• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, June 17, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ওমানক হৰুৱালে, যুৱ এছিয়া কাপৰ ছেমি ফাইনেলত আফগানিস্তানৰ বিৰুদ্ধে খেলিব ভাৰতে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 24, 2024 8:46 am
1.3k
VIEWS
Share on FacebookShare on Twitter

ওমানক পৰাস্ত কৰি ইমাৰ্জিং এছিয়া কাপৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিছে ভাৰতে। ২৫ অক্টোবৰত ছেমি ফাইনেলত ভাৰতৰ প্ৰতিদ্বন্দ্বী আফগানিস্তান।

যুৱ এছিয়া কাপত পুনৰ সফলতা লাভ কৰিবলৈ ওলাইছে ভাৰতে। বুধবাৰে গ্ৰুপ পৰ্যায়ৰ অন্তিমখন খেলত ওমানক ৬ উইকেটত পৰাস্ত কৰি ছেমি ফাইনেলত স্থান নিশ্চিত কৰে তিলক ভাৰ্মাৰ নেতৃত্বত ভাৰতে।

প্ৰথমে বেটিং কৰি ওমানে ২০ অভাৰত ৫ উইকেটত ১৪০ ৰান সংগ্ৰহ কৰে। টীম ইণ্ডিয়াই ১৫.২ অভাৰতে ১৪৬ ৰান সংগ্ৰহ কৰি জয়লাভ কৰে। খেলখনত ভাৰতে ৬ উইকেটত জয়লাভ কৰে। ভাৰতৰ হৈ আয়ুষ বদোনিয়ে সৰ্বাধিক ৫১ ৰাণ সংগ্ৰহ কৰে।

ইমাৰ্জিং এছিয়া কাপত কোনো ছিনিয়ৰ খেলুৱৈ ভাৰতীয় দল নাই। ভাৰত ‘এ’ দলৰ সদস্যসকলে তাত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল। যদিও অধিনায়কৰ দায়িত্বত আছে তিলক ভাৰ্মা।

বুধবাৰে ওমানৰ বিৰুদ্ধে খেলখনত জয়লাভ কৰি ভাৰতে ছেমি ফাইনেলত প্ৰৱেশ কৰে। ভাৰতৰ সফল বলাৰ ৰমনদীপ সিঙে খেলখনত ২ ৰানত ১ টা উইকেট দখল কৰিছে। ইয়াৰ উপৰিও আকিব খান, ৰশিখ চালাম, নিশান্ত সিন্ধু, সাই কিশোৰে ১টাকৈ উইকেট দখল কৰে।

ওমানে দিয়া ১৪১ ৰানৰ লক্ষ্যৰ বিৰুদ্ধে বেটিং কৰিবলৈ নামি ৮ ৰান কৰিয়েই পেভিলিয়নলৈ উভতিবলগীয়া হয় অনুজ ৰাৱট। অৱশ্যে অ’পেনাৰ অভিষেক শৰ্মা আৰু অধিনায়ক তিলক ভাৰ্মাই টীম ইণ্ডিয়াক খেলখনত জয়ী কৰায়। খেলখনৰ মেন অৱ দ্য মেচ হয় আয়ুষ বদোনি। 

Recent News

মাটি-ভেটিৰ সুৰক্ষাৰ কথা পাহৰি আদানিৰ স্বাৰ্থত খিলঞ্জীয়াৰ মাটি কাঢ়িব বিচাৰিছে চৰকাৰে

মাটি-ভেটিৰ সুৰক্ষাৰ কথা পাহৰি আদানিৰ স্বাৰ্থত খিলঞ্জীয়াৰ মাটি কাঢ়িব বিচাৰিছে চৰকাৰে

ধুবুৰী আৱৰ্ত্ত ভৱনৰ বাহিৰত ৰহস্যজনক দেৱাল লিখন! দেশবিৰোধী শক্তিৰ হাত থকাৰ সন্দেহ

ধুবুৰী আৱৰ্ত্ত ভৱনৰ বাহিৰত ৰহস্যজনক দেৱাল লিখন! দেশবিৰোধী শক্তিৰ হাত থকাৰ সন্দেহ

থাৰ্মেল পাওৱাৰ প্ৰকল্পৰ নামত আদানী গ্রুপক প্ৰদান বিটিআৰৰ শ শ বিঘা ভূমি : তীব্ৰ গৰিহণা এবছুৰ

থাৰ্মেল পাওৱাৰ প্ৰকল্পৰ নামত আদানী গ্রুপক প্ৰদান বিটিআৰৰ শ শ বিঘা ভূমি : তীব্ৰ গৰিহণা এবছুৰ

আমি এক তৃতীয় বিশ্ব যুদ্ধৰ ফালে গতি কৰি আছোঁ নেকি?

আমি এক তৃতীয় বিশ্ব যুদ্ধৰ ফালে গতি কৰি আছোঁ নেকি?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd