• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 30, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কথাশিল্পী ইমৰাণ শ্বাহক আনুষ্ঠানিক ভাবে পদ্মশ্ৰী সন্মান প্ৰদান

পাৰ্শ্বজ্যোতি গগৈ, শিৱসাগৰ by পাৰ্শ্বজ্যোতি গগৈ, শিৱসাগৰ
December 18, 2021 9:09 pm
140
VIEWS
Share on FacebookShare on Twitter

শাৰীৰিক অসুস্থতাৰ বাবে নতুন দিল্লীলৈ গৈ বঁটা গ্ৰহণ কৰিব নোৱাৰা কথা শিল্পী ইমৰাণ শ্বাহক আজি আনুষ্ঠানিক ভাবে পদ্মশ্ৰী সন্মান প্ৰদান কৰা হয়।

সাহিত্যিকগৰাকীক অসম চৰকাৰৰ হৈ শিৱসাগৰ জিলা উপায়ুক্তই প্ৰদান কৰে পদ্মশ্ৰী বঁটা।

কথা শিল্পী গৰাকীৰ ধাই আলিস্থিত বাসগৃহত এই সন্মান প্ৰদান কৰে উপযুক্ত মেঘ নিধি দাহালে।

বঁটা গ্ৰহণ কৰি কথা শিল্পী গৰাকীয়ে সুখী বুলি মন্তব্য কৰাৰ লগতে এয়া তেওঁ কৰি অহা কামৰ চৰকাৰে দিয়া স্বীকৃতি বুলিও মন্তব্য কৰে।

উল্লেখ্য শাৰীৰিক অসুস্থতাৰ বাবে কথাশিল্পীগৰাকীয়ে নতুন দিল্লীলৈ গৈ এই সন্মান গ্ৰহণ কৰিব পৰা নাছিল।

সেইবাবেই তেওঁক আজিৰ নিজৰ ঘৰতে এই সন্মান প্ৰদান কৰা হয়।

Recent News

ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থাত খালী ৫৪১টা পদ! কেন্দ্ৰীয় চৰকাৰক প্ৰশ্ন বিৰোধীৰ

ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থাত খালী ৫৪১টা পদ! কেন্দ্ৰীয় চৰকাৰক প্ৰশ্ন বিৰোধীৰ

অপাৰেচন সিন্দূৰৰ পোষ্টত হাঁহিৰ ইমোজিৰে প্ৰতিক্ৰিয়া জনোৱা মহিলাৰ বিৰুদ্ধে এফআইআৰ বাতিলৰ আবেদন খাৰিজ বম্বে উচ্চ ন্যায়ালয়ৰ

অপাৰেচন সিন্দূৰৰ পোষ্টত হাঁহিৰ ইমোজিৰে প্ৰতিক্ৰিয়া জনোৱা মহিলাৰ বিৰুদ্ধে এফআইআৰ বাতিলৰ আবেদন খাৰিজ বম্বে উচ্চ ন্যায়ালয়ৰ

গুৱাহাটী উচ্চ ন্যায়ালয়ত চাৰিগৰাকী অতিৰিক্ত ন্যায়াধীশক নিযুক্তি

গুৱাহাটী উচ্চ ন্যায়ালয়ত চাৰিগৰাকী অতিৰিক্ত ন্যায়াধীশক নিযুক্তি

নৰ্মাদা বাচাও আন্দোলনৰ নেত্ৰী মেধা পাটেকাৰক মানহানিৰ গোচৰত দোষী সাব্যস্তকৰণ সমৰ্থন কৰিলে দিল্লী উচ্চ ন্যায়ালয়ে

নৰ্মাদা বাচাও আন্দোলনৰ নেত্ৰী মেধা পাটেকাৰক মানহানিৰ গোচৰত দোষী সাব্যস্তকৰণ সমৰ্থন কৰিলে দিল্লী উচ্চ ন্যায়ালয়ে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd