• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, May 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ভাৰতীয় বেগী বলাৰৰ তাণ্ডৱত বাংলাদেশৰ ছত্ৰভংগ; মাত্ৰ ১৫০ ৰাণত প্ৰথম ইনিংছৰ অন্ত

এন ই নাও নিউজ by এন ই নাও নিউজ
November 14, 2019 9:55 pm
Shami bowling

ইন্দোৰত ভাৰতীয় দল

4.6k
VIEWS
Share on FacebookShare on Twitter

ভাৰত আৰু বাংলাদেশৰ মাজত ইন্দোৰত অনুষ্ঠিত হোৱা শৃংখলাৰ প্ৰথমখন টেষ্টত দৰ্শনীয় আৰম্ভণি কৰিছে ঘৰুৱা দল ভাৰতে।

টছত জয়ী হৈ বাংলাদেশৰ অধিনায়ক মমিনুল হকে প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে যদিও ইন্দোৰৰ সেইজীয়া উইকেটত ভাৰতীয় পেচ ত্ৰিমুৰ্তিৰ তীক্ষ্ণ বলিঙৰ সন্মুখত বিপদত পৰে আলহী দলটো।

ইশান্ত শৰ্মা, মহম্মদ ছামী আৰু উমেশ যাদৱৰে গঠিত ভাৰতীয় পেচ আক্ৰমণে বাংলাদেশক মাত্ৰ ১৫০ ৰাণত প্ৰথম ইনিংছ সামৰিবলৈ বাধ্য কৰায়।

বাংলাদেশৰ হৈ মুছফিকুৰ ৰহিমে সৰ্বাধিক ৪৩ ৰাণ সংগ্ৰহ কৰে।

আনহাতে, ভাৰতৰ হৈ বলিঙত মহম্মদ ছামীয়ে তিনিটা, ইশান্ত শৰ্মা, উমেশ যাদৱ আৰু স্পীনাৰ ৰবিচন্দ্ৰন আশ্বিনে দুটাকৈ উইকেট দখল কৰে।

বাংলাদেশৰ প্ৰথম ইনিংছৰ প্ৰত্যুত্তৰত ভাৰতে নিজৰ ইনিংছ আৰম্ভ কৰি প্ৰথম দিনৰ অন্তত ৰোহিত শৰ্মাৰ উইকেট হেৰুৱাই ৮৬ ৰাণ সংগ্ৰহ কৰে।

দিনান্তত মায়াংক আগৰৱাল আৰু চেতেশ্বৰ পুজাৰাই ক্ৰমে ৩৭ আৰু ৪৩ ৰাণত অপৰাজিত হৈ থাকে।

Recent News

কোনো নথকাৰ সুযোগত দিন দোপৰতে চুৰি কাণ্ড গুৱাহাটীত! পবিত্ৰ মাৰ্ঘেৰিটাৰ বাসগৃহৰ পৰা কেবা লাখ টকাৰ সামগ্ৰী লৈ উধাও চুৰ

কোনো নথকাৰ সুযোগত দিন দোপৰতে চুৰি কাণ্ড গুৱাহাটীত! পবিত্ৰ মাৰ্ঘেৰিটাৰ বাসগৃহৰ পৰা কেবা লাখ টকাৰ সামগ্ৰী লৈ উধাও চুৰ

পেহেলগাম আক্ৰমণত চৰকাৰী ষড়যন্ত্ৰৰ অভিযোগ! NSAৰ অধীনত আটক AIUDFৰ বিধায়ক

পেহেলগাম আক্ৰমণত চৰকাৰী ষড়যন্ত্ৰৰ অভিযোগ! NSAৰ অধীনত আটক AIUDFৰ বিধায়ক

ভাৰতৰ সৈতে সিন্ধু জল চুক্তিৰ আলোচনা পুনৰ আৰম্ভ কৰিব বিচাৰে পাকিস্তানেঃ লিখিছে পত্ৰ

ভাৰতৰ সৈতে সিন্ধু জল চুক্তিৰ আলোচনা পুনৰ আৰম্ভ কৰিব বিচাৰে পাকিস্তানেঃ লিখিছে পত্ৰ

উচ্চতম ন্যায়ালয়ত ১৪টা প্ৰশ্ন ৰাষ্ট্ৰপতিৰ! শপত গ্ৰহণৰ পিছতে কঠিন পৰীক্ষাৰ সন্মুখীন মুখ্য ন্যায়াধীশ বি আৰ গাভাই

উচ্চতম ন্যায়ালয়ত ১৪টা প্ৰশ্ন ৰাষ্ট্ৰপতিৰ! শপত গ্ৰহণৰ পিছতে কঠিন পৰীক্ষাৰ সন্মুখীন মুখ্য ন্যায়াধীশ বি আৰ গাভাই

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd