• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 8, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কা’ক লৈ মুকলি বিতৰ্কত ভাগ ল’বলৈ সমুজ্জ্বল ভট্টাচাৰ্যক মুকলি প্ৰত্যাহ্বান হিমন্তৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
December 27, 2019 8:43 am
Himanta Biswa Sarma & Samujjal
604
VIEWS
Share on FacebookShare on Twitter

সদৌ অসম ছাত্ৰ সন্থা চমুকৈ আছুৰ নেতৃত্বত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে ৰাজ্যৰ সৰ্বত্ৰে চলি থকা প্ৰতিবাদত সাধাৰণ জনতাৰ স্বতঃস্ফুৰ্ত অংশগ্ৰহণে নিদ্ৰা হৰণ কৰিছে চৰকাৰৰ।

বিজেপি চৰকাৰে অসমৰ ৰাইজক চৰম প্ৰতাৰণা কৰি এই আইনখন জাপি দিয়াক লৈ আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য, জুবিন গাৰ্গকে ধৰি বিভিন্নজনে প্ৰতিবাদস্থলীৰ পৰা কেন্দ্ৰ তথা ৰাজ্য চৰকাৰক তীব্ৰ সমালোচনা কৰিছে।

চৰকাৰৰ বিৰুদ্ধে এই নেতাসকল সৰৱ হৈ পৰাৰ সময়তে ৰাজ্যৰ প্ৰভাৱশালী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নাগৰিকত্ব সংশোধনী আইন সম্পৰ্কত মুকলি তৰ্ক কৰিবলৈ প্ৰত্যাহ্বান জনাইছে সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যক।

I have already publicly requested Advisor of AASU Sri Samujjal Bhattacharya to join us for a debate in Srimanta Sankardebava kalakhetra on CAA, NRC and on the factual details of assurances given by Honble HM @AmitShah during his discussion with AASU leadership https://t.co/98hBB3n8tr

— Himanta Biswa Sarma (@himantabiswa) December 26, 2019

টুইটাৰৰ জৰিয়তে প্ৰত্যাহ্বান জনোৱা হিমন্তই কয়, ‘আছুৰ উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য, নাগৰিকত্ব সংশোধনী আইন আৰু ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ সন্দৰ্ভত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আমাৰ সৈতে মুকলি বিতৰ্কত ভাগ লওক’।

২৬ ডিচেম্বৰৰ অৰ্থাৎ বৃহস্পতিবাৰে মন্ত্ৰীগৰাকীয়ে এনেদৰে প্ৰত্যাহ্বান জনোৱাৰ পিছতেই উপদেষ্টাগৰাকীৰ বিপৰীতে একাংশ ছাত্ৰ সন্থাৰ আঞ্চলিক সদস্য তথা নেতা-কৰ্মীয়ে ছ’চিয়েল মিডিয়াযোগে মন্ত্ৰীগৰাকীক উভতি ধৰা পৰিলক্ষিত হৈছে।

ফেইচবুকত এজন ছাত্ৰ সন্থাৰ সদস্যই লিখিছে ‘আছুৰ যিকোনো শাখা এটাৰ সভাপতি-সম্পাদকক মাতক, যাবলৈ সাজু- আপুনি স্থান কাল ঠিক কৰক। আগতেও কৈছিলো আজিও ক’লো’।

উল্লেখ্য যে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে চলা এই ব্যাপক প্ৰতিবাদী আন্দোলনক একপ্ৰকাৰ তুচ্চ-তাচ্ছিল্য কৰাৰ উদ্দেশ্যেই মন্ত্ৰী হিমন্তই এনেধৰণৰ মন্তব্য প্ৰদান কৰা বুলি বিভিন্নজনে উল্লেখ কৰিছে।

Recent News

গোৱালপাৰাত পুনৰ বুলড’জাৰৰ সন্ত্ৰাস! পাইকান সংৰক্ষিত বনাঞ্চলত বেদখলকাৰীক উচ্ছেদৰ নিৰ্দেশ

গোৱালপাৰাত পুনৰ বুলড’জাৰৰ সন্ত্ৰাস! পাইকান সংৰক্ষিত বনাঞ্চলত বেদখলকাৰীক উচ্ছেদৰ নিৰ্দেশ

টেক্সাছত ভয়ংকৰ বান : মৃত্যুৰ সংখ্যা ৮১ লৈ বৃদ্ধি, এতিয়াও সন্ধানহীন ৪১ গৰাকী

টেক্সাছত ভয়ংকৰ বান : মৃত্যুৰ সংখ্যা ৮১ লৈ বৃদ্ধি, এতিয়াও সন্ধানহীন ৪১ গৰাকী

সলনি হ’ল আইচিচিৰ চিইঅ’ : আইচিচিৰ চিইঅ’ হ’ল সংযোগ গুপ্তা

সলনি হ’ল আইচিচিৰ চিইঅ’ : আইচিচিৰ চিইঅ’ হ’ল সংযোগ গুপ্তা

কেনিয়াত হিংসাত্মক ৰূপ ধাৰণ কৰিছে প্ৰতিবাদে : কমেও দুজন লোকৰ মৃত্যু

কেনিয়াত হিংসাত্মক ৰূপ ধাৰণ কৰিছে প্ৰতিবাদে : কমেও দুজন লোকৰ মৃত্যু

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd