• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

আদানী গ্ৰুপত বিনিয়োগৰ ফল! আদানী গ্ৰুপৰ লগতে ডুবিছে LIC

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 24, 2023 11:55 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

হিণ্ডেনবাৰ্গৰ প্ৰতিবেদন প্ৰকাশ পাৱোৰা পিছত আদানী গ্ৰুপৰ শ্বেয়াৰ হ্ৰাস পোৱাৰ বাবে এল আই চিয়ে বৃহৎ লোকচানৰ সন্মুখীন হৈছে। আদানী গ্ৰুপৰ ৫ টা বৃহৎ কোম্পানীৰ অংশীদাৰিত্ব থকা ভাৰতীয় জীৱন বীমা নিগমৰ বজাৰ মূল্য প্ৰথমবাৰৰ বাবে ক্ৰয় মূল্যতকৈ নিম্নগামী হৈছে।

বৃহস্পতিবাৰে আদানী গ্ৰুপ কোম্পানীসমূহৰ (অম্বুজা চিমেণ্ট আৰু এচিচি বাদ দি) এলআইচিৰ অংশীদাৰিত্বৰ বজাৰ মূল্য ২৬,৮৬১.৯ কোটি টকা আছিল, যিটো ক্ৰয় মূল্য ৩০,১২৭ কোটি টকাতকৈ প্ৰায় ১১ শতাংশ কম।

উল্লেখ্য, আদানী গ্ৰুপৰ কোম্পানীসমূহৰ ভিতৰত এল আই চি হৈছে সৰ্ববৃহৎ ঘৰুৱা শ্বেয়াৰহোল্ডাৰ। ২০২২ চনৰ ডিচেম্বৰলৈকে আদানী বন্দৰত ৯.১৪ শতাংশ, আদানী গেছত ৫.৯৬ শতাংশ, আদানি এণ্টাৰপ্ৰাইজত ৪.২৩ শতাংশ, আদানি ট্ৰেন্সমিছনত ৩.৬৫ শতাংশ আৰু আদানী সেউজ শক্তিৰ ১.২৮ শতাংশ এল আই চিৰ অংশীদাৰিত্ব আছিল।

২০২২ চনৰ ডিচেম্বৰলৈকে বিগত ৯ টা ত্ৰৈমাসিকত বীমা কোম্পানীটোৱে আদানী গ্ৰুপ কোম্পানীসমূহৰ শ্বেয়াৰ ধাৰাবাহিকভাৱে অধিগ্ৰহণ কৰিছিল। ২০২০ চনৰ ছেপ্টেম্বৰৰ পৰা তালিকাভুক্ত আদানী গ্ৰুপৰ সাতটা কোম্পানীৰ ভিতৰত চাৰিটা কোম্পানীত এল আই চিয়ে অংশীদাৰিত্ব দ্ৰুত গতিত বৃদ্ধি কৰিছিল।

আমেৰিকা যুক্তৰাষ্ট্ৰৰ হিণ্ডেনবাৰ্গ ৰিচাৰ্ছে আদানী গ্ৰুপে ষ্টক মাৰ্কেটত বিত্তীয় জালিয়াতিৰ আশ্ৰয় লোৱাৰ অভিযোগ উত্থাপন কৰি এক প্ৰতিবেদন প্ৰকাশ কৰাৰ পিছতে বিগত প্ৰায় এমাহ ধৰি আদানী গ্ৰুপৰ কোম্পানীসমূহৰ শ্বেয়াৰ ক্ৰমাগতভাৱে হ্ৰাস পাই আহিছে।

আদানী গোটৰ ৯ টা তালিকাভুক্ত কোম্পানীৰ বজাৰ মূলধন বৃহস্পতিবাৰে ৬১ শতাংশ হ্ৰাস পাই ৭,৩৬,৬৭১ কোটি টকা হয়, যিটো প্ৰতিবেদন প্ৰকাশৰ এদিন পূৰ্বে ২৪ জানুৱাৰীত ১৯.১৮ লাখ কোটি টকা আছিল।

বিৰোধীয়ে হিণ্ডেনবাৰ্গ ৰিচাৰ্চ প্ৰতিবেদনত এল আই চিৰ বিনিয়োগ আৰু আদানী গ্ৰুপৰ বেংক এক্সপ’জাৰৰ বিষয়ে উদ্বেগ প্ৰকাশ কৰাৰ পিছত এল আই চিয়ে ৩০ জানুৱাৰীত এক বিবৃতি প্ৰকাশ কৰি আশংকা দূৰ কৰাৰ চেষ্টা কৰিছিল।

এল আই চিয়ে বিবৃতিটোত ‘আদানী গ্ৰুপৰ সকলো কোম্পানীৰ অধীনত বছৰ বছৰ ধৰি ক্ৰয় কৰা ইকুইটিৰ মুঠ ক্ৰয় মূল্য ৩০,১২৭ কোটি টকা আৰু ২০২৩ চনৰ ২৭ জানুৱাৰীত বজাৰ বন্ধৰ সময়ত ইয়াৰ বজাৰ মূল্য ৫৬,১৪২ কোটি টকা’ হোৱা বুলি উল্লেখ কৰিছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মোদীৰ আঙুলি এটাও দেখিবলৈ নাপালো! প্ৰধানমন্ত্ৰীৰ সভালৈ আহি লটিঘটি বহুজনৰ, আদবাটতে ৰৈ থাকিল শ শ বাহন

মোদীৰ আঙুলি এটাও দেখিবলৈ নাপালো! প্ৰধানমন্ত্ৰীৰ সভালৈ আহি লটিঘটি বহুজনৰ, আদবাটতে ৰৈ থাকিল শ শ বাহন

September 14, 2025 9:30 pm
ভাৰত-পাক ক্ৰিকেট মেচক লৈ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈৰ প্ৰতিক্ৰিয়া

ভাৰত-পাক ক্ৰিকেট মেচক লৈ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈৰ প্ৰতিক্ৰিয়া

September 14, 2025 8:30 pm
জন্মদিন উদযাপন কৰিবলৈ মাতি ১২ বছৰীয়া কিশোৰীৰ সৈতে অসৎ কাৰ্যত লিপ্ত দুই যুৱক

জন্মদিন উদযাপন কৰিবলৈ মাতি ১২ বছৰীয়া কিশোৰীৰ সৈতে অসৎ কাৰ্যত লিপ্ত দুই যুৱক

September 14, 2025 7:03 pm
৫.৯ প্ৰাবল্যৰ ভূমিকম্পই জুকাৰি গ’ল উত্তৰ-পূব ভাৰত

৫.৯ প্ৰাবল্যৰ ভূমিকম্পই জুকাৰি গ’ল উত্তৰ-পূব ভাৰত

September 14, 2025 5:49 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মোদীৰ আঙুলি এটাও দেখিবলৈ নাপালো! প্ৰধানমন্ত্ৰীৰ সভালৈ আহি লটিঘটি বহুজনৰ, আদবাটতে ৰৈ থাকিল শ শ বাহন

মোদীৰ আঙুলি এটাও দেখিবলৈ নাপালো! প্ৰধানমন্ত্ৰীৰ সভালৈ আহি লটিঘটি বহুজনৰ, আদবাটতে ৰৈ থাকিল শ শ বাহন

September 14, 2025 9:30 pm
ভাৰত-পাক ক্ৰিকেট মেচক লৈ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈৰ প্ৰতিক্ৰিয়া

ভাৰত-পাক ক্ৰিকেট মেচক লৈ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈৰ প্ৰতিক্ৰিয়া

September 14, 2025 8:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd