• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰাজ্য চৰকাৰৰ কেবিনেটত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত; কি কি সিদ্ধান্ত ল’লে চৰকাৰে?

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
June 8, 2021 3:10 pm
Assam-Cabinet-meeting-1-1140x570

ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক। ফাইল ফটো।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়।

কেবিনেটৰ বৈঠকৰ অন্তত মন্ত্ৰী কেশৱ মহন্ত, ডাঃ ৰনোজ পেগু আৰু মন্ত্ৰী পীযুষ হাজৰিকাই সংবাদমেল সম্বোধন কৰি চৰকাৰৰ সিদ্ধান্তসমূহ সদৰী কৰে।

সেই অনুসৰি জানিবলৈ দিয়ে যে ৩৫ বিঘা দুকঠা দুই লোচা মাটি বটদ্ৰৱা থানৰ সাংস্কৃতিক আৰু পৰ্যটন প্ৰকল্পৰ লগত জড়িত উন্নয়নত ব্যয় কৰা হ’ব।

বানপানীৰ সময়ত ক্ষতিগ্ৰস্তৰ হিচাপ নিকাচ তথা আন্ত:গাঁথনি মেৰামতিৰ দীঘলীয়া প্ৰক্ৰিয়া হয় ৷ যাৰ বাবে জিলা উপায়ুক্তসকলক প্ৰাকৃতিক দুৰ্যোগৰ সকলো ব্যৱস্থা লবলৈ দিয়া হ’ব ৷

সেইদৰে, ১এপ্ৰিলৰ পৰা ৩১ অক্টোবৰ ভিতৰত উপায়ুক্ত সকলক কাৰ্যব্যৱস্থা গ্ৰহণ কৰিবলৈ কৰ্তৃত্ব দিয়া হৈছে।

আনহাতে, অহা ১২ জুলাইৰ পৰা নতুন চৰকাৰৰ বাজেট অধিৱেশন অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লোৱা হয়। এইবাৰ ২৫ দিনীয়াকৈ হব এই বাজেট অধিৱেশন ৷

মন্ত্ৰী পীযুষ হাজৰিকাই জানিবলৈ দিয়ে যে চৰকাৰী সকলো কাৰ্য্যলয়ত ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী আৰু অসমৰ প্ৰথম মুখ্যমন্ত্ৰী গোপীনাথ বৰদলৈৰ ফটো লগাব লাগিব।

সংবাদ মাধ্যমত প্ৰচাৰ হোৱা কয়লাৰ ক্ষেত্ৰত কোৱা হয় যে অভাৰলোডিং ৰোধ কৰিবলৈ বৰাক ভেলী আৰু শ্ৰীৰামপুৰত চৰকাৰী Weight ব্ৰীজত জোখ মাখ কৰা হব ৷

পৰৱৰ্তী ৩১মাৰ্চ লৈকে পৰীক্ষামূলকভাৱে চলিব এই জোখ মাখ ৷

আনহাতে, অভাৰ লোডিং ট্ৰাক গাড়ী অসমৰ পৰা যাব নোৱাৰিব ৷ মেঘালয়ৰ পৰা অহা ট্ৰাকো পৰীক্ষা কৰিব।

ছাগলীয়া গেটৰে কোনো কয়লা ট্ৰাক যাব নোৱাৰিব বা আহিবও নোৱাৰিব ৷

উচ্চতম ন্যায়লয় গাইড লাইনৰ মতে অবৈধ অভাৰ লোডিং ট্ৰাক যাব নোৱাৰে। সেই বাবে এই সিদ্ধান্ত লোৱা হৈছে।

আনহাতে, আজিৰ কেবিনেটে দৰং জিলাৰ ছিপাঝাৰৰ গৰুখুটিত কৃষি কৰ্মৰ বাবে বেদখলমুক্ত কৰা ৭৭হাজাৰ বিঘা ভূমি ব্যৱহাৰ কৰাৰ বাবে বিধায়ক পদ্ম হাজৰিকাক অধ্যক্ষ হিচাপে লৈ এখন কমিটি গঠন কৰা হয়। কমিটিখনৰ আন সদস্যসকল হৈছে সাংসদ দিলীপ শইকীয়া, বিধায়ক মৃনাল শইকীয়া আৰু ড০ পৰমানন্দ ৰাজবংশী।

উক্ত কামকাজৰ সমস্ত প্ৰক্ৰিয়া মুখ্যমন্ত্ৰী, বিত্তমন্ত্ৰী আৰু পৰিবহন মন্ত্ৰীয়ে নিৰাক্ষণ কৰিব।

স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই জানিবলৈ দিয়ে যে কোভাক্সিনৰ নাটনি এক দুই সপ্তাহত দূৰ কৰা হ’ব। কেন্দ্ৰীয় চৰকাৰৰ পৰা পোৱা ভেকচিনেৰে এই নাটনি দূৰ কৰা হব ৷

তেওঁ কয় যে মুখ্যমন্ত্ৰী সাহায্য পুঁজি আৰু আৰোগ্য নিধিৰ পৰা কৰ’নাৰ সময়ত ধন ব্যয় কৰি থকা হৈছিল ৷

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

পেলেষ্টাইনৰ কাহিনীৰে নিৰ্মিত ছবিলৈ ইজৰাইলৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা : বঁটাৰ ধন বন্ধ কৰি দিয়াৰ হুংকাৰ ইজৰাইলৰ সাংস্কৃতিক মন্ত্ৰীৰ

পেলেষ্টাইনৰ কাহিনীৰে নিৰ্মিত ছবিলৈ ইজৰাইলৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা : বঁটাৰ ধন বন্ধ কৰি দিয়াৰ হুংকাৰ ইজৰাইলৰ সাংস্কৃতিক মন্ত্ৰীৰ

September 18, 2025 9:45 pm
দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

September 18, 2025 8:44 pm
মোডীৰ জন্মদিনৰ স্বচ্ছতা অভিযানত ‘আৱৰ্জনা পেলাই চাফা কৰাৰ’ নাটক; শলঠেকত বিজেপি

মোডীৰ জন্মদিনৰ স্বচ্ছতা অভিযানত ‘আৱৰ্জনা পেলাই চাফা কৰাৰ’ নাটক; শলঠেকত বিজেপি

September 18, 2025 8:31 pm
কৰ্মফল! আদালতে দিলেও ৰেহাই নিদিলে বিধাতাই : পংখী সন্দিকৈৰ হত্যাৰ অভিযুক্ত স্বামী নীতিকেশ দাসৰ মৃত্যু

কৰ্মফল! আদালতে দিলেও ৰেহাই নিদিলে বিধাতাই : পংখী সন্দিকৈৰ হত্যাৰ অভিযুক্ত স্বামী নীতিকেশ দাসৰ মৃত্যু

September 18, 2025 8:29 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পেলেষ্টাইনৰ কাহিনীৰে নিৰ্মিত ছবিলৈ ইজৰাইলৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা : বঁটাৰ ধন বন্ধ কৰি দিয়াৰ হুংকাৰ ইজৰাইলৰ সাংস্কৃতিক মন্ত্ৰীৰ

পেলেষ্টাইনৰ কাহিনীৰে নিৰ্মিত ছবিলৈ ইজৰাইলৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা : বঁটাৰ ধন বন্ধ কৰি দিয়াৰ হুংকাৰ ইজৰাইলৰ সাংস্কৃতিক মন্ত্ৰীৰ

September 18, 2025 9:45 pm
দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

September 18, 2025 8:44 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd