• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 11, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বিশ্বৰ শীৰ্ষ বিশ্ববিদ্যালয়ৰ ভিতৰত স্থান লাভ আই আই টি, গুৱাহাটীৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 27, 2023 6:45 pm
217
VIEWS
Share on FacebookShare on Twitter

আই আই টি গুৱাহাটীয়ে ১৪ টা বিষয়ৰ অধ্যয়নৰ বাবে বিশ্বৰ অন্যতম শীৰ্ষ বিশ্ববিদ্যালয় হিচাপে স্থান লাভ কৰিছে। এই কথা ঘোষণা কৰিছে বিশ্বৰ প্ৰসিদ্ধ উচ্চ শিক্ষাৰ বিশ্লেষক QS Quacquarelli Symonds-এ।

QS Quacquarelli Symonds ৰ দ্বাৰা প্ৰকাশিত QS World University Rankings by Subject ৰ ২০২৩ চনৰ সংস্কৰণত ৫৪ টা শৈক্ষিক শাখাৰ অধ্যয়নৰ বাবে বিশ্বৰ শ্ৰেষ্ঠ বিশ্ববিদ্যালয়ৰ নাম ঘোষণা কৰা হৈছে।

খবৰ অনুসৰি আই আই টি গুৱাহাটীয়ে পেট্ৰলিয়াম ইঞ্জিনিয়াৰিঙত সৰ্বোত্তম প্ৰদৰ্শন আগবঢ়াইছে, য’ত বিশ্বজুৰি ৫১–১০০ আৰু ভাৰতৰ ভিতৰত দ্বিতীয় স্থান লাভ কৰিছে।

বিগত বৰ্ষৰ তুলনাত এই প্ৰতিষ্ঠানটোৱে অতিৰিক্ত দুটা বিষয়ত স্থান লাভ কৰিছে।

আই আই টিয়ে শ্ৰেষ্ঠ অভিযান্ত্ৰিক আৰু প্ৰযুক্তিবিদ্যা শাখাত বিশ্বৰ ভিতৰতে ২২২ নম্বৰত স্থান লাভ কৰিছে। কেমিকেল ইঞ্জিনিয়াৰিং, মেকানিকেল, এৰোনটিকেল এণ্ড মেনুফেকচাৰিং ইঞ্জিনিয়াৰিং, ইলেক্ট্ৰিকেল এণ্ড ইলেক্ট্ৰনিকছ ইঞ্জিনিয়াৰিঙৰ ক্ষেত্ৰতো ২০১–২৫০ নম্বৰৰ ভিতৰত স্থান লাভ কৰিছে প্ৰতিষ্ঠানটোৱে।

‘কিউ এছ ৱৰ্ল্ড ইউনিভাৰ্চিটি ৰেংকিংছ’ত আই আই টি গুৱাহাটীৰ এই সফলতাৰ বিষয়ে আই আই টি গুৱাহাটীৰ অফিচিয়েটিং ডাইৰেক্টৰ অধ্যাপক পৰমেশ্বৰ কে আয়াৰে কয় যে আই আই টি গুৱাহাটীয়ে গুণগত শিক্ষা প্ৰদানৰ বাবে কঠোৰ পৰিশ্ৰম কৰি আহিছে। প্ৰতিষ্ঠানটোৱে ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০ৰ সৈতে সংগতি ৰাখি ‘বহুবিষয়ক বিষয়’(multidisciplinary subjects)ত গৱেষণা কৰি আছে। অধ্যাপকসকল আৰু ছাত্ৰ–ছাত্ৰীৰ সামূহিক প্ৰচেষ্টাৰ জৰিয়তে এইটো সম্ভৱ হৈছে।

উল্লেখ্য যে এইবাৰ কিউএছ ৱৰ্ল্ড ইউনিভাৰ্চিটি ৰেংকিঙত তিনিটা নতুন শৈক্ষিক শাখা অন্তৰ্ভুক্ত কৰা হৈছে। সেইকেইটা হ’ল ডাটা চাইন্স, মাৰ্কেটিং আৰু হিষ্ট্ৰী অৱ আৰ্ট।

ইয়াৰ উপৰিও আই আই টি গুৱাহাটীয়ে গণিতত সৰ্বোত্তম ফলাফল প্ৰদৰ্শন কৰিছে, য’ত প্ৰতিষ্ঠানটোৱে ৬৭.৫ সংখ্যক স্থান লাভ কৰিছে।

Recent News

ভাৰত-পাকিস্তান সংঘাতৰ মাজতে চীনৰ সামৰিক প্ৰযুক্তিৰ গুৰুত্বপূৰ্ণ পৰীক্ষণ

ভাৰত-পাকিস্তান সংঘাতৰ মাজতে চীনৰ সামৰিক প্ৰযুক্তিৰ গুৰুত্বপূৰ্ণ পৰীক্ষণ

মাতৃ দিৱসৰ দিনাই গুৱাহাটীত মাতৃ সমাজক লজ্জানত কৰা ঘটনা : পৰকীয়া প্ৰেমৰ বাবেই ১০ বছৰীয়া সন্তানক হত্যা কৰি ট্ৰলীত ভৰালে মাতৃয়ে

মাতৃ দিৱসৰ দিনাই গুৱাহাটীত মাতৃ সমাজক লজ্জানত কৰা ঘটনা : পৰকীয়া প্ৰেমৰ বাবেই ১০ বছৰীয়া সন্তানক হত্যা কৰি ট্ৰলীত ভৰালে মাতৃয়ে

পুঁজিপতিক গতাবলৈ দিয়া নহ’ব দৰাবিল ভূমি : দৰাবিল চৰণীয়া পথাৰ সুৰক্ষা আহ্বায়ক সমিতিৰ প্ৰতিবাদ

পুঁজিপতিক গতাবলৈ দিয়া নহ’ব দৰাবিল ভূমি : দৰাবিল চৰণীয়া পথাৰ সুৰক্ষা আহ্বায়ক সমিতিৰ প্ৰতিবাদ

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd