• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অট’ৰিক্সা চলাওঁ আমি দুয়ো ভাই : মহানগৰীৰ ৰাজপথত অট’চালকৰ ৰূপত উপমন্যু হাজৰিকা

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
April 20, 2019 10:27 pm
08a34210-e97c-4c04-b87d-f7e50d53a6a7

গুৱাহাটী লোকসভা সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী উপমন্যু হাজৰিকাৰ নিৰ্বাচনী প্ৰচাৰ। ফটো : নৰ্থইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্যৰ তৃতীয় পৰ্য্যায়ৰ লোকসভা নিৰ্বাচনৰ প্ৰচাৰৰ কাইলৈ অন্তিম দিন, সেয়েহে প্ৰাৰ্থীসকলৰ প্ৰচাৰ তুংগত উঠিছে। ভোটাৰ ৰাইজক আকৰ্ষণ কৰিবলৈ প্ৰয়োগ কৰিছে ন-ন কৌশল। ব্যতিক্ৰম নহ’ল ৭ নং গুৱাহাটী লোকসভা সমষ্টিৰ  নিৰ্দলীয় প্ৰাৰ্থী উপমন্যু হাজৰিকাও। মহানগৰীৰ ৰাজপথত আজি অট’চালকৰ ৰূপত দেখা গ’ল হাজৰিকাক। সমান্তৰালকৈ হাজৰিকাৰ প্ৰতীক চিহ্ন ‘অট’ৰিক্সা’।

উল্লেখ্য যে, শনিবাৰে দিচপুৰ প্ৰেছ ক্লাৱৰ সন্মুখৰ পৰা অট’ৰিক্সাৰে নিৰ্বাচনী ৰেলী বাহিৰ কৰে উপমন্যু হাজৰিকাই। সেই সময়তে নৰ্থ ইষ্ট নাওৰ সাংবাদিকৰ সৈতে তেওঁৰ এক আছুতীয়া সাক্ষাৎকাৰ গ্ৰহণ কৰা হৈছিল। তাতে সোধা হৈছিল তেওঁৰ প্ৰতীক চিহ্ন অট’ৰিক্সা নিৰ্বাচিত কৰাৰ কাৰণ।

‘’সাধাৰণ জনতাৰ যাতায়তৰ বাহন অট’ৰিক্সা, সাধাৰণ খিলঞ্জীয়া মানুহৰ সৈতে মই জৰিত আছো। সুধাকন্ঠ ড০ ভূপেন হাজৰিকা আৰু ভাতৃ জয়ন্ত হাজৰিকাৰ ‘অট’ৰিক্সা চলাও আমি’ গীতটিয়ে ৪০ বছৰ আগতে সকলোৰে অন্তৰ চুই গৈছিল। খিলঞ্জীয়াৰ অস্তিত্ব ৰক্ষাৰ এক প্ৰতীক হ’ল অট’ৰিক্সা। প্ৰথম ভাগত নিবনুৱা যুৱকসকল স্বাৱলম্বী হ’বলৈ আৰম্ভ কৰিছিল, তেতিয়া তেওঁলোকে অট’ৰিক্সা চলাইছিল,‘’-তেওঁ এইদৰে কয়।

আনহাতে, সাক্ষাৎকাৰৰ মাজতে তেওঁৰ নিৰ্বাচনী প্ৰচাৰ তুংগত থকা বুলি দাবী কৰি তেওঁ কয় ১১’ মাৰ্চৰ পৰা ৪০ দিন একেৰাহে প্ৰচাৰ চলাই আছো। মই সম্পূৰ্ণ আশাবাদী।

তদুপৰি, বিদেশী বহিস্কৰণৰ বিষয়টো কংগ্ৰেছ-বিজেপি কোনো এটা দলেই গুৰুত্ব সহকাৰে লোৱা নাই বুলি অভিযোগ তুলি হাজৰিকাই কয়, ‘’কংগ্ৰেছে এতিয়া নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰিলেও ২০১৫ চনৰ জুলাই মাহলৈকে সকলো বিদেশীকে নাগৰিকত্ব দিবলৈ আবেদন জনাইছিল। আনফালে বিজেপিয়ে হিন্দু বাংলাদেশী আনিবলৈ তৎপৰ হৈ আছে।‘’

তেওঁ আৰু কয়, ’’১৮ লাখ খিলঞ্জীয়া ভোটাৰে গুৱাহাটীৰ পৰা এটা বাৰ্তা দিব যে খিলঞ্জীয়াৰ স্বাৰ্থ আগত ৰাখিব লাগিব সকলো ৰাজনৈতিক নেতাই। যদি এই বাৰ্তা গুৱাহাটী লোকসভা সমষ্টিৰ পৰা দিব নোৱাৰো তেন্তে খিলঞ্জীয়াৰ অস্তিত্ব ৰক্ষা নহ’ব।‘’

Tags: নিৰ্বাচন ২০১৯
কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

হিণ্ডেনবাৰ্গৰ সকলো অভিযোগ খাৰিজ, আদানিক ‘ক্লিন চিট’ দিলে ছেবিয়ে

হিণ্ডেনবাৰ্গৰ সকলো অভিযোগ খাৰিজ, আদানিক ‘ক্লিন চিট’ দিলে ছেবিয়ে

September 18, 2025 7:31 pm
খিলঞ্জীয়াৰ গাত হাত দি বিপদত আৰক্ষী অধীক্ষক লীনা দলে : ধুবুৰীৰ পৰা আৰক্ষীৰ মুখ্য কাৰ্যালয়লৈ শাস্তিমূলক বদলি

খিলঞ্জীয়াৰ গাত হাত দি বিপদত আৰক্ষী অধীক্ষক লীনা দলে : ধুবুৰীৰ পৰা আৰক্ষীৰ মুখ্য কাৰ্যালয়লৈ শাস্তিমূলক বদলি

September 18, 2025 7:25 pm
মেৰাপানীৰ সীমান্তত উত্তেজনা : প্ৰতিবাদকাৰীৰ প্ৰতিৰোধৰ সন্মুখীন হ’ল নাগালেণ্ড আৰক্ষী

মেৰাপানীৰ সীমান্তত উত্তেজনা : প্ৰতিবাদকাৰীৰ প্ৰতিৰোধৰ সন্মুখীন হ’ল নাগালেণ্ড আৰক্ষী

September 18, 2025 6:45 pm
মানকাচৰৰ চক্ৰ বিষয়াৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ; ন্যায় বিচাৰিছে ভুক্তভোগীয়ে

মানকাচৰৰ চক্ৰ বিষয়াৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ; ন্যায় বিচাৰিছে ভুক্তভোগীয়ে

September 18, 2025 6:40 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

হিণ্ডেনবাৰ্গৰ সকলো অভিযোগ খাৰিজ, আদানিক ‘ক্লিন চিট’ দিলে ছেবিয়ে

হিণ্ডেনবাৰ্গৰ সকলো অভিযোগ খাৰিজ, আদানিক ‘ক্লিন চিট’ দিলে ছেবিয়ে

September 18, 2025 7:31 pm
খিলঞ্জীয়াৰ গাত হাত দি বিপদত আৰক্ষী অধীক্ষক লীনা দলে : ধুবুৰীৰ পৰা আৰক্ষীৰ মুখ্য কাৰ্যালয়লৈ শাস্তিমূলক বদলি

খিলঞ্জীয়াৰ গাত হাত দি বিপদত আৰক্ষী অধীক্ষক লীনা দলে : ধুবুৰীৰ পৰা আৰক্ষীৰ মুখ্য কাৰ্যালয়লৈ শাস্তিমূলক বদলি

September 18, 2025 7:25 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd