• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অচল চিকিৎসা সেৱা; আয়ুৰ্বেদিক চিকিৎসকক অস্ত্ৰোপ্ৰচাৰৰ অনুমতি দিয়াক লৈ আই এম এৰ ঘৰ্মঘট

এন ই নাও নিউজ by এন ই নাও নিউজ
December 11, 2020 1:38 pm
2.7k
VIEWS
Share on FacebookShare on Twitter

আয়ুৰ্বেদিক চিকিৎসকক অস্ত্ৰোপ্ৰচাৰৰ বাবে অনুমতি প্ৰদান কৰা কাৰ্যত ক্ষুব্ধ হৈ আজি দেশজুৰি ১২ ঘণ্টীয়া ধৰ্মঘটৰ কাৰ্যসূচী ৰূপায়ণ কৰিছে ইণ্ডিয়ান মেডিকেল এছ’চিয়েশ্যনে।

ৰাতিপুৱা ৬ বজাৰ পৰা সন্ধিয়া ৬ বজালৈ হ’বলগীয়া এই ধৰ্মঘট কাৰ্যসূচীৰ বাবে অচল হৈ পৰিছে দেশৰ চিকিৎসা সেৱা।

কিছুদিন পূৰ্বে কেন্দ্ৰীয় চৰকাৰে এক নিৰ্দেশনা জাৰি কৰি আয়ুৰ্বেদিক চিকিৎসকক অস্ত্ৰোপ্ৰচাৰৰ অনুমতি প্ৰদান কৰিছিল।

কেন্দ্ৰীয় চৰকাৰৰ এই সিদ্ধান্তৰ পিছৰে পৰা দেশৰ এল’পেথিক চিকিৎসকলে ইয়াৰ তীব্ৰ বিৰোধিতা কৰি এই সিদ্ধান্ত বাতিল কৰাৰ দাবী জনায়।

এল’পেথিক চিকিৎসকলৰ মতে, কেন্দ্ৰীয় চৰকাৰৰ এই নতুন নিৰ্দেশনাই সাধাৰণ জনতাৰ স্বাস্থ্যৰ প্ৰতি ব্যাপক ভাবুকি কঢ়িয়াই আনিব।

দেশৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ অসমতো চিকিৎসকলে আয়ুৰ্বেদিক, হোমিঅ’পেথিক আৰু এলো’পেথিক চিকিৎসাৰ একত্ৰিকৰণৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে।

গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালৰ চিকিৎসকসকলে ক’লা বেজ পৰিধান কৰি প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হয়।

অৱশ্যে আজিৰ এই ধৰ্মঘট কাৰ্যসূচীৰ পৰা ক’ভিড চিকিৎসা আৰু জৰুৰীকালীন সেৱাক ৰেহান প্ৰদান কৰা হৈছে।

Recent News

অসমত জাপানীজ এনকেফেলাইটিছৰ সংহাৰী ৰূপ: GMCH-ত ১৩ জন ৰোগীৰ মৃত্যু

অসমত জাপানীজ এনকেফেলাইটিছৰ সংহাৰী ৰূপ: GMCH-ত ১৩ জন ৰোগীৰ মৃত্যু

ইজৰাইলৰ বিৰুদ্ধে ডিজিটেল প্ৰতিবাদত যোগদানৰ আহ্বান চিপিআই(এম)ৰ

ইজৰাইলৰ বিৰুদ্ধে ডিজিটেল প্ৰতিবাদত যোগদানৰ আহ্বান চিপিআই(এম)ৰ

শিক্ষাবিদ উদয়াদিত্য ভৰালীৰ বিয়োগত চিপিআই(এম)ৰ শোক প্ৰকাশ

শিক্ষাবিদ উদয়াদিত্য ভৰালীৰ বিয়োগত চিপিআই(এম)ৰ শোক প্ৰকাশ

সমকামী সম্পৰ্কৰ ভয়াবহ পৰিণতি! শীতল পানীয়ত বিষ মিহলাই হত্যা নাবালক সংগীক

সমকামী সম্পৰ্কৰ ভয়াবহ পৰিণতি! শীতল পানীয়ত বিষ মিহলাই হত্যা নাবালক সংগীক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd