• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 3, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মাজুলীৰ ঐতিহাসিক বংশীগোপাল নাট্য মন্দিৰৰ শতবর্ষ উদযাপন

মিটু খাটনিয়াৰ by মিটু খাটনিয়াৰ
August 23, 2019 2:28 pm
Screenshot_20190823

ফটো : নৰ্থ-ইষ্ট নাও

341
VIEWS
Share on FacebookShare on Twitter

মাজুলীৰ ঐতিহাসিক গড়মূৰ সত্ৰৰ ঐতিহাসিক বংশীগোপাল নাট্য মন্দিৰে আজি সম্পূৰ্ণ কৰিলে গৌৰৱোজ্জ্বল শত বৰ্ষ।

অসমৰ দ্বিতীয় প্ৰাচীন ৰংগমঞ্চতেই সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাক বকুল বনৰ কবি আনন্দ ছন্দ্ৰ বৰুৱাই প্ৰদান কৰিছিল সুধাকণ্ঠ উপাধি।

আজি কৃষ্ণ জন্মাষ্টমীৰ দিনাই ১০০ বছৰ অতিক্ৰম কৰিছে এই নাট্য মন্দিৰে। মাজুলীৰ প্ৰথম মঞ্চ  ৰাস লীলাৰ শুভাৰম্ভ হৈছিল বংশীগোপাল নাট্য মন্দিৰত।

স্বাধীনতা সংগ্ৰামী সত্ৰাধিকাৰ পীতাম্বৰ দেৱ গোস্বামীৰ দ্বাৰা ৰচিত নাটেৰে আৰম্ভ হৈছিল ৰাস লীলাৰ।

পীতাম্বৰ দেৱ গোস্বামী আছিল একেধাৰে সমাজ সংস্কাৰক, সাহিত্যিক, প্ৰাচ্যতত্ত্ববিদ, মক্তিযুঁজাৰু আৰু ৰাজনীতিক। অসমৰ ভৌগোলিক পৰিমণ্ডলৰ পৰা বিচ্ছিন্ন মাজুলীৰ দৰে ঠাইত উনবিংশ শতিকাত জন্মগ্ৰহণ কৰি আজীৱন পৰিশ্ৰম কৰি মাজুলীৰ শিক্ষা, সামাজিক আৰু সাংস্কৃতিক ক্ষেত্ৰত উন্নত ঠাই ৰূপে গঢ়ি তুলিবলৈ আপ্ৰাণ চেষ্টা চলাইছিল এইগৰাকী ব্যক্তিয়ে।

এই মহাপুৰুষ জনাৰ প্ৰচেষ্টাতে গঢ় লৈ উঠা বংশী গোপাল নাট্য মন্দিৰৰে আজি ১০০ বছৰ পূৰ্ণ কৰিলে। এই উপলক্ষে গড়মূৰ বংশী গোপাল নাট্য মন্দিৰত পুৱাৰ পৰা আৰম্ভ হয় বৰ্ণাঢ্য কাৰ্যসূচী।

পুৱা পতাকা উত্তোলন, উষা কীৰ্ত্তন আৰু যুৱতী সকলৰ দ্বাৰা কোৰাছ পৰিবেশন কৰা হয়। তাৰ পাছতে শিল্পী সকলৰ দ্বাৰা ১০০ খন পতাকা উত্তোলন কৰা হয়।

দিনত বিভিন্ন সাংস্কৃতিক কাৰ্যসূচীৰ লগতে মুকলি সভা আৰু নিশা যুৱতী সকলৰ দ্বাৰা মঞ্চস্থ কৰা হ’ব সীতা হৰণ বালি বধ ভাওনাৰ।

অসমৰ বিভিন্ন প্ৰান্তৰ গণ্য মান্য ব্যক্তি সকলে শতবৰ্ষৰ এই অনু্ঠানত অংশ গ্ৰহণ কৰে।

Recent News

চৰ্দি হৈছে নে চাইনাছ হৈছে কেনেকৈ জানিব? যদি আপুনি কোনো লক্ষণ লক্ষ্য কৰে, তেন্তে আপুনি সাৱধান হোৱা উচিত?

চৰ্দি হৈছে নে চাইনাছ হৈছে কেনেকৈ জানিব? যদি আপুনি কোনো লক্ষণ লক্ষ্য কৰে, তেন্তে আপুনি সাৱধান হোৱা উচিত?

গৰুখুটি বহুমুখী কৃষি প্ৰকল্পৰ গীৰ গাই প্ৰসংগত চিপিআই(এম)ৰ সংবাদমেল

গৰুখুটি বহুমুখী কৃষি প্ৰকল্পৰ গীৰ গাই প্ৰসংগত চিপিআই(এম)ৰ সংবাদমেল

অসমলৈ অসুস্থ গীৰ গাই অনাৰ বাবে জগৰীয়া কোন? গৰুখুঁটি প্ৰকল্পৰ কেলেংকাৰীৰ চিবিআই তদন্ত বিচাৰিলে কংগ্ৰেছে

অসমলৈ অসুস্থ গীৰ গাই অনাৰ বাবে জগৰীয়া কোন? গৰুখুঁটি প্ৰকল্পৰ কেলেংকাৰীৰ চিবিআই তদন্ত বিচাৰিলে কংগ্ৰেছে

গুৱাহাটীৰ পানীযোগানৰ দাবীত নাগৰিক ঐক্য মঞ্চ

গুৱাহাটীৰ পানীযোগানৰ দাবীত নাগৰিক ঐক্য মঞ্চ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd