• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, August 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

নোট টকা চেনিটাইজ কৰিব পৰা বিশেষ যন্ত্ৰ নিৰ্মাণ আই আই টি, ৰোপাৰৰ গৱেষকৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
April 10, 2020 4:54 pm
Flying Squad

প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ

1.3k
VIEWS
Share on FacebookShare on Twitter

ভাৰতীয় প্ৰযুক্তি বিদ্যা প্ৰতিষ্ঠান, ৰোপাৰে পইচা চেনিটাইজ কৰাৰ বাবে এক বিশেষ ধৰণৰ এক যন্ত্ৰ প্ৰস্তুত কৰি উলিয়াইছে।

ভাৰতীয় প্ৰযুক্তি বিদ্যা প্ৰতিষ্ঠান, ৰোপাৰে অতিবেঙুনীয়া বীজাণুনাশক বিকিৰণ প্ৰযুক্তি ব্যৱহাৰ কৰি ট্ৰাংক আৰ্হিৰ যন্ত্ৰটো নিৰ্মাণ কৰি উলিয়াইছে।

এই বিশেষ চেনিটাইজ যন্ত্ৰটো ব্যৱহাৰ কৰি ব্যৱহাৰকাৰী সকলে বাহিৰৰ পৰা ঘৰলৈ অনা গেলামাল সামগ্ৰীৰ লগতে পইচাও চেনিটাইজ কৰিবলৈ সক্ষম হ’ব।

এই যন্ত্ৰটোৰ সহায়ত ৩০ মিনিটত গোটেই সামগ্ৰী সমূহ চেনিটাইজ কৰিব পৰা যাব বুলি আই আই টি, ৰোপাৰৰ গৱেষক ছাত্ৰ-ছাত্ৰী সকলে জানিবলৈ দিছে।

উল্লেখযোগ্য যে, ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ বাবে বৰ্তমান সময়ত সকলোবোৰ সামগ্ৰী বিজাণুমুক্ত কৰাটো অতি প্ৰয়োজনীয় হৈ পৰিছে।

চৰকাৰ তথা প্ৰশাসনে দোকান-পোহাৰ, পথ-পদুলীকে ধৰি বিভিন্ন ৰাজহুৱা স্থান সমূহ ইতিমধ্যে চেনিটাইজ কৰি আছে যদিও টকা-পইচাকে ধৰি কিছুমান সামগ্ৰী চেনিটাইজ কৰাৰ ক্ষেত্ৰত জনসাধাৰণো চিন্তাত পৰা দেখা গৈছিল।

জনসাধাৰণৰ এই চিন্তা দূৰ কৰাৰ বাবেই আই আই টি, ৰোপাৰে এই যন্ত্ৰটো সাজি উলিয়াইছে।

Tags: COVID-19

Recent News

প্ৰাত:ভ্ৰমণৰ সময়তে খোদ ৰাজধানী দিল্লীত মহিলা সাংসদৰ ডিঙিৰ পৰা চেইন কাঢ়ি নিলে চিলনী চোৰে!

প্ৰাত:ভ্ৰমণৰ সময়তে খোদ ৰাজধানী দিল্লীত মহিলা সাংসদৰ ডিঙিৰ পৰা চেইন কাঢ়ি নিলে চিলনী চোৰে!

অসমৰ মুখ্যমন্ত্ৰীয়ে ভূমি দখল কৰাৰ অভিযোগ গৌৰৱ গগৈৰ; কংগ্ৰেছ জয়ী হ’লে তদন্তৰ প্ৰতিশ্ৰুতি

অসমৰ মুখ্যমন্ত্ৰীয়ে ভূমি দখল কৰাৰ অভিযোগ গৌৰৱ গগৈৰ; কংগ্ৰেছ জয়ী হ’লে তদন্তৰ প্ৰতিশ্ৰুতি

এটা যুগৰ অৱসান, ঝাৰখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী শিবু ছোৰেনৰ দেহাৱসান

এটা যুগৰ অৱসান, ঝাৰখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী শিবু ছোৰেনৰ দেহাৱসান

গুৱাহাটীৰ দম্পতীক লখিমপুৰত অবৈধভাৱে বিক্ৰী কৰা নৱজাতকক উদ্ধাৰ কৰিলে অসম আৰক্ষীয়ে   

গুৱাহাটীৰ দম্পতীক লখিমপুৰত অবৈধভাৱে বিক্ৰী কৰা নৱজাতকক উদ্ধাৰ কৰিলে অসম আৰক্ষীয়ে   

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd