• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কাজিৰঙাত উলহ-মালহেৰে উদযাপন স্বাধীনতা দিৱস; স্মাৰক উন্মোচনৰ লগতে বনকৰ্মীসকলৰ বাবে বিশেষ স্বাস্থ্য সজাগতা শিৱিৰৰ আয়োজন

উত্তম শইকীয়া by উত্তম শইকীয়া
August 15, 2019 3:46 pm
Kaziranga National Park

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত স্বাধীনতা দিৱস উদযাপন

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সমগ্ৰ দেশৰ লগতে আজি অসমৰ বিখ্যাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানতো ৭৩ সংখ্যক স্বাধীনতা দিৱস উলহ মালহেৰে পালন কৰা হয়৷

ৰাষ্ট্ৰীয় উদ্যানখনৰ বোকাখাতত থকা মুখ্য কাৰ্য্যালয়ত আজি ৰাতিপুৱা স্বাধীনতা দিৱসৰ বিশেষ অনুষ্ঠান অনুষ্ঠিত কৰা হয়৷

অনুষ্ঠানত মুখ্য কাৰ্য্যালয়ত নিৰ্মাণ কৰা ৰাষ্ট্ৰীয় উদ্যানখনৰ বিভাগীয় স্মাৰক উদ্বোধন কৰে সঞ্চালক পেৰিয়াৰ স্বামী শিৱ কুমাৰে৷

আনহাতে, সঞ্চালক আৰু ডি এফ অ’  দুয়োগৰাকী বিষয়াই বন আৰু বণ্যপ্ৰাণী সুৰক্ষাত প্ৰাণ আহুতি দিয়া  স্বহীদৰ স্মৃতি তৰ্পণ কৰে৷

বিগত সময়ত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সুৰক্ষাৰ ক্ষেত্ৰত নিষ্ঠাৰে কৰ্তব্য পালন কৰা ২২ গৰাকী বন কৰ্মী, গৃহৰক্ষী আৰু সাময়িক কৰ্মীক কৰ্তৃপক্ষৰ তৰফৰ পৰা মান পত্ৰ, সঁফুৰা আৰু গামোছাৰে সম্বৰ্ধনা জনোৱা হয়৷

চাকৰি সূত্ৰে কৰ্মস্থান বদলি হোৱা অভিজিত বৰাক অনুষ্ঠানতে বিদায় সম্ভাষণো জনোৱা হয়৷ ইফালে অগৰাতলি ৰিজৰ্ট,  বৰদৈচিলা ফাউণ্ডেচনৰ সহযোগত কাজিৰঙা ফাউণ্ডেচনে কাজিৰঙাত কৰ্মৰত বন কৰ্মী সকলৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি আজিৰে পৰা ৫ দিনীয়া এক স্বাস্থ্য শিৱিৰৰ আয়োজন কৰে৷

স্বাধীনতা দিৱসৰ আজিৰ অনুষ্ঠানত কাজিৰঙাৰ সঞ্চালক পেৰিয়াৰস্বামী শিৱকুমাৰ,  ডি এফ অ’ ৰোহিনী বল্লভ শইকীয়া,  সঞ্চালকৰ পৰিবাৰ সত্যপ্ৰিয়া শিৱকুমাৰ, উপ বন সংৰক্ষক খৰ্গৰাম ডেকা ৰজা, প্ৰদীপ কুমাৰ বাৰ্মা, কৃষ্ণ কান্ত দেউৰী, সহকাৰী বন সংৰক্ষক ঋতুপৱন বৰা, অৰুণ বিঘ্নেশ, গৱেষণা বিষয়া ৰবীন্দ্ৰ শৰ্মা, অনাৰেৰী ৱাইল্ড লাইফ ৱাৰ্ডেন উত্তম শইকীয়া, খণ্ড বন বিষয়া তৰুণ গগৈ আৰু কৰবেট ফাউণ্ডেচনৰ ডা৹ নবীন পাণ্ডে আৰু বিভিন্ন প্ৰকৃতি সংগঠনৰ বিষয় ববীয়াৰ লগতে বিষয়া কৰ্মচাৰী উপস্থিত থাকে৷

 

উত্তম শইকীয়া

উত্তম শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

হিণ্ডেনবাৰ্গৰ সকলো অভিযোগ খাৰিজ, আদানিক ‘ক্লিন চিট’ দিলে ছেবিয়ে

হিণ্ডেনবাৰ্গৰ সকলো অভিযোগ খাৰিজ, আদানিক ‘ক্লিন চিট’ দিলে ছেবিয়ে

September 18, 2025 7:31 pm
খিলঞ্জীয়াৰ গাত হাত দি বিপদত আৰক্ষী অধীক্ষক লীনা দলে : ধুবুৰীৰ পৰা আৰক্ষীৰ মুখ্য কাৰ্যালয়লৈ শাস্তিমূলক বদলি

খিলঞ্জীয়াৰ গাত হাত দি বিপদত আৰক্ষী অধীক্ষক লীনা দলে : ধুবুৰীৰ পৰা আৰক্ষীৰ মুখ্য কাৰ্যালয়লৈ শাস্তিমূলক বদলি

September 18, 2025 7:25 pm
মেৰাপানীৰ সীমান্তত উত্তেজনা : প্ৰতিবাদকাৰীৰ প্ৰতিৰোধৰ সন্মুখীন হ’ল নাগালেণ্ড আৰক্ষী

মেৰাপানীৰ সীমান্তত উত্তেজনা : প্ৰতিবাদকাৰীৰ প্ৰতিৰোধৰ সন্মুখীন হ’ল নাগালেণ্ড আৰক্ষী

September 18, 2025 6:45 pm
মানকাচৰৰ চক্ৰ বিষয়াৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ; ন্যায় বিচাৰিছে ভুক্তভোগীয়ে

মানকাচৰৰ চক্ৰ বিষয়াৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ; ন্যায় বিচাৰিছে ভুক্তভোগীয়ে

September 18, 2025 6:40 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

হিণ্ডেনবাৰ্গৰ সকলো অভিযোগ খাৰিজ, আদানিক ‘ক্লিন চিট’ দিলে ছেবিয়ে

হিণ্ডেনবাৰ্গৰ সকলো অভিযোগ খাৰিজ, আদানিক ‘ক্লিন চিট’ দিলে ছেবিয়ে

September 18, 2025 7:31 pm
খিলঞ্জীয়াৰ গাত হাত দি বিপদত আৰক্ষী অধীক্ষক লীনা দলে : ধুবুৰীৰ পৰা আৰক্ষীৰ মুখ্য কাৰ্যালয়লৈ শাস্তিমূলক বদলি

খিলঞ্জীয়াৰ গাত হাত দি বিপদত আৰক্ষী অধীক্ষক লীনা দলে : ধুবুৰীৰ পৰা আৰক্ষীৰ মুখ্য কাৰ্যালয়লৈ শাস্তিমূলক বদলি

September 18, 2025 7:25 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd