• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, June 22, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ভাৰতত মাত্ৰ ৫, পাকিস্তানত ৫০ :: ১ পেকেট পাৰ্লে জি বিস্কুটৰ দাম আমেৰিকাত কিমান?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 10, 2023 9:32 pm
8.6k
VIEWS
Share on FacebookShare on Twitter

গৰম গৰম চাহ বা কফিকাপৰ লগত পূৱা বা গধূলি পাৰ্লে জি বিস্কুটৰ সোৱাদ লৈ নোপোৱা ব্যক্তি কিজানি ভাৰতত খুব কমেই ওলাব। ভাৰতত বিক্ৰী হোৱা এটা জনপ্ৰিয় বিস্কুটৰ নাম হৈছে পাৰ্লে জি।

আজিৰ তাৰিখত পাৰ্লে-জি কেৱল ব্ৰেণ্ড নাম নহয়, বা ই কেৱল বিস্কুট নহয়। পাৰ্লে জি হৈছে এটা আৱেগৰ নাম।

এই বিস্কুট ধনীৰ পৰা দুখীয়ালৈকে সকলো শ্ৰেণীৰ লোকৰ মাজত অতি জনপ্ৰিয়। পাৰ্লে জিৰ অবিহনে আমি আমাৰ স্কুলীয়া জীৱনৰ অতীত ৰোমন্থন কৰিব নোৱাৰো। টিফিন বক্সত পাৰ্লে জি বিস্কুট লৈ যোৱাৰ কথা হয়তো সকলোৰে মনত আছে।

পাৰ্লে জি বিস্কুটৰ যাত্ৰা আৰম্ভ হৈছিল মুম্বাইৰ ভিলে পাৰ্লে অঞ্চলৰ এটা পুৰণি কাৰখানাত। মোহনলাল দয়াল নামৰ ব্যক্তিগৰাকীয়ে ১৯২৯ চনত এই কাৰখানাটো ক্ৰয় কৰিছিল। তাৰ পিছত মোহনলাল দয়ালে এই কাৰখানাত মিঠাই বনাবলৈ আৰম্ভ কৰিলে। তাৰ পিছত ১৯৩৮ চনত প্ৰথমবাৰৰ বাবে এই কাৰখানাত পাৰ্লে গ্লুকো নামৰ বিস্কুটৰ উৎপাদন আৰম্ভ হয়। ১৯৮০ চনৰ পিছত পাৰ্লে গ্লুকোক চুটি কৰি পাৰ্লে জি বুলি কোৱা হয়। পাৰ্লে জিত থকা “জি” ৰ অৰ্থ হ’ল গ্লুক’জ।

এই বিস্কুট যিমান সস্তীয়া সিমানেই সুস্বাদু। আপুনি হয়তো নাজানে যে পাৰ্লে জি কেৱল ভাৰততে নহয় বিদেশতো অতি জনপ্ৰিয়। আমেৰিকা যুক্তৰাষ্ট্ৰৰ দৰে দেশতো পাৰ্লে জি বিক্ৰী হয়। আমাৰ চুবুৰীয়া দেশ পাকিস্তানতো পাৰ্লে জিৰ চাহিদা আছে। কিন্তু এই দেশবোৰত পাৰ্লে জিৰ দাম কিমান জানেনে?

বৰ্তমান ভাৰতত ৬৫গ্ৰাম পাৰ্লে জি বিস্কুটৰ এটা পেকেটৰ দাম মাত্ৰ ৫ টকা।

আমেৰিকাত ৫৬.৫ গ্ৰাম ওজনৰ ৮ পাৰ্লে জি বিস্কুটৰ পেকেট ১ ডলাৰত বিক্ৰী হয়। অৰ্থাৎ আজিৰ তাৰিখত ভাৰতীয় মূল্যৰ হিচাপত ৮০.৫০ টকাৰ বিনিময়ত আমেৰিকাত ৮ পেকেট সৰু পাৰ্লি জি বিস্কুটৰ পেকেট কিনিবলৈ পোৱা যায়।

পাৰ্লে জি বিস্কুটৰ এটা পেকেটৰ দাম পাকিস্তানত ৫০ টকা।

Recent News

দুৰ্নীতিগ্ৰস্ত বিষয়াসকলক সুৰক্ষা প্ৰদান কৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পদত্যাগৰ দাবী ডিৱাইএফ‌আই-ৰ

দুৰ্নীতিগ্ৰস্ত বিষয়াসকলক সুৰক্ষা প্ৰদান কৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পদত্যাগৰ দাবী ডিৱাইএফ‌আই-ৰ

হাৰ্ভাৰ্ডৰ বিদেশী ছাত্ৰ-ছাত্ৰীক লক্ষ্য কৰি আদালতৰ কঠোৰ সমালোচনাৰ সন্মুখীন ড’নাল্ড ট্ৰাম্প

হাৰ্ভাৰ্ডৰ বিদেশী ছাত্ৰ-ছাত্ৰীক লক্ষ্য কৰি আদালতৰ কঠোৰ সমালোচনাৰ সন্মুখীন ড’নাল্ড ট্ৰাম্প

সোনম ৰঘুবংশী আৰু ৰাজ কুশৱাহাক জে’ললৈ প্ৰেৰণৰ নিৰ্দেশ জিলা সত্ৰ ন্যায়াধীশৰ আদালতৰ

সোনম ৰঘুবংশী আৰু ৰাজ কুশৱাহাক জে’ললৈ প্ৰেৰণৰ নিৰ্দেশ জিলা সত্ৰ ন্যায়াধীশৰ আদালতৰ

আহমেদাবাদত বিমান দুৰ্ঘটনাৰ পাছত এয়াৰ ইণ্ডিয়াৰ তিনি বিষয়াক অপসাৰণৰ নিৰ্দেশ

আহমেদাবাদত বিমান দুৰ্ঘটনাৰ পাছত এয়াৰ ইণ্ডিয়াৰ তিনি বিষয়াক অপসাৰণৰ নিৰ্দেশ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd