• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, May 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ফাইনেলত শিৱকে ধৰি অসমৰ তিনিগৰাকী বক্সাৰ, অন্তিম দুইত অদমনীয় মেৰীকম

এন ই নাও নিউজ by এন ই নাও নিউজ
May 24, 2019 9:44 am
shiva thapa in Guwahati

প্ৰতিপক্ষৰ সৈতে বক্সিং ৰিঙত শিৱ থাপা

3.6k
VIEWS
Share on FacebookShare on Twitter

গুৱাহাটীৰ সৰুসজাই ক্ৰীড়া প্ৰকল্পৰ কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈ ইনড’ৰ ষ্টেডিয়ামত চলি থকা দ্বিতীয় ইণ্ডিয়া অ’পেন আন্তঃৰাষ্ট্ৰীয় বক্সিং প্ৰতিযোগিতাৰ ফাইনেলত প্ৰৱেশ কৰিছে ছয়বাৰৰ বিশ্ব চেম্পিয়ন এম চি মেৰীকমৰ লগতে অসমৰ তাৰকা বক্সাৰ শিৱ থাপা, যমুনা বড়ো আৰু লাভলীনা বৰগোহাঁয়ে।

প্ৰতিযোগিতাৰ মহিলাৰ ৫১ কেজি শাখাৰ ছেমি ফাইনেলত মেৰীকমে সতীৰ্থ ভাৰতৰে নিখাত জাৰীনক ৪-১ ব্যৱধানত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰে।

আনহাতে, শিৱ থাপাই পুৰুষৰ ৬০ কেজি শাখাত পোলেণ্ডৰ বক্সাৰ ডি ক্ৰিষ্টিয়ান চেজপানস্কীক দুৰ্দান্ত খেলেৰ কোনো ধৰণৰ সুযোগ নিদি ৫-০ ব্যৱধানত সহজে বিজয়ী হয়।

অসমৰ আন এগৰাকী বক্সাৰ যমুনা বড়োই ৫৪ কেজি শাখাত ভাৰতৰে এম মীনাকুমাৰীক ৫-০ ৰ একচেতীয়া ব্যৱধাত পৰাস্ত কৰি ফাইনেললৈ অগ্ৰসৰ হয় পদক নিশ্চিত কৰে।

উল্লেখযোগ্য যে, অসমৰ তাৰকা মহিলা বক্সাৰ লাভলীনা বৰগোহাঁয়ে বক্সিং ৰিঙত ননমাকৈয়ে ফাইনেলত উপনীত হৈছে।  লাভলীনাই ৬৯ কেজি শাখাৰ ছেমি ফাইনেলত ৱাক অভাৰ লাভ কৰে।

মেৰীকম, শিৱৰ উপৰিও ভাৰতৰ তাৰকা বক্সাৰ অমিত পাংঘাল (৫২ কেজি), কাবিন্দৰ সিং বিষ্ট (৫৬ কেজি), ৰোহিত টাকছ (৬৯ কেজি) আৰু বহুকেইগৰাকী বক্সাৰে ফাইনেলত স্থান সুৰক্ষিত কৰি পদক নিশ্চিত কৰিছে।

Recent News

দেশত অন্ত পৰিব নে বৰ্ণ বৈষম্য! তিৰুপতিৰ কলেজত দলিত ছাত্ৰৰ ওপৰত নৃশংস নিৰ্যাতন

দেশত অন্ত পৰিব নে বৰ্ণ বৈষম্য! তিৰুপতিৰ কলেজত দলিত ছাত্ৰৰ ওপৰত নৃশংস নিৰ্যাতন

সম্ভল জামা মছজিদৰ জৰীপ গোচৰ : মুছলমান পক্ষৰ পুনৰীক্ষণ আবেদন নাকচ এলাহাবাদ উচ্চ ন্যায়ালয়ৰ

সম্ভল জামা মছজিদৰ জৰীপ গোচৰ : মুছলমান পক্ষৰ পুনৰীক্ষণ আবেদন নাকচ এলাহাবাদ উচ্চ ন্যায়ালয়ৰ

এছ বি আইৰ ফিক্সড ডিপ’জিটৰ সুতৰ হাৰ পুনৰ হ্ৰাস: এতিয়া সৰ্বোচ্চ হাৰ ৬.৭০%

এছ বি আইৰ ফিক্সড ডিপ’জিটৰ সুতৰ হাৰ পুনৰ হ্ৰাস: এতিয়া সৰ্বোচ্চ হাৰ ৬.৭০%

পেলেষ্টাইনীসকলক খান ইউনিছ খালী কৰিবলৈ নিৰ্দেশ ইজৰাইলৰ সেনাৰ

পেলেষ্টাইনীসকলক খান ইউনিছ খালী কৰিবলৈ নিৰ্দেশ ইজৰাইলৰ সেনাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd