিক শ্ৰেণী। বুধবাৰে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ ৩৫সংখ্যক প্ৰতিষ্ঠা দিৱসত মুখ্য অতিথিৰ ভাষণত এই ঘোষণা কৰে শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য্যই।

‘উচ্চতৰ মাধ্যমিকৰ অধীনৰ একাদশ-দ্বাদশ কেনেকৈ এখন বিশ্ববিদ্যালয়ে পৰিচালনা কৰি আছে? বিশ্ববিদ্যালয়ৰ অধীনৰ মহাবিদ্যালয়সমূহত একাদশ-দ্বাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলে উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ অধীনত পৰীক্ষা দিব লাগে বা মাৰ্কশ্বিট ল’ব লাগে, এইটো বৈষম্যমূলক।‘ এইদৰে নিজৰ ভাষণ প্ৰসংগত শিক্ষা মন্ত্ৰীয়ে কয়।

তদুপৰি, কিছুদিন পূৰ্বে আটাইকেইখন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্যৰ সৈতে শিক্ষা মন্ত্ৰীগৰাকীয়ে এক আলোচনাত মিলিত হৈছিল বুলি উল্লেখ কৰি লগতে কয় ‘এইবছৰৰ ছাত্ৰ-ছাত্ৰীসকলৰ যাতে অসুবিধা নহয়, তাৰ প্ৰতি লক্ষ্য ৰাখি অহাবছৰৰ পৰা মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়সমূহত উচ্চতৰ মাধ্যমিক শ্ৰেণী থাকিব নোৱাৰিব, সেই সিদ্ধান্ত আলোচনাকালত গ্ৰহণ কৰা হৈছে।‘

শেষবাৰৰ বাবে এই বৰ্ষত বিশ্ববিদ্যালয় আৰু ইয়াৰ অন্তৰ্গত মহাবিদ্যালয়সমূহত একাদশ-দ্বাদশ শ্ৰেণীৰ পাঠদান হ’ব বুলিও মন্ত্ৰীগৰাকীয়ে কয়।

ৰাজ্যৰ শিক্ষা বিভাগে গ্ৰহণ কৰা এই সিদ্ধান্তৰ ফলত ৰাজ্যৰ সীমিতসংখ্যক উচ্চতৰ মাধ্যমিক বিদ্যালয়ে ছাত্ৰ-ছাত্ৰীৰ অধ্যয়নৰ ক্ষেত্ৰত অভাৱ পূৰণ কৰিব পাৰিব নে? সেয়াও এক বিচাৰ্য্য বিষয় হৈ পৰিছে।

আনহাতে, উক্ত প্ৰতিষ্ঠা দিৱসৰ কায্যসূচীত দ্বিতীয় বৰ্ষৰ পাঠ্যক্ৰমৰ অন্তৰ্গত স্বদেশ অধ্যয়ন পুথি উন্মোচন কৰা হয়। এই পুথিখন উন্মোচন কৰে শিক্ষা মন্ত্ৰীয়ে।

তদুপৰি, উক্ত অনুষ্ঠানতে এইবাৰ উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত কলা, বিজ্ঞান আৰু বাণিজ্য শাখাত শীর্ষ স্থান লাভ কৰা শিক্ষাৰ্থীক স্বৰ্ণ পদক প্ৰদান কৰা হয়।

আনহাতে, ৰাজ্যৰ প্ৰায়কেইখন মহাবিদ্যালয়ে ভিন্ন ক্ষেত্ৰত স্থান লাভ কৰিবলৈ সক্ষম হয়। সেইসমূহ মহাবিদ্যালয়ক প্ৰতিষ্ঠা দিৱসৰ দিনটোতে সম্বৰ্ধনা জনোৱা হয়।

বহী মূল্যায়নৰ ক্ষেত্ৰত কলিয়াবৰ কলেজ আৰু ডিফু চৰকাৰী কলেজে শ্ৰেষ্ঠ মণ্ডলৰ সন্মান লাভ কৰে। বৰপেটাৰ এম চি কলেজ, শিলচৰৰ গুৰুচৰণ কলেজ আৰু শিৱসাগৰৰ এছ চি দি চি কলেজে শ্ৰেষ্ঠ পৰীক্ষা কেন্দ্ৰৰ সন্মান লাভ কৰে। এই কলেজ কেইখনক ৫০ হাজাৰ টকাকৈ সাহায্য আগবঢ়োৱা হ’ব বুলি ঘোষণা কৰে শিক্ষা মন্ত্ৰীয়ে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

৩১ ডিচেম্বৰ পৰ্যন্ত কপাহৰ শুল্কমুক্ত আমদানি তিনিমাহ বৃদ্ধিৰ ঘোষণা চৰকাৰৰ

৩১ ডিচেম্বৰ পৰ্যন্ত কপাহৰ শুল্কমুক্ত আমদানি তিনিমাহ বৃদ্ধিৰ ঘোষণা চৰকাৰৰ

August 28, 2025 12:31 pm
ভাৰতীয় সেনাৰ বৃহৎ সফলতা: জম্মু-কাশ্মীৰত সেনাৰ প্ৰতি আক্ৰমণত নিহত ২ সন্ত্ৰাসবাদী

ভাৰতীয় সেনাৰ বৃহৎ সফলতা: জম্মু-কাশ্মীৰত সেনাৰ প্ৰতি আক্ৰমণত নিহত ২ সন্ত্ৰাসবাদী

August 28, 2025 12:08 pm
NITI আয়োগৰ প্ৰতিবেদনত উন্মোচিত হ’ল উন্নয়ৰ আচল ৰূপ!  অসম চৰকাৰক তীব্ৰ সমালোচনা গৌৰৱ গগৈৰ

NITI আয়োগৰ প্ৰতিবেদনত উন্মোচিত হ’ল উন্নয়ৰ আচল ৰূপ!  অসম চৰকাৰক তীব্ৰ সমালোচনা গৌৰৱ গগৈৰ

August 28, 2025 11:17 am
নয়ডাত ডিজিটেল গ্ৰেপ্তাৰ এটা পৰিয়ালক! ৩ কোটি টকা সৰকালে প্ৰৱঞ্চকে

নয়ডাত ডিজিটেল গ্ৰেপ্তাৰ এটা পৰিয়ালক! ৩ কোটি টকা সৰকালে প্ৰৱঞ্চকে

August 28, 2025 10:11 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

৩১ ডিচেম্বৰ পৰ্যন্ত কপাহৰ শুল্কমুক্ত আমদানি তিনিমাহ বৃদ্ধিৰ ঘোষণা চৰকাৰৰ

৩১ ডিচেম্বৰ পৰ্যন্ত কপাহৰ শুল্কমুক্ত আমদানি তিনিমাহ বৃদ্ধিৰ ঘোষণা চৰকাৰৰ

August 28, 2025 12:31 pm
ভাৰতীয় সেনাৰ বৃহৎ সফলতা: জম্মু-কাশ্মীৰত সেনাৰ প্ৰতি আক্ৰমণত নিহত ২ সন্ত্ৰাসবাদী

ভাৰতীয় সেনাৰ বৃহৎ সফলতা: জম্মু-কাশ্মীৰত সেনাৰ প্ৰতি আক্ৰমণত নিহত ২ সন্ত্ৰাসবাদী

August 28, 2025 12:08 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd