• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 25, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ভাঙি গ’ল এক্স-মেন খ্যাত অভিনেতা হিউ জেকমেনৰ ২৭ বছৰীয়া সুখৰ সংসাৰ!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 17, 2023 1:44 pm
ভাঙি গ’ল এক্স-মেন খ্যাত অভিনেতা হিউ জেকমেনৰ ২৭ বছৰীয়া সুখৰ সংসাৰ!

পত্নী ডেব’ৰা-লী ফাৰ্নেছৰ সৈতে হিউ জেকমেন। ফটো: সংগ্ৰহীত।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

হিউ জেকমেন আৰু তেওঁৰ পত্নী ডেব’ৰা-লী ফাৰ্নেছে বিবাহৰ ২৭ বছৰৰ পাছত পৃথক হোৱাৰ সিদ্ধান্ত লৈছে। শুকুৰবাৰে এক বিবৃতিত তেওঁলোকে নিজেই এই সিদ্ধান্ত ঘোষণা কৰে।

তেওঁলোকে কয় যে আমাৰ যাত্ৰা এতিয়া সলনি হৈছে আৰু আমি ব্যক্তিগত কামৰ বাবে পৃথক হোৱাৰ সিদ্ধান্ত লৈছো।

বিবৃতিটোত লগতে কোৱা হৈছে যে তেওঁলোকে সৌহাৰ্দ্যপূৰ্ণভাৱে বিচ্ছেদ হোৱাৰ সিদ্ধান্ত লৈছে।

হিউ জেকমেন আৰু তেওঁৰ পত্নী ডেব’ৰা-লী ফাৰ্নেছ। ফটো: সংগ্ৰহীত।

বাতৰি অনুসৰি, হিউ জেকমেনে কয় যে আমি প্ৰায় তিনিটা দশক একেলগে স্বামী-স্ত্ৰী হিচাপে এক সুন্দৰ, মৰমসনা আৰু চমকপ্ৰদ দাম্পত্য জীৱন কটাই ধন্য হৈছো। আমাৰ যাত্ৰা এতিয়া স্থানান্তৰিত হৈছে আৰু আমি পৃথক হোৱাৰ সিদ্ধান্ত লৈছো।

তেওঁ লগতে কয় যে পৰিয়াল আমাৰ সৰ্বোচ্চ অগ্ৰাধিকাৰ আছিল আৰু সদায় থাকিব। আমি আমাৰ পৰৱৰ্তী অধ্যায়টো কৃতজ্ঞতা, মৰম আৰু উদাৰতাৰে আকোৱালি লৈছো।

হিউ জেকমেন আৰু তেওঁৰ পত্নী ডেব’ৰা-লী ফাৰ্নেছ। ফটো: সংগ্ৰহীত।

উল্লেখযোগ্য যে হিউ জেকমেন আৰু ডেব’ৰা-লী ফাৰ্নেছে ১৯৯৬ চনত নিজৰ সংসাৰ আৰম্ভ কৰিছিল। ১৯৯৫ চনত তেওঁলোকে টেলিভিছন ধাৰাবাহিক ক’ৰালিত সহ অভিনয়শিল্পী হিচাপে কাম কৰিছিল। সেই সময়ত দুয়োৰে মাজত প্ৰেম হয়।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভোটাৰ তালিকাৰ বিশেষ সংশোধনৰ আগতে এনআৰচি চূড়ান্ত কৰাৰ দাবী চিপিআই(এম)ৰ

ভোটাৰ তালিকাৰ বিশেষ সংশোধনৰ আগতে এনআৰচি চূড়ান্ত কৰাৰ দাবী চিপিআই(এম)ৰ

August 25, 2025 6:12 pm
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ডিগ্ৰীৰ সবিশেষ প্ৰকাশ কৰাৰ প্ৰয়োজন নাইঃ দিল্লী উচ্চ ন্যায়ালয়

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ডিগ্ৰীৰ সবিশেষ প্ৰকাশ কৰাৰ প্ৰয়োজন নাইঃ দিল্লী উচ্চ ন্যায়ালয়

August 25, 2025 4:31 pm
মুখ্যমন্ত্ৰীৰ হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা: উচ্ছেদিত লোকৰ নাম থাকিব নোৱাৰে ভোটাৰ তালিকাত

মুখ্যমন্ত্ৰীৰ হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা: উচ্ছেদিত লোকৰ নাম থাকিব নোৱাৰে ভোটাৰ তালিকাত

August 25, 2025 4:26 pm
সকলো ৰাজ্যৰ ৭০% কুকুৰৰ বন্ধ্যাকৰণ আৰু টিকাকৰণ বাধ্যতামূলক! পথৰ কুকুৰক নিয়ন্ত্ৰণৰ বাবে কেন্দ্ৰৰ নিৰ্দেশ

সকলো ৰাজ্যৰ ৭০% কুকুৰৰ বন্ধ্যাকৰণ আৰু টিকাকৰণ বাধ্যতামূলক! পথৰ কুকুৰক নিয়ন্ত্ৰণৰ বাবে কেন্দ্ৰৰ নিৰ্দেশ

August 25, 2025 3:44 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভোটাৰ তালিকাৰ বিশেষ সংশোধনৰ আগতে এনআৰচি চূড়ান্ত কৰাৰ দাবী চিপিআই(এম)ৰ

ভোটাৰ তালিকাৰ বিশেষ সংশোধনৰ আগতে এনআৰচি চূড়ান্ত কৰাৰ দাবী চিপিআই(এম)ৰ

August 25, 2025 6:12 pm
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ডিগ্ৰীৰ সবিশেষ প্ৰকাশ কৰাৰ প্ৰয়োজন নাইঃ দিল্লী উচ্চ ন্যায়ালয়

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ডিগ্ৰীৰ সবিশেষ প্ৰকাশ কৰাৰ প্ৰয়োজন নাইঃ দিল্লী উচ্চ ন্যায়ালয়

August 25, 2025 4:31 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd