• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ক্ষুধা নিবাৰণত চূড়ান্ত ব্যৰ্থ হিমন্ত বিশ্বৰ চৰকাৰ, ৰাষ্ট্ৰীয় পৰিয়াল আৰু স্বাস্থ্য মন্ত্ৰালয়ৰ জৰীপে উদঙালে অসমৰ পৰিস্থিতি

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 20, 2023 7:31 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিশ্বৰ ভিতৰতে সৰ্বাধিক খাদ্য সুৰক্ষা তথা ৰাজহুৱা খাদ্যৰ বিতৰণৰ ব্যৱস্থা থকা দেশখনেই হৈছে ভাৰত। ইয়াৰ পিছতো ভাৰতে খাদ্য সুৰক্ষাৰ ক্ষেত্ৰত বিশ্বৰ পিছপৰা দেশবোৰৰ তালিকাত স্থান লাভ কৰিছে। অকল্পনীয় ক্ষুধা আৰু অপুষ্টিৰ সমস্যাত জৰ্জৰিত হৈ আছে ভাৰত।

২০২২ চনৰ গ্ল’বেল হাংগাৰ ইনডেক্সত অৰ্থাৎ বিশ্ব ক্ষুধা সূচাংকত ১২১ খন দেশৰ ভিতৰত ১০৭ নম্বৰ স্থানত আছিল ভাৰত। আনকি নাইজেৰিয়া আৰু পাকিস্তানতকৈও অৱনমিত আছিল ভাৰতৰ ক্ষুধা সূচাংক। 

গ্ল’বেল হাংগাৰ ইনডেস্কে চাৰিটা সূচক ব্যৱহাৰ কৰি দেশ সমূহত এই পৰিসংখ্যা নিৰ্ণয় কৰে। গ্ল’বেল হাংগাৰ ইনডেস্কে  অপুষ্টিৰ পৰিমাণ, পাঁচ বছৰৰ তলৰ বয়সৰ শিশুৰ উচ্চতা, পাঁচ বছৰৰ তলৰ শিশুৰ ওজন আৰু পাঁচ বছৰৰ তলৰ শিশুৰ মৃত্যুৰ হাৰ গণনা কৰি এই সূচাংক নিৰ্ণয় কৰে। 

কেলৰিৰ অভাৱৰ বাহিৰেও একেবোৰ সূচক ব্যৱহাৰ কৰি SHI অৰ্থাৎ ৰাষ্ট্ৰীয় ক্ষুধা সূচাংক গণনা কৰা হয় ।  বি এম আই অৰ্থাৎ উচ্চতা অনুসৰি শৰীৰৰ ওজনৰ অনুপাত পৰীক্ষা কৰি এই ৰাষ্ট্ৰীয় ক্ষুধা সূচাংক গণনা কৰা হয়। কিন্তু পৰিতাপৰ কথা যে ২০১২ চনৰ পিছৰে পৰা ভাৰত চৰকাৰে ৰাষ্ট্ৰীয় ক্ষুধা সূচাংকৰ বাবে কোনো জৰীপ চলোৱা নাই। 

২০১২ চনত ৰাষ্ট্ৰীয় পৰিয়াল স্বাস্থ্য জৰীপে প্ৰকাশ কৰা ৰাষ্ট্ৰীয় ক্ষুধা সূচাংকত বিহাৰ, ঝাৰখণ্ড, আৰু ছত্তীশগড়ে লাভ কৰিছে ভয়াৱহ স্থান। এই প্ৰতিবেদন অনুসৰি ক্ষুধা আৰু অপুষ্টিৰ তালিকাত বিহাৰ, ঝাৰখণ্ড, আৰু ছত্তীশগড়ৰ পিছতেই গুজৰাট, উত্তৰ প্ৰদেশ, অসম, ওড়িশা, মধ্যপ্ৰদেশ, ত্ৰিপুৰা আৰু মহাৰাষ্ট্ৰই স্থান লাভ কৰিছে। 

আনহাতে, এই তালিকাত আগস্থানত আছে চণ্ডীগড়, ছিকিম, পুডুচেৰী আৰু কেৰালা। এই ৰাজ্যসমূহৰ লগতে ৰাষ্ট্ৰীয় ক্ষুধা সূচাংকত মজলীয়া স্থানত আছে মণিপুৰ, মিজোৰাম, পঞ্জাৱ, দিল্লী, অৰুণাচল প্ৰদেশ, আন্দামান-নিকোবৰ আৰু তামিলনাডু। এই কেইখন ৰাজ্যৰ বাহিৰে আন সকলো ৰাজ্যৰেই ক্ষুধা সূচাংক অতি দুখলগা। 

উল্লেখ্য যে, যোৱা ডেৰ দশকত ক্ষুধা সূচাংকত ভাৰতৰ স্থান কেলৰিৰ অভাৱ আৰু শিশুৰ ব্যাপক অপুষ্টিৰ বাবেই অৱনতি ঘটিছে। 

ৰাষ্ট্ৰসংঘৰ খাদ্য আৰু কৃষি সংস্থাৰ মতে ২০১৭ চনৰ পৰা ভাৰতত কেলৰিৰ অভাৱৰ অনুপাত বৃদ্ধি পাই ২০২০ চনত ১৬.৩ শতাংশ হৈছেগৈ, যিটো ২০০৯ চনৰ পৰিসংখ্যাৰ সমতুল্য। 

ৰাষ্ট্ৰীয় ক্ষুধা সূচাংক অনুসৰি, ভাৰতত পাঁচ বছৰৰ তলৰ শিশুৰ এক তৃতীয়াংশই থাকিবলগীয়া ওজনতকৈ কম ওজনৰ। 

উল্লেখযোগ্য যে ২০১১-১২ চনৰ পিছত চৰকাৰে পুষ্টি গ্ৰহণৰ ওপৰত কোনো ৰাষ্ট্ৰীয় জৰীপ (এন এছ এছ) চলোৱা নাই। সেয়ে, ভাৰতত এই সময়ত কিমান শিশু অপুষ্টিত আছে, কিমান লোক ক্ষুধাৰ্ত সেই তথ্য চৰকাৰৰ হাতত নাই।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নতুন দিল্লীত কংগ্ৰেছত যোগদান অগপৰ নেতা সত্যব্ৰত কলিতা, বিজেপিৰ প্ৰাক্তন বিধায়ক বিনন্দ শইকীয়া আৰু মনছিং ৰংপিৰ

নতুন দিল্লীত কংগ্ৰেছত যোগদান অগপৰ নেতা সত্যব্ৰত কলিতা, বিজেপিৰ প্ৰাক্তন বিধায়ক বিনন্দ শইকীয়া আৰু মনছিং ৰংপিৰ

September 8, 2025 9:30 pm
আই চি ইউ পৰাই এন্দুৰে ছিঙি নিলে নৱজাতকৰ আঙুলি : ৩ দিনৰ পিছতহে মৃতদেহ গতালে চিকিৎসালয়ে

আই চি ইউ পৰাই এন্দুৰে ছিঙি নিলে নৱজাতকৰ আঙুলি : ৩ দিনৰ পিছতহে মৃতদেহ গতালে চিকিৎসালয়ে

September 8, 2025 9:00 pm
প্ৰধানমন্ত্ৰী মোদীৰ ভ্ৰমণৰ পূৰ্বে হাতী কৰিড’ৰত বাঁহৰ বেৰিকেড! ক্ষুব্ধ স্থানীয় ৰাইজৰ প্ৰতিবাদ

প্ৰধানমন্ত্ৰী মোদীৰ ভ্ৰমণৰ পূৰ্বে হাতী কৰিড’ৰত বাঁহৰ বেৰিকেড! ক্ষুব্ধ স্থানীয় ৰাইজৰ প্ৰতিবাদ

September 8, 2025 8:50 pm
কাঠফুলা খুৱাই হত্যা নিজ পৰিয়ালক! তিনিবাৰকৈ যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি এৰিন পেটাৰছনক

কাঠফুলা খুৱাই হত্যা নিজ পৰিয়ালক! তিনিবাৰকৈ যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি এৰিন পেটাৰছনক

September 8, 2025 8:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নতুন দিল্লীত কংগ্ৰেছত যোগদান অগপৰ নেতা সত্যব্ৰত কলিতা, বিজেপিৰ প্ৰাক্তন বিধায়ক বিনন্দ শইকীয়া আৰু মনছিং ৰংপিৰ

নতুন দিল্লীত কংগ্ৰেছত যোগদান অগপৰ নেতা সত্যব্ৰত কলিতা, বিজেপিৰ প্ৰাক্তন বিধায়ক বিনন্দ শইকীয়া আৰু মনছিং ৰংপিৰ

September 8, 2025 9:30 pm
আই চি ইউ পৰাই এন্দুৰে ছিঙি নিলে নৱজাতকৰ আঙুলি : ৩ দিনৰ পিছতহে মৃতদেহ গতালে চিকিৎসালয়ে

আই চি ইউ পৰাই এন্দুৰে ছিঙি নিলে নৱজাতকৰ আঙুলি : ৩ দিনৰ পিছতহে মৃতদেহ গতালে চিকিৎসালয়ে

September 8, 2025 9:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd