• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 20, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

পি চিদাম্বৰমৰ মণিপুৰৰ পৰিস্থিতিক লৈ বিতৰ্কিত টুইট; ৰুষ্ট মণিপুৰ কংগ্ৰেছৰ খাৰ্গেলৈ পত্ৰ

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
November 21, 2024 8:34 am
118
VIEWS
Share on FacebookShare on Twitter

মণিপুৰৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ বাবে আঞ্চলিক স্বায়ত্তশাসনৰ পোষকতা কৰি জ্যেষ্ঠ কংগ্ৰেছ নেতা পি চিদাম্বৰমে ছচিয়েল মিডিয়াত বিতৰ্কিত পোষ্ট দিয়াৰ পিছত ৰাজ্যৰ স্থানীয় কংগ্ৰেছ নেতাসকলে তেওঁৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে। এতিয়া ডিলিট হোৱা পোষ্টটোত চিদাম্বৰমে অতিৰিক্ত নিৰাপত্তা বাহিনী নিয়োগ কৰাটো মণিপুৰৰ সংকটৰ সমাধান নহয় বুলি মত প্ৰকাশ কৰে। বৰঞ্চ মুখ্যমন্ত্ৰী বীৰেন সিঙক অপসাৰণৰ আহ্বান জনাই মেইটেই, কুকি-জো, নগা জনগোষ্ঠীৰ বাবে আঞ্চলিক স্বায়ত্তশাসনৰ পৰামৰ্শ দিয়ে।

এই বক্তব্যই প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰে, বৰ্তমানৰ বিধায়ক আৰু প্ৰাক্তন মন্ত্ৰীকে ধৰি ১০ জন মণিপুৰ কংগ্ৰেছ নেতাই সৰ্বভাৰতীয় কংগ্ৰেছ কমিটীৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেলৈ পত্ৰ লিখে। তেওঁলোকে চিদাম্বৰমৰ এই পোষ্টটোক অনুপযুক্ত বুলি গৰিহণা দি তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ আৰু তেওঁৰ বক্তব্য আঁতৰোৱাৰ বাবে আহ্বান জনায়, যিটো তেওঁলোকৰ মতে কুকি-জো গোটৰ বিচ্ছিন্নতাবাদীসকলৰ দাবীৰ সৈতে মিল থকা দাবী৷

মণিপুৰৰ কংগ্ৰেছৰ মুৰব্বী কে মেঘচন্দ্ৰ আৰু মণিপুৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ওক্ৰম ইবোবি সিঙেও এই পোষ্টক সমালোচনা কৰি চিদাম্বৰমৰ ব্যক্তিগত মতামতৰ পৰা ৰাজ্যিক কংগ্ৰেছ গোটক নিলগাই ৰাখিছিল। সিঙে জোৰ দি কয় যে এই পোষ্টটোৱে মণিপুৰত বিভ্ৰান্তি আৰু ভুল বুজাবুজিৰ সৃষ্টি কৰিছিল, যাৰ ফলত খাৰ্গেয়ে তাৎক্ষণিকভাৱে হস্তক্ষেপ কৰি ইয়াক আঁতৰাই পেলাবলৈ বাধ্য হৈছিল। মণিপুৰৰ মুখ্যমন্ত্ৰী বীৰেন সিঙেও ২০০৮ চনত জোমি বিপ্লৱী সেনাৰ সৈতে চুক্তি স্বাক্ষৰ কৰি মণিপুৰৰ সংঘাতত অৰিহণা যোগোৱা বুলি চিদাম্বৰমক দোষাৰোপ কৰে।

Recent News

প্ৰেমিকক চিনাকি কৰাই দিলে স্মৃতি মান্ধনাই; কোন মোহময়ী তাৰকা ক্ৰিকেটাৰগৰাকীৰ মনৰ মানুহ?

প্ৰেমিকক চিনাকি কৰাই দিলে স্মৃতি মান্ধনাই; কোন মোহময়ী তাৰকা ক্ৰিকেটাৰগৰাকীৰ মনৰ মানুহ?

আৰএছএছ আৰু চিপিএমৰ মাজত কোনো পাৰ্থক্য নাই! ৰাহুল গান্ধীৰ মন্তব্যক লৈ বাওঁপন্থীসকলৰ মাজত অসন্তুষ্টি

আৰএছএছ আৰু চিপিএমৰ মাজত কোনো পাৰ্থক্য নাই! ৰাহুল গান্ধীৰ মন্তব্যক লৈ বাওঁপন্থীসকলৰ মাজত অসন্তুষ্টি

ডেল্টা বয়িং ৭৬৭ ইঞ্জিন অগ্নিকাণ্ডঃ লছ এঞ্জেলছত জৰুৰীকালীন অৱতৰণ

ডেল্টা বয়িং ৭৬৭ ইঞ্জিন অগ্নিকাণ্ডঃ লছ এঞ্জেলছত জৰুৰীকালীন অৱতৰণ

‘লিভ ইন’ত থকা প্ৰেমিকা আৰক্ষী বিষয়াক হত্যা কৰি থানাত আত্মসমৰ্পণ চি আৰ পি এফ জোৱানৰ

‘লিভ ইন’ত থকা প্ৰেমিকা আৰক্ষী বিষয়াক হত্যা কৰি থানাত আত্মসমৰ্পণ চি আৰ পি এফ জোৱানৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd