• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 8, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

কেনেদৰে জন্ম হৈছিল মহিষাসুৰৰ? কিয় হত্যা কৰিছিল দুৰ্গা দেৱীয়ে?

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
October 13, 2024 4:30 pm
22
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

হিন্দু জনশ্ৰুতি মতে, মহিষাসুৰ আছিল অপৰিসীম শক্তিৰ গৰাকী।  “মহিষ” আৰু “অসুৰ” নামৰ দুটা সংস্কৃত শব্দৰ পৰা মহিষাসুৰ শব্দটোৰ সৃষ্টি হৈছে। ‘মহিষ’ৰ অৰ্থ হৈছে ম’হ আৰু ‘অসুৰ’ মানে হৈছে দৈত্য।

ভাগৱত পুৰাণৰ মতে ৰম্ভা নামৰ এজন অসুৰ আছিল। এটা শক্তিশালী আৰু মহাপ্ৰতাপী সন্তান লাভৰ বাবে তপস্যা কৰিছিল ৰম্ভাই। তপস্যাত সন্তুষ্ট হৈ ৰম্ভাক এক প্ৰবল প্ৰতাপী সন্তান লাভৰ বৰ দিছিল সৃষ্টিকৰ্তা ব্ৰহ্মাই। স্বৰ্গ, মৰ্ত্য আৰু পাতাল এই তিনি লোক অধিকাৰ কৰিব পৰাকৈ শক্তিশালী সন্তান লাভৰ বৰ দিছিল ব্ৰহ্মাই। যাৰ বাবে কোনো দেৱতাই হত্যা কৰিব পৰা নাছিল ৰম্ভাৰ পুত্ৰক। স্বৰ্গ অধিকাৰ কৰি লৈছিল ৰম্ভাৰ পুত্ৰই।

বৰ লাভৰ পিছত এজনী মাইকী ম’হৰ লগত সংগম কৰিছিল ৰম্ভাই। ম’হজনীক পত্নীৰূপে বৰণ কৰিছিল ৰম্ভাই। পুৰাণত উল্লেখ থকা মতে পূৰ্বজন্মত স্বৰ্গৰ অপেশ্বৰী আছিল উক্ত ম’হজনী। অভিশাপৰ ফলত পৃথিৱীত ম’হৰূপে জন্ম লৈছিল ম’হজনীয়ে। এদিন ম’হজনীৰ লগত ৰম্ভাই সংগম কৰি থকাৰ সময়ত আন এটা মতা ম’হ আহি ৰম্ভাক আক্ৰমণ কৰে। ম’হটোৰ আক্ৰমণত ৰম্ভাৰ মৃত্যু হয়। ৰম্ভাৰ মৃত্যুত পত্নীৰূপী ম’হজনী শোকত ভাগি পৰিছিল আৰু ৰম্ভাৰ চিতাত নিজকে জাহ দিছিল।

ম’হজনীয়ে চিতাত নিজকে জাহ দিয়াৰ সময়তে ম’হজনীৰ পেটৰ পৰা এটা পুত্ৰ সন্তান চিটিকি ওলাই আহে। ম’হৰ পেটৰ পৰা জন্ম হোৱাৰ বাবে মহিষাসুৰ নাম লাভ কৰে ৰম্ভাৰ পুত্ৰই। ভূমিস্থ হৈয়েই মহিষাসুৰে হঠাতে স্বৰ্গ ৰাজ্যত আক্ৰমণ কৰি ইন্দ্ৰক পৰাস্ত কৰাৰ লগতে আন দেৱতাসকলকো পলায়ন কৰিবলৈ বাধ্য কৰিলে।

এই ভয়াৱহ পৰিস্থিতিৰ সন্মুখীন হৈ দেৱতাসকলে ব্ৰহ্মা, বিষ্ণু আৰু শিৱৰ ওচৰলৈ গৈ সহায় ভিক্ষা কৰে।

উল্লেখ্য যে ব্ৰহ্মাৰ পৰা কোনো দেৱতা বা মানুহে হত্যা কৰিব নোৱাৰাৰ বৰ লাভ কৰিছিল মহিষাসুৰে। যাৰ বাবে বাৰে বাৰে চেষ্টা কৰিও দেৱতাসকলে মহিষাসুৰৰ ওচৰত একাধিকবাৰ পৰাস্ত হয়। কিন্তু বৰ দিয়াৰ সময়ত মহিষাসুৰক ব্ৰহ্মাই কৈছিল যে মহিষাসুৰক একমাত্ৰ নাৰীয়েহে হত্যা কৰিব পাৰিব। কিন্তু মহিষাসুৰে নাৰী দুৰ্বল বুলি ভাবি লয়। মহিষাসুৰে ভাবিলে ইমান শক্তিশালী দৈত্য, যাৰ বীৰ দেৱতায়ো হত্যা কৰিব নোৱাৰে সেই মহিষাসুৰক নাৰীয়ে পৰাস্ত কৰাতো সম্ভৱ নহয়। সেয়ে নিজকে অজেয়, অদ্বিতীয় আৰু অমৰ বুলি ভাবি লৈছিল মহিষাসুৰে।

তেনে পৰিস্থিতিত সকলো দেৱতা লগ হৈ নিজৰ সমস্ত শক্তি আৰু আৰ্শীবাদ একত্ৰিত কৰি দুৰ্গা নামৰ এগৰাকী দেৱীৰ সৃষ্টি কৰে। ইয়াৰ পিছত বিভিন্ন অস্ত্ৰৰে সজ্জিত কৰি এটা সিংহত উঠাই দুৰ্গাক মহিষাসুৰৰ লগত যুদ্ধ কৰিবলৈ পঠিয়াই দিয়া হয়।

দুৰ্গাদেৱীৰ লগত মহিষাসু্ৰৰ ন দিন-ন ৰাতি যুদ্ধ চলে। অৱশেষত দুৰ্গাই মহিষাসুৰক বধ কৰিবলৈ সক্ষম হয়।

আনহাতে, দক্ষিণ ভাৰতৰ পুৰাকথা অনুসৰি চামুণ্ডেশ্বৰী নামেৰে পৰিচিত এগৰাকী দেৱীয়ে মাইচুৰৰ সমীপৰ চামুণ্ডি পাহাৰৰ ওপৰত মহিষাসুৰক পৰাস্ত কৰি হত্যা কৰে। এই কিংবদন্তি যুদ্ধখন সংঘটিত হোৱা ঠাইখন চামুণ্ডেশ্বৰী মন্দিৰ হিচাপে নিৰ্মাণ কৰা হয়।

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নতুন দিল্লীত কংগ্ৰেছত যোগদান অগপৰ নেতা সত্যব্ৰত কলিতা, বিজেপিৰ প্ৰাক্তন বিধায়ক বিনন্দ শইকীয়া আৰু মনছিং ৰংপিৰ

নতুন দিল্লীত কংগ্ৰেছত যোগদান অগপৰ নেতা সত্যব্ৰত কলিতা, বিজেপিৰ প্ৰাক্তন বিধায়ক বিনন্দ শইকীয়া আৰু মনছিং ৰংপিৰ

September 8, 2025 9:30 pm
আই চি ইউ পৰাই এন্দুৰে ছিঙি নিলে নৱজাতকৰ আঙুলি : ৩ দিনৰ পিছতহে মৃতদেহ গতালে চিকিৎসালয়ে

আই চি ইউ পৰাই এন্দুৰে ছিঙি নিলে নৱজাতকৰ আঙুলি : ৩ দিনৰ পিছতহে মৃতদেহ গতালে চিকিৎসালয়ে

September 8, 2025 9:00 pm
প্ৰধানমন্ত্ৰী মোদীৰ ভ্ৰমণৰ পূৰ্বে হাতী কৰিড’ৰত বাঁহৰ বেৰিকেড! ক্ষুব্ধ স্থানীয় ৰাইজৰ প্ৰতিবাদ

প্ৰধানমন্ত্ৰী মোদীৰ ভ্ৰমণৰ পূৰ্বে হাতী কৰিড’ৰত বাঁহৰ বেৰিকেড! ক্ষুব্ধ স্থানীয় ৰাইজৰ প্ৰতিবাদ

September 8, 2025 8:50 pm
কাঠফুলা খুৱাই হত্যা নিজ পৰিয়ালক! তিনিবাৰকৈ যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি এৰিন পেটাৰছনক

কাঠফুলা খুৱাই হত্যা নিজ পৰিয়ালক! তিনিবাৰকৈ যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি এৰিন পেটাৰছনক

September 8, 2025 8:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নতুন দিল্লীত কংগ্ৰেছত যোগদান অগপৰ নেতা সত্যব্ৰত কলিতা, বিজেপিৰ প্ৰাক্তন বিধায়ক বিনন্দ শইকীয়া আৰু মনছিং ৰংপিৰ

নতুন দিল্লীত কংগ্ৰেছত যোগদান অগপৰ নেতা সত্যব্ৰত কলিতা, বিজেপিৰ প্ৰাক্তন বিধায়ক বিনন্দ শইকীয়া আৰু মনছিং ৰংপিৰ

September 8, 2025 9:30 pm
আই চি ইউ পৰাই এন্দুৰে ছিঙি নিলে নৱজাতকৰ আঙুলি : ৩ দিনৰ পিছতহে মৃতদেহ গতালে চিকিৎসালয়ে

আই চি ইউ পৰাই এন্দুৰে ছিঙি নিলে নৱজাতকৰ আঙুলি : ৩ দিনৰ পিছতহে মৃতদেহ গতালে চিকিৎসালয়ে

September 8, 2025 9:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd