• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, August 22, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home জীৱনশৈলী

পাণ-তামোল খোৱা দাঁত কেনেকৈ পৰিস্কাৰ কৰিব?

এন ই নাও, গুৱাহাটী by এন ই নাও, গুৱাহাটী
May 12, 2025 6:12 pm
পাণ-তামোল খোৱা দাঁত কেনেকৈ পৰিস্কাৰ কৰিব?
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সকলো লোকেই এপাৰি সুন্দৰ দাঁতৰ গৰাকী হ’বলৈ বিচাৰে। এপাৰি সুন্দৰ আৰু বগা দাঁত থকা ব্যক্তিৰ সৌন্দৰ্য আৰু ব্যক্তিত্ব শক্তিশালী হয়। কিন্তু বিভিন্ন কাৰণত মানুহৰ দাঁতত দাগ লাগে। দাঁতৰ বগা ৰং সলনি হৈ যায়। যিমান দাঁত ঘহিলেও এই দাগ আঁতৰাব নোৱাৰি।

সেয়ে আজি আপোনালোকলৈ লৈ আহিছোঁ দাগ থকা দাঁত উজ্বলাই তোলা কেইটামান কিটিপ।

১. দাঁত চাফা কৰা আটাইতকৈ সহজ উপায় হ’ল দৈনিক টুথব্ৰাছ আৰু টুথপেষ্ট ব্যৱহাৰ কৰা। দন্ত চিকিৎসক সকলৰ মতে সকলো লোকে দৈনিক ২ মিনিটকৈ দুবাৰ দাঁত ব্ৰাছ কৰিব লাগে। এনে কৰিলে গুটখা বা পাণ খালেও দাঁতত সহজে দাগ নপৰে।

২. দাঁতৰ পৰা দাগ আঁতৰোৱাৰ আন এটা উপায় হ’ল বেকিং ছ’ডা আৰু পানী ব্যৱহাৰ কৰা। এচামুচ বেকিং ছ’ডা অলপত পানীৰ সৈতে মিহলাই প্ৰায় দুমিনিটমান সময় ব্ৰাছ কৰক। এনে কৰিলে সহজে দাঁতৰ দাগ আঁতৰি যায়।

৩. লেতেৰা দাঁত পৰিস্কাৰ কৰাৰ বাবে বজাৰত বিভিন্ন ধৰণৰ ঔষধ পোৱা যায়। এই বোৰে লেতেৰা দাঁত চাফা কৰি উজ্জ্বলাই তুলিব পাৰে। এই সামগ্ৰীসমূহত হাইড্ৰজেন পেৰাক্সাইড আৰু ছডিয়াম হাইপ’ক্লৰাইট থাকে। এই উপাদান সমূহে চিগাৰেট, পাণ মচলা আদি খোৱাৰ ফলত লেতেৰা হোৱা দাঁত চাফা কৰিব পাৰে।

৪. যদি আপুনি দাঁতৰ পৰা পাণ মচলাৰ দাগ আঁতৰোৱাৰ তাৎক্ষণিক সমাধান বিচাৰিছে, তেন্তে আপুনি দাঁত বগা কৰাৰ চিকিৎসাৰ বাবে দন্ত চিকিৎসকৰ ওচৰলৈ যোৱাৰ কথা চিন্তা কৰিব পাৰে। চিকিৎসকে কেইবাটাও পদ্ধতিৰ দ্বাৰা একে দিনাই লেতেৰা দাঁত বগা কৰি দিব পাৰে।

এন ই নাও, গুৱাহাটী

এন ই নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

উৰিয়ামঘাটৰ উচ্ছেদ বন্ধ কৰাৰ নিৰ্দেশ : অন্তৱৰ্তীকালীন সকাহ প্ৰদান উচ্চতম ন্যায়ালয়ৰ 

উৰিয়ামঘাটৰ উচ্ছেদ বন্ধ কৰাৰ নিৰ্দেশ : অন্তৱৰ্তীকালীন সকাহ প্ৰদান উচ্চতম ন্যায়ালয়ৰ 

August 22, 2025 5:29 pm
বিধানসভাত RSS-ৰ প্ৰাৰ্থনা পৰিৱেশন ডি কে শিৱকুমাৰৰ, উচ্ছ্বসিত বিজেপি

বিধানসভাত RSS-ৰ প্ৰাৰ্থনা পৰিৱেশন ডি কে শিৱকুমাৰৰ, উচ্ছ্বসিত বিজেপি

August 22, 2025 4:28 pm
উৰিয়ামঘাটত অস্ত্ৰধাৰী নগা যুৱকৰ বিচৰণ : চিকাৰীৰ সন্দেহত ৪ জনক আটক

উৰিয়ামঘাটত অস্ত্ৰধাৰী নগা যুৱকৰ বিচৰণ : চিকাৰীৰ সন্দেহত ৪ জনক আটক

August 22, 2025 4:24 pm
যদি হামাছে চৰ্ত মানি নলয় তেন্তে ধ্বংস হ’ব গাজা চহৰ : ইজৰাইলৰ প্ৰতিৰক্ষা মন্ত্ৰী  

যদি হামাছে চৰ্ত মানি নলয় তেন্তে ধ্বংস হ’ব গাজা চহৰ : ইজৰাইলৰ প্ৰতিৰক্ষা মন্ত্ৰী  

August 22, 2025 3:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উৰিয়ামঘাটৰ উচ্ছেদ বন্ধ কৰাৰ নিৰ্দেশ : অন্তৱৰ্তীকালীন সকাহ প্ৰদান উচ্চতম ন্যায়ালয়ৰ 

উৰিয়ামঘাটৰ উচ্ছেদ বন্ধ কৰাৰ নিৰ্দেশ : অন্তৱৰ্তীকালীন সকাহ প্ৰদান উচ্চতম ন্যায়ালয়ৰ 

August 22, 2025 5:29 pm
বিধানসভাত RSS-ৰ প্ৰাৰ্থনা পৰিৱেশন ডি কে শিৱকুমাৰৰ, উচ্ছ্বসিত বিজেপি

বিধানসভাত RSS-ৰ প্ৰাৰ্থনা পৰিৱেশন ডি কে শিৱকুমাৰৰ, উচ্ছ্বসিত বিজেপি

August 22, 2025 4:28 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd