• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বক্স অফিচত ধুমুহা : দুসপ্তাহত কিমান টকা উপাৰ্জন কৰিলে ‘দ্য কেৰেলা ষ্ট’ৰি’-এ ?‎

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 13, 2023 7:39 pm
14.2k
VIEWS
Share on FacebookShare on Twitter

কেৰালা ষ্ট’ৰিয়ে’সমগ্ৰ দেশতে তোলপাৰ লগাইছে। সুদীপ্ত সেনৰ পৰিচালনাত আদা শৰ্মাৰ মুখ্য  অভিনয়ত এই ছবিখন দেশৰ বিভিন্ন ৰাজ্যৰ লগতে পশ্চিম বংগতো নিষিদ্ধ কৰা হৈছে।

কিন্তু এই সকলোবোৰৰ মাজতো বক্স অফিচৰ সংগ্ৰহত বিশেষ প্ৰভাৱ পৰা নাই। মুক্তিৰ পিছৰে পৰা এই ছবিখনে অভিলেখ সৃষ্টি কৰি আহিছে। আনকি ছলমান খান আৰু আমিৰ খানকো বক্স অফিচত পিছ পেলাইছে কেৰেলা ষ্ট’ৰিয়ে।

বৃহস্পতিবাৰে আমিৰ খান অভিনীত ‘লাল সিং চাধা‘ শীৰ্ষক চিনেমাখনো পিছ পেলাই দ্য কেৰেলা ষ্ট‘ৰীয়ে। আমিৰ খান অভিনীত ছবিখনে বক্স অফিচত উপাৰ্জন কৰিছিল ৬৯.৯২ কোটি টকা। কিন্তু  দ্য কেৰেলা ষ্ট’ৰীয়ে মাত্ৰ ৭ দিনতে এই সংখ্যা অতিক্ৰম কৰিলে।  ‘দ্য কেৰেলা ষ্ট’ৰী’-এ মুক্তিৰ পাছত সমগ্ৰ দেশতে মুঠ ৮১.৩৬ কোটি টকাৰ ব্যৱসায় কৰিবলৈ সক্ষম হৈছে।

বক্স অফিচ বিশেষজ্ঞ তৰণ আদৰ্শে টুইটাৰযোগে দাবী কৰে যে, ‘দ্য কেৰেলা ষ্ট’ৰী’-এ অতি সোনকালে ২০০ কোটি টকা উপাৰ্জন কৰিব। আনকি ২৫০ কোটি টকাৰ উপাৰ্জন কৰাটোও ছবিখনৰ বাবে বেছি টান নহ’ব। এই ছবিখনৰ আয় প্ৰথম সপ্তাহতকৈ দ্বিতীয় সপ্তাহত অধিক বৃদ্ধি পাব।

উল্লেখ্য যে দৰ্শকৰ বাহিৰেও সমালোচকৰ মাজতো এই ছবিখনক লৈ যথেষ্ট চৰ্চা চলিছে। আনকি এই ছবিখনক কেন্দ্ৰ কৰি ৰাজনৈতিক মহলটোও উত্তপ্ত হৈ পৰিছে।

Recent News

ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে সামৰিক অভিযানৰ বাতৰি প্ৰকাশ কৰাত সংযমী হ’বলৈ আহ্বান প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ

ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে সামৰিক অভিযানৰ বাতৰি প্ৰকাশ কৰাত সংযমী হ’বলৈ আহ্বান প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ

ভাৰতীয় সেনাৰ অভিযানক সকলোকে নিঃচৰ্ত সমৰ্থন জনোৱাৰ আহ্বান সাংসদ অজিত কুমাৰ ভূঞাৰ

ভাৰতীয় সেনাৰ অভিযানক সকলোকে নিঃচৰ্ত সমৰ্থন জনোৱাৰ আহ্বান সাংসদ অজিত কুমাৰ ভূঞাৰ

সীমান্তত অনুপ্ৰৱেশৰ অপচেষ্টা কৰা ৭ টা সন্ত্ৰাসবাদী নিহত, পাক ৰেঞ্জাৰৰ পোষ্টো ধ্বংস- জনালে BSF-এ

সীমান্তত অনুপ্ৰৱেশৰ অপচেষ্টা কৰা ৭ টা সন্ত্ৰাসবাদী নিহত, পাক ৰেঞ্জাৰৰ পোষ্টো ধ্বংস- জনালে BSF-এ

বেলুচ বিদ্ৰোহীয়ে দখল কৰিলে কুৱেটা! পাকিস্তানী সৈন্যবাহিনীৰ পলায়ন

বেলুচ বিদ্ৰোহীয়ে দখল কৰিলে কুৱেটা! পাকিস্তানী সৈন্যবাহিনীৰ পলায়ন

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd