• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, June 29, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

দুই অকণি ভগ্নীয়ে সেউজীয়া আৰু পৰিষ্কাৰ কৰি তুলিছে নগালেণ্ডৰ ক’হিমাক

এন ই নাও নিউজ by এন ই নাও নিউজ
March 9, 2020 11:25 am
A young girl%u2019s effort to make Kohima beautifulggg

প্ৰতিনিধিত্বমূলক ফ'টো

10.6k
VIEWS
Share on FacebookShare on Twitter

এগৰাকী ১২ বছৰীয়া কিশোৰী আন গৰাকী ৯ বছৰীয়া। দুয়ো সম্বন্ধত ভগ্নী।

নাম জেন্টিনা য়াউমেই ছাংখু আৰু কীৰেন্নাৰ’ য়াউমেই ছাংখু।

প্ৰকৃতি আৰু পৰিৱেশ সংৰক্ষণৰ এই দুই কিশোৰী ভগ্নীয়ে চৰ্চা লাভ কৰিছে সংবাদ মাধ্যমত।

আজিৰ পৰা দুবছৰ পূৰ্বে দুয়োগৰাকীয়ে আৰম্ভ কৰিছিল ‘এনভাইৰনমেন্টেলি কনচিয়াছ চিল্ড্ৰেন অৰ্গেনাইজেশ্যন’ (ECCO)নামৰ এক ইক’ফ্ৰণ্ডলি ক্লাব।এই ক্লাবৰ যোগেদি দুই ভগ্নীয়ে শিশুসকলক পৰিৱেশৰ প্ৰতি সচেতন কৰাৰ লগতে গৃহ চহৰ ক’হিমাক গঢ়ি তুলিছে সেউজ আৰু পৰিষ্কাৰ চহৰ হিচাপে।

২০১৮ চনত জেন্টিনা আৰু কীৰেন্নাৰ’এ  ECCOৰ প্ৰতিষ্ঠা কৰিছিল। ECCO ৰ ১৫ গৰাকী শিশুৱে প্ৰতি মাহে সভা পাতি মাহেকীয়া আঁচনি যুগুত কৰি সেই আঁচনিক ৰূপায়ণ কৰে।

তেওঁলোকক লগত লৈ দুই ভগ্নীয়ে ক’হিমা চহৰত পৰি থকা পুনৰ ব্যৱহাৰ্যহীন সামগ্ৰী, পলিথিন জাতীয় আৱৰ্জনাবোৰো বুটলি আনি পৰিষ্কাৰ কৰে।

ফল মূলৰ গছ ৰূপন, পৰিৱেশ পৰিষ্কাৰ কৰাৰ লগতে ক’হিমাৰ সৌন্দৰ্যবৰ্দ্ধন আৰু পৰিৱেশ সংৰক্ষণৰ কামো কৰি আহিছে।

ECCOৰ ‘জুনিয়ৰ গ্ৰুপ’ গঠন কৰি তাৰ দ্বাৰা ৪ৰ পৰা ৭ বছৰ শিশুক পৰিৱেশ সংৰক্ষণ সম্পৰ্কীয় শিক্ষা দিয়াৰ ব্যৱস্থাও কৰিছে।

জেন্টিনাই ইতিমধ্যে নাগালেণ্ডৰ মুখ্যমন্ত্ৰীলৈ এখন পত্ৰ প্ৰেৰণ কৰিছে; য’ত তাই লিখিছে যে ক’হিমাৰ শিশুসকলক এখন পৰিষ্কাৰ সেউজ ক’হিমাত জীৱন উদযাপন কৰিবলৈ দয়ক।

Recent News

সংখ্যালঘুৰ বিৰুদ্ধে অপৰাধ তুংগত; মোডীৰ ভাৰতত যোৱা এবছৰৰ প্ৰতিবেদনক কেন্দ্ৰ কৰি চাঞ্চল্য

সংখ্যালঘুৰ বিৰুদ্ধে অপৰাধ তুংগত; মোডীৰ ভাৰতত যোৱা এবছৰৰ প্ৰতিবেদনক কেন্দ্ৰ কৰি চাঞ্চল্য

পুৰীৰ ৰথ যাত্ৰাত বিশৃংখল পৰিস্থিতি! পদপিষ্ট হৈ তিনিজন লোকৰ মৃত্যু হয়, বহু লোক আহত

পুৰীৰ ৰথ যাত্ৰাত বিশৃংখল পৰিস্থিতি! পদপিষ্ট হৈ তিনিজন লোকৰ মৃত্যু হয়, বহু লোক আহত

২০০০ কোটি টকাৰ বাৰ্ষিক দৰমহা, ব্যক্তিগত বিমান, ৰান্ধনী-কৰ্মচাৰীৰ সৈতে ‘আল নাছৰ’ৰ সৈতে চুক্তি স্বাক্ষৰ ক্ৰিষ্টিয়ানো ৰোনাল্ডোৰ

২০০০ কোটি টকাৰ বাৰ্ষিক দৰমহা, ব্যক্তিগত বিমান, ৰান্ধনী-কৰ্মচাৰীৰ সৈতে ‘আল নাছৰ’ৰ সৈতে চুক্তি স্বাক্ষৰ ক্ৰিষ্টিয়ানো ৰোনাল্ডোৰ

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd