• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, August 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

৩৬ ৰানত অলআউট; টেষ্ট ক্ৰিকেটৰ ইতিহাসত সৰ্বনিম্ন স্কোৰৰ নতুন অভিলেখ ভাৰতৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
December 19, 2020 11:19 am
1.8k
VIEWS
Share on FacebookShare on Twitter

টেষ্ট ক্ৰিকেট ইতিহাসত সৰ্বনিম্ন ৰানৰ নতুন অভিলেখ গঢ়িলে বিৰাট কোহলী নেতৃত্বাধীন ভাৰতীয় ক্ৰিকেট দলে।

অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে এডিলেইটত অনুষ্ঠিত শৃংখলাৰ প্ৰথমখন টেষ্টৰ দ্বিতীয় ইনিংছত ভাৰতীয় দলটোৱে শোচনীয় বেটিং প্ৰদৰ্শনেৰে মাত্ৰ ৩৬ ৰানত ইনিংছ সামৰি টেষ্ট ক্ৰিকেট ইতিহাসত নতুন অভিলেখ গঢ়ে।

এয়া হৈছে ভাৰতৰ টেষ্ট ক্ৰিকেটত সৰ্বনিম্ন স্কোৰ। অৱশ্যে এতিয়াও নিউজিলেণ্ডৰ ২৬ ৰানৰ সৰ্বনিম্ন ৰানৰ অভিলেখ অক্ষত আছে।

ইয়াৰ পূৰ্বে ১৯৭৪ চনত লৰ্ডছত ইংলেণ্ডৰ বিৰুদ্ধে তৃতীয় ইনিংছত ভাৰতীয় দলে সংগ্ৰহ কৰা ৪২ ৰান আছিল ভাৰতৰ টেষ্ট ক্ৰিকেটত সৰ্বনিম্ন স্কোৰ।

আজি দ্বিতীয় ইনিংছত ভাৰতীয় ক্ৰিকেট দলটোৰ কোনো এগৰাকী বেটছমেনেও দুটা দহকৰ ঘৰ স্পৰ্শ কৰিব নোৱাৰিলে।

ভাৰতীয় ক্ৰিকেট দলৰ বেটছমেন সকলৰ ৰান আছিল এনেধৰণৰ- পৃথ্বি শ্ব (৪), মায়াংক আগৰৱাল(৯), জাচপ্ৰীত বুমৰাহ(২), চেতেশ্বৰ পূজাৰা(০), বিৰাট কোহলী(৪), আজিংক ৰাহানে(০), হনুমা বিহাৰী(৮), ঋদ্ধিমান সাহা(৪), ৰবিচন্দ্ৰন আশ্বিন(০), উমেশ যাদৱ(৪), মহম্মদ চামী(১)।

মহম্মদ চামীয়ে আঘাতপ্ৰাপ্ত হৈ ক্ৰিজ এৰিবলৈ বাধ্য হয়।

অষ্ট্ৰেলিয়াৰ হৈ হেজেলহুদে ৫ টা আৰু পেট কামিনছে ৪ টা উইকেট দখল কৰে।

Recent News

উত্তৰাখণ্ডৰ পাছত হিমাচলতো বানৰ প্ৰাদুৰ্ভাৱ, জাহ গ’ল দলং! ৪০০ পৰ্যটকক জিপলাইনেৰে উদ্ধাৰ

উত্তৰাখণ্ডৰ পাছত হিমাচলতো বানৰ প্ৰাদুৰ্ভাৱ, জাহ গ’ল দলং! ৪০০ পৰ্যটকক জিপলাইনেৰে উদ্ধাৰ

অসমৰ ভাৰতীয় বন সেৱাৰ বিষয়া এম কে যাদৱৰ বিৰুদ্ধে বনাঞ্চলত অবৈধ নিৰ্মাণকাৰ্যৰ গুৰুতৰ অভিযোগ

অসমৰ ভাৰতীয় বন সেৱাৰ বিষয়া এম কে যাদৱৰ বিৰুদ্ধে বনাঞ্চলত অবৈধ নিৰ্মাণকাৰ্যৰ গুৰুতৰ অভিযোগ

৫৬ ইঞ্চিৰ বুকুৱে এতিয়া কি ক’ব? ট্ৰাম্পে ৫০ শতাংশ শুল্ক আৰোপ কৰাৰ পাছতে মোদীক সমালোচনা ৰাহুল গান্ধীৰ

৫৬ ইঞ্চিৰ বুকুৱে এতিয়া কি ক’ব? ট্ৰাম্পে ৫০ শতাংশ শুল্ক আৰোপ কৰাৰ পাছতে মোদীক সমালোচনা ৰাহুল গান্ধীৰ

বেজীবিহীন টিকাকৰণৰ নতুন পথ: দাঁতৰ ফ্লছৰ জৰিয়তে ভেকচিন প্ৰদানৰ গৱেষণা

বেজীবিহীন টিকাকৰণৰ নতুন পথ: দাঁতৰ ফ্লছৰ জৰিয়তে ভেকচিন প্ৰদানৰ গৱেষণা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd