• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, June 21, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

আৰক্ষীৰ ধাৰাবাহিক অভিযান; বোকাখাতত কাঠফলা মিলসহ চোৰাং কাঠ জব্দ

উত্তম শইকীয়া by উত্তম শইকীয়া
December 29, 2019 9:37 am
355
VIEWS
Share on FacebookShare on Twitter

বোকাখাতত আৰক্ষীয়ে পুনৰ ২৮ ডিচেম্বৰত এক অভিযান চলাই বোকাখাতৰ গড়মুৰ বৰটিকা অঞ্চলৰ পৰা বৃহৎ পৰিমাণৰ চোৰাং কাঠৰ লগতে এটা অবৈধ চোৰাং কাঠ ফলা মিলো জব্দ কৰে।

বোকাখাত আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দিব্যজ্যোতি দত্তই বৰটিকাৰ মোহন দাস ওৰফে বৰ্মনৰ বাসগৃহৰ লগতে জোন বাউৰী, মোহন ওৰাং আৰু দিলীপ মুৰমুৰ নামৰ লোককেইজনৰ বাসগৃহৰ চৌহদৰ পৰা বৃহৎ পৰিমাণৰ চোৰাং কাঠ জব্দ কৰে। এই জব্দ কৰা কাঠ সমূহ মোহন দাস ওৰফে বৰ্মনৰ বুলি জনায় স্থানীয় লোকে।

নিজৰ বাসগৃহৰ উপৰিও উল্লিখিত লোক কেইজনৰ বাসগৃহৰ চৌহদতো মোহন দাসে চোৰাং কাঠ সমুহ লুকুৱাই থোৱা বুলি আৰক্ষীয়ে জনায়। চোৰাং কাঠৰ উপৰিও মোহন দাসৰ বাৰীতে গোপনে স্থাপন কৰা এটা কাঠ ফলা মিলো জব্দ কৰে আৰক্ষীয়ে।

উল্লেখযোগ্য যে মোহন দাস ওৰফে বৰ্মন নামৰ লোকজন বৰটিকা অঞ্চলৰ গাওঁৰক্ষী সংগঠনৰ সম্পাদক। অবৈধ কাঠ ফলা মিলটো লখৌজানৰে দ্ৰোন কলিতাই স্থাপন কৰা বুলি আৰক্ষী সূত্ৰে জানিব পৰা গৈছে।

ইফালে মিলটোৰ বাবে বন বিভাগক আবেদন জনোৱা বুলিও দ্ৰোন কলিতাই জনায় যদিও এই প্ৰসংগত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক পেৰিয়াৰস্বামী শিৱকুমাৰে তেনে কোনো আবেদন গ্ৰাহ্য নহয় বুলি কৈ কাঠ মিলতো জব্দ কৰি আনিবৰ বাবে বন কৰ্মীক নিৰ্দেশ দিয়ে।

পাছত আৰক্ষী বিষয়াই জব্দ কৰা কাঠ আৰু অবৈধ কাঠ ফলা মিলটো পূব অসম বন্যপ্ৰাণী সংমণ্ডলৰ খণ্ড বন বিষয়াৰ হাতত অৰ্পণ কৰে।

Recent News

চাকৰিৰ পৰা বৰ্খাস্ত এ পি এছ চিৰ বিষয়াক পুনৰ মকৰলৰ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ, বান্ধি দিলে চৰ্ত

চাকৰিৰ পৰা বৰ্খাস্ত এ পি এছ চিৰ বিষয়াক পুনৰ মকৰলৰ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ, বান্ধি দিলে চৰ্ত

জ্বৰ হ’লে স্বাস্থ্যৰ যতন কিদৰে ল’ব লাগে জানো আহক

জ্বৰ হ’লে স্বাস্থ্যৰ যতন কিদৰে ল’ব লাগে জানো আহক

মন্ত্ৰী পত্নীক ৫০ লাখ টকাৰ ৰাজসাহায্য! কংগ্ৰেছৰ বিস্ফোৰক অভিযোগ

মন্ত্ৰী পত্নীক ৫০ লাখ টকাৰ ৰাজসাহায্য! কংগ্ৰেছৰ বিস্ফোৰক অভিযোগ

বিহাৰত ভয়ংকৰ ৰে’ল দুৰ্ঘটনা! আৱধ-আছাম এক্সপ্ৰেছৰ খুন্দাত মৃত্যু ৰে’লৱে কৰ্মচাৰীৰ

বিহাৰত ভয়ংকৰ ৰে’ল দুৰ্ঘটনা! আৱধ-আছাম এক্সপ্ৰেছৰ খুন্দাত মৃত্যু ৰে’লৱে কৰ্মচাৰীৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd