• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আকৌ জিভা পিছল খালে! হিমন্তৰ মতে অসমৰ লোকসভা সমষ্টি ১৫টা

“আপোনালোকে মোক লৈ বৰকৈ ব্যস্ত নাথাকিব”, নিজৰ বিষয়ে সোধা প্ৰশ্নত অস্বস্তি প্ৰকাশ মন্ত্ৰীজনৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
March 24, 2019 5:54 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজি পুনৰ জিভা পিছল খালে বহুবল্কী মন্ত্ৰী হিমন্তৰ। আজি সংবাদ মাধ্যমৰ আগত আগন্তুক লোকসভা নিৰ্বাচনত অসমত বিজেপিৰ আসন লাভৰ সম্ভাৱনা দাঙি ধৰোঁতে হিমন্তই অসমত সমষ্টি ১৪টাৰ ঠাইত ১৫টা কৰে।

তেওঁ ৰাজ্যখনৰ ৪টা সমষ্টিত তীব্ৰ প্ৰতিদ্বন্দ্বিতা হোৱাৰ বিপৰীতে বাকী ১১টা সমষ্টিত বিজেপি অনায়াসে জয়ী হ’ব বুলি মন্তব্য কৰে। অৰ্থাৎ তেওঁ (১১+৪ = ১৫) অসমৰ সমষ্টি ১৫টা কৰি পেলায়।

“বৰপেটা, ধুবুৰীত contest হ’ব। কৰিমগঞ্জত contest হ’ব আৰু কলিয়াবৰত হ’ব।  –চাৰিটা সমষ্টিত contest হ’ব, বাকী ১১টা সমষ্টিত contest নাই”, সংবাদ মাধ্যমৰ আগত মন্ত্ৰীজনে কয়। তেওঁ একাধিকবাৰ ১৫টা সমষ্টিৰ হিচাপ দিয়ে।

পৰোক্ষভাৱে অগপ তীব্ৰ প্ৰতিদ্বন্দ্বিতাৰ সন্মুখীন হ’ব বুলিও ইংগিত দিয়ে হিমন্তই। কাৰণ যি ৪টা সমষ্টিত প্ৰতিদ্বন্দ্বিতা হ’ব বুলি কৈছে, সেইকেইটাৰ তিনিটাই অগপৰ ভাগত পৰিছে।

মন্ত্ৰীজনৰ মন্তব্যৰ পৰা এটা কথা স্পষ্ট হ’ল যে বিজেপিয়ে অগপক মিত্ৰতাৰ বিনিময়ত তীব্ৰ প্ৰতিদ্বন্দ্বিতাৰ সম্ভাৱনা থকা সমষ্টিকেইটাহে দিছে। অগপৰ প্রতি ৰাইজৰ আস্থা নাই এই কথাও মন্ত্ৰীজনে পৰোক্ষভাৱে বুজাবৰ চেষ্টা কৰে।

ইপিনে হিমন্তই এই নিৰ্বাচনটোক বিজেপিয়ে মোদীক প্ৰধান মন্ত্ৰী পতাৰ বাবেহে খেলিছে বুলি কয়। “মন্ত্ৰী, সাংসদ নিৰ্বাচন কৰা লক্ষ্য নহয়”, প্ৰত্যক্ষ ভোটদানৰ জৰিয়তে ভোটাৰে নিজৰ জনপ্ৰতিনিধি নিৰ্বাচন কৰা প্ৰক্ৰিয়াটোৰ উদ্দেশ্যক হেয় কৰি মন্ত্ৰীজনে কয়।

“আপোনালোকে কৰা গুণগানবোৰৰ আঁৰত থকা কথাবোৰ মই বুজি পাওঁ, মই ক্লাছ ছিক্স-ফাইভত পঢ়ি থকা নাই” তেওঁক প্ৰাৰ্থী হিচাপে নাপাই যুৱ প্ৰজন্ম হতাশ হ’ব বুলি সাংবাদিকে উনুকিয়াই দিয়াৰ পিছত হিমন্তই কয়।

“আপোনালোকে মোক লৈ বৰকৈ ব্যস্ত নাথাকিব। মোৰ বিষয়ে আপোনালোকে যি কওক, মই মোৰ জেগাত আছো, মই মোৰ জেগাত থিয় হৈ থাকিম”, নিজৰ বিষয়ে সোধা উপৰ্য্যুপৰি প্ৰশ্নত “অস্বস্তি” প্ৰকাশ কৰি মন্ত্ৰীজনে কয়।

উল্লেখযোগ্য যে ২০১৭ চনৰ নৱেম্বৰত দিল্লীৰ এখন গ্ৰন্থ উন্মোচনী সভাত স্বাধীনতা সংগ্ৰামী তথা চহিদী বৰণ কৰা অসমীয়া বীৰাংগনা কনকলতাই চতিয়া থানাত ত্ৰিৰংগা উৰুৱাইছিল বুলি উল্লেখ কৰিছিল, যিটো আচলতে গহপুৰ থানাহে হ’ব লাগে। কনকলতাৰ সৈতে একেলগে চহিদী বৰণ কৰা মুকুন্দ কাকতীক কৰিছিল মুকুন্দ বৰ্মন।

পিছত অৱশ্যে মন্ত্ৰীজনে নিজৰ ভুল স্বীকাৰ কৰি ক্ষমা বিচাৰিছিল।

আনহাতে “পূৰ্ব জন্মৰ পাপৰ ফলতে কেন্সাৰ হয়” বুলি আন এটা বিতৰ্কিত মন্তব্য কৰিও এবছৰ মানৰ পূৰ্বে দেশজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ উদ্ৰেক কৰিছিল।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

টি-২০ত ইংলেণ্ডৰ ৩০৪ ৰান! ৬০টা বলত অপৰাজিত ১৪১ ৰান ছল্টৰ, গঢ়িলে কমেও ২৮টা অভিলেখ

টি-২০ত ইংলেণ্ডৰ ৩০৪ ৰান! ৬০টা বলত অপৰাজিত ১৪১ ৰান ছল্টৰ, গঢ়িলে কমেও ২৮টা অভিলেখ

September 13, 2025 8:56 am
দেশতেই নিৰ্মাণ হ’ব ১১৪খন ৰাফেল : ২ লাখ কোটি টকাৰ সৰ্ববৃহৎ প্ৰতিৰক্ষা চুক্তিৰ পথত ভাৰত

দেশতেই নিৰ্মাণ হ’ব ১১৪খন ৰাফেল : ২ লাখ কোটি টকাৰ সৰ্ববৃহৎ প্ৰতিৰক্ষা চুক্তিৰ পথত ভাৰত

September 13, 2025 8:51 am
কংগোৰ খবৰ : দুটাকৈ ভয়ংকৰ নাও দুৰ্ঘটনাত সলিল সমাধি ১৯৩ গৰাকীৰ

কংগোৰ খবৰ : দুটাকৈ ভয়ংকৰ নাও দুৰ্ঘটনাত সলিল সমাধি ১৯৩ গৰাকীৰ

September 13, 2025 8:17 am
মেঘালয়ৰ চাৰিবাৰৰ মুখ্যমন্ত্ৰী ডি ডি লাপাঙৰ ৯২ বছৰ বয়সত দেহাৱসান

মেঘালয়ৰ চাৰিবাৰৰ মুখ্যমন্ত্ৰী ডি ডি লাপাঙৰ ৯২ বছৰ বয়সত দেহাৱসান

September 13, 2025 8:10 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

টি-২০ত ইংলেণ্ডৰ ৩০৪ ৰান! ৬০টা বলত অপৰাজিত ১৪১ ৰান ছল্টৰ, গঢ়িলে কমেও ২৮টা অভিলেখ

টি-২০ত ইংলেণ্ডৰ ৩০৪ ৰান! ৬০টা বলত অপৰাজিত ১৪১ ৰান ছল্টৰ, গঢ়িলে কমেও ২৮টা অভিলেখ

September 13, 2025 8:56 am
দেশতেই নিৰ্মাণ হ’ব ১১৪খন ৰাফেল : ২ লাখ কোটি টকাৰ সৰ্ববৃহৎ প্ৰতিৰক্ষা চুক্তিৰ পথত ভাৰত

দেশতেই নিৰ্মাণ হ’ব ১১৪খন ৰাফেল : ২ লাখ কোটি টকাৰ সৰ্ববৃহৎ প্ৰতিৰক্ষা চুক্তিৰ পথত ভাৰত

September 13, 2025 8:51 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd