• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, June 1, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

চোৰাং চিকাৰীৰ নতুন কৌশল; ওৰাং ৰাষ্ট্ৰীয় উদ্যানত হত্যা নকৰাকৈয়ে কাটি নিলে গঁড়ৰ খড়্গ

ময়ূখ গোস্বামী, মঙলদৈ by ময়ূখ গোস্বামী, মঙলদৈ
May 12, 2022 7:01 pm
ফটো: নৰ্থইষ্ট নাও।

ফটো: নৰ্থইষ্ট নাও।

168
VIEWS
Share on FacebookShare on Twitter

ওৰাং ৰাষ্ট্ৰীয় উদ্যানত গঁড়ৰ চোৰাং চিকাৰীয়ে নতুন কৌশল গ্ৰহণ কৰাৰ কথা পোহৰলৈ আহিছে। এই নতুন কৌশলত এটা প্ৰাপ্তবয়স্ক গঁড়ৰ খড়্গটো গুলীয়াই বা গঁড়টোক আঘাত নকৰাকৈ কাটি নিয়া হৈছে। 

মঙলদৈ বন্যপ্ৰাণী বিভাগৰ ডিএফঅ’ প্ৰদীপ্ত বৰুৱাই বৃহস্পতিবাৰে সংবাদ মাধ্যমৰ আগত এই কথা জানিবলৈ দিয়ে। 

তেওঁ কয় যে খড়্গ নোহোৱা গঁড়টো যোৱা ৯ মে’ৰ দিনা উদ্যানখনৰ মাগুৰমাৰি জুৰিয়াপুখুৰী অঞ্চলত বনৰক্ষীৰ নিয়মীয়া হাতীৰে চলোৱা টহলৰ সময়ত প্ৰথম দেখা গৈছিল।

লগতে পঢ়ক: কাইলৈ গুৱাহাটী মহানগৰীত ২৪ ঘণ্টাৰ বাবে বন্ধ থাকিব সকলো পেট্ৰ’ল পাম্প

প্ৰথমে এইটো গঁড়বোৰৰ মাজত ঘটা জংঘলৰ যুঁজৰ ঘটনা বুলি ভবা হৈছিল। কিন্তু ৰাজ্যিক চিৰিয়াখানাৰ বিশেষজ্ঞ পশু চিকিৎসক আহি গঁড়টো চেতনাহীন (ট্ৰেংকুলাইজ) কৰি পৰীক্ষা কৰাত গঁড়টোৰ কোনো আঘাত হোৱা নাই বুলি গম পোৱা যায়।

চেতনানাশক ব্যৱহাৰ কৰি কেইদিনমান পূৰ্বে খড়্গটো কাটি পেলোৱা হৈছিল বুলি সন্দেহ কৰা হৈছে। ডিএফঅ’ বৰুৱাই নিশ্চিত কৰে যে ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ ইতিহাসত পূৰ্বতে এনে ধৰণৰ কোনো চোৰাং চিকাৰ কৌশল গ্ৰহণ কৰাৰ দৃষ্টান্ত নাই।

লগতে পঢ়ক: ভাল খৱৰ: অসমীয়া ভাষালৈ গুগলৰ ঐতিহাসিক স্বীকৃতি

এই ঘটনাই বন বিভাগক শংকিত কৰি তুলিছে।  তেওঁলোকে চোৰাং চিকাৰীসকলৰ সন্ধানত অভিযান আৰম্ভ কৰিছে। অৱশ্যে এই প্ৰতিবেদন দাখিল কৰালৈকে কাকো গ্ৰেপ্তাৰ কৰা হোৱা নাই।

Recent News

থাইৰয়ড নিয়ন্ত্ৰণৰ বাবে উপকাৰী ৫ টা খাদ্য: পঢ়ক সবিশেষ…

থাইৰয়ড নিয়ন্ত্ৰণৰ বাবে উপকাৰী ৫ টা খাদ্য: পঢ়ক সবিশেষ…

‘শৃংখল চলিহা আৰু বীৰ লাচিত সেনাৰ ডাঙৰ মানুহৰ লগত যুদ্ধ কৰিবলৈ সাহস নাই’, কৃষক নেতা বিদ্যুৎ শইকীয়াৰ মন্তব্য

‘শৃংখল চলিহা আৰু বীৰ লাচিত সেনাৰ ডাঙৰ মানুহৰ লগত যুদ্ধ কৰিবলৈ সাহস নাই’, কৃষক নেতা বিদ্যুৎ শইকীয়াৰ মন্তব্য

অপাৰেশ্যন সিন্দুৰ সন্দৰ্ভত বিতৰ্কিত মন্তব্য কৰি কাৰাগাৰৰ আলহী হ’ল সুন্দৰী!

অপাৰেশ্যন সিন্দুৰ সন্দৰ্ভত বিতৰ্কিত মন্তব্য কৰি কাৰাগাৰৰ আলহী হ’ল সুন্দৰী!

অপাৰেশ্যন সিন্দুৰৰ সময়ত পাকিস্তানে ভাৰতৰ যুদ্ধ বিমান ধ্বংস কৰিছিল! সেনাপ্ৰধানৰ মন্তব্যত দেশজুৰি তোলপাৰ

অপাৰেশ্যন সিন্দুৰৰ সময়ত পাকিস্তানে ভাৰতৰ যুদ্ধ বিমান ধ্বংস কৰিছিল! সেনাপ্ৰধানৰ মন্তব্যত দেশজুৰি তোলপাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd