• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, May 14, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

উত্তৰ-পূৰ্বাঞ্চলৰ ক’ত কৰিব পাৰিব কোভিড-১৯ৰ পৰীক্ষা? আইচিএমআৰে প্ৰকাশ কৰিলে তালিকা

এন ই নাও নিউজ by এন ই নাও নিউজ
April 16, 2020 4:59 pm
COVID-19 positive cases reach 62 in Assam

প্ৰতিনিধিত্বমূলক ফটো

1.6k
VIEWS
Share on FacebookShare on Twitter

ইণ্ডিয়ান কাউন্সিল অফ মেডিকেল ৰিচাৰ্ছ (আইচিএমআৰ)এ বুধবাৰে কোভিড-১৯ৰ পৰীক্ষাৰ বাবে ১৭৬টা চৰকাৰী লেবৰেটৰী আৰু ৭৮টা ব্যক্তিগত লেবৰেটৰী তথা তিনিটা কালেকশ্যন কেন্দ্ৰৰ এখন তালিকা প্ৰকাশ কৰিছে।

তালিকাত অসমত কোভিড-১৯ৰ পৰীক্ষাৰ বাবে পাঁচটা চৰকাৰী লেবৰেটৰী অন্তৰ্ভুক্ত হৈছে। সেইকেইটা হৈছে গুৱাহাটী মেডিকেল কলেজ এণ্ড হাস্পাতাল, ৰিজ’নেল মেডিকেল ৰিচাৰ্ছ চেন্টাৰ, যোৰহাট মেডিকেল কলেজ, শিলচৰ মেডিকেল কলেজ আরু ফখৰুদ্দিন আলী আহমেদ মেডিকেল কলেজ।

কৰ’না ভাইৰাছৰ পৰীক্ষাৰ বাবে অন্তৰ্ভুক্ত মণিপুৰত দুটা চৰকাৰী লেবৰেটৰী হৈছে জৱাহৰলাল নেহৰু ইনষ্টিটিউট অফ মেডিকেল ছায়েন্স আৰু ৰিজ’নেল ইনষ্টিটিউট অফ মেডিকেল ছায়েন্সেছ।

সেইদৰে তালিকাত অন্তৰ্ভুক্ত হোৱা মেঘালয় আৰু মিজোৰাম চৰকাৰী লেবৰেটৰী হৈছে নৰ্থ ইষ্টাৰ্ণ ইন্দিৰা গান্ধী ৰিজ’নেল ইনষ্টিটিউট অফ হেলথ এণ্ড মেডিকেল ছায়েন্সেছ আৰু জোৰাম মেডিকেল কলেজ।

তালিকাত অন্তৰ্ভুক্ত হোৱা আগৰতলাৰ চৰকাৰী মেডিকেল কলেজ হৈছে ত্ৰিপুৰাৰ একমাত্ৰ চৰকাৰী লেবৰেটৰী।

ইয়াৰ বাহিৰেও আই চি এম আৰৰ দ্বাৰা তালিকাভুক্ত হোৱা তিনিটা কালেকশ্যন চেন্টাৰৰ ভিতৰত দুটাই উত্তৰ পূৰ্বাঞ্চলৰ আৰু সেই দুটা হৈছে অৰুণাচল প্ৰদেশৰ টম’ ৰিবা ইনষ্টিটিউট অফ হেলথ এণ্ড মেডিকেল ছায়েন্সেছ আৰু ছিকিমৰ ছাৰ থুটব নামগিয়াল মেম’ৰিয়েল।

আনহাতে, আইচিএমআৰৰ তালিকাত উত্তৰ-পূৰ্বাঞ্চলৰ কোনো ব্যক্তিগত লেবৰেটৰী অন্তৰ্ভুক্ত হোৱা নাই।

Tags: COVID-19

Recent News

দীঘলীপুখুৰী-নুনমাটি উৰণ সেতু নিৰ্মাণৰ বাবে স্থানান্তৰিত কৰা হ’ব ৩০ৰ পৰা ৩৫ জোপা গছঃ লোকনিৰ্মাণ বিভাগে সদৰী কৰিলে তথ্য

দীঘলীপুখুৰী-নুনমাটি উৰণ সেতু নিৰ্মাণৰ বাবে স্থানান্তৰিত কৰা হ’ব ৩০ৰ পৰা ৩৫ জোপা গছঃ লোকনিৰ্মাণ বিভাগে সদৰী কৰিলে তথ্য

শত্ৰুৰ ড্ৰোনৰ অৱস্থা আকাশতে হ’ব তথৈবচ! ভাৰতৰ ‘ভাৰ্গৱস্ত্ৰ’ৰ বাবে কঁপিছে পাকিস্তান

শত্ৰুৰ ড্ৰোনৰ অৱস্থা আকাশতে হ’ব তথৈবচ! ভাৰতৰ ‘ভাৰ্গৱস্ত্ৰ’ৰ বাবে কঁপিছে পাকিস্তান

আৰ্থিক অনিয়মৰ অভিযোগ! সংবাদ প্ৰতিস্থান গুজৰাট সমাচাৰ গ্ৰুপত ইডিৰ অভিযান

আৰ্থিক অনিয়মৰ অভিযোগ! সংবাদ প্ৰতিস্থান গুজৰাট সমাচাৰ গ্ৰুপত ইডিৰ অভিযান

ছ’ফিয়া কুৰেশ্বীৰ ধৰ্মক লৈ মন্তব্য কৰা বিজেপি মন্ত্ৰীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ

ছ’ফিয়া কুৰেশ্বীৰ ধৰ্মক লৈ মন্তব্য কৰা বিজেপি মন্ত্ৰীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd