• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অধিনায়ককে ধৰি ভাৰতীয় হকী দলৰ পাঁচগৰাকী তাৰকা কোভিড-১৯ত আক্ৰান্ত

এন ই নাও নিউজ by এন ই নাও নিউজ
August 8, 2020 9:39 am
WhatsApp Image 2020-08-08 at 9.07.01 AM

ভাৰতীয় হকী দলৰ অধিনায়ক মনপ্ৰীত সিং আৰু আন খেলুৱৈ। ফাইল ফটো

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতীয় হকী দলৰ অধিনায়ক মনপ্ৰাত সিঙকে ধৰি দলটোৰ মুঠ পাঁচগৰাকী তাৰকা খেলুৱৈ কোভিড-১৯ত আক্ৰান্ত হৈছে।

বেংগালুৰুৰ ৰাষ্ট্ৰীয় শিৱিৰত যোগ দিয়াৰ পূৰ্বে বাধ্যতামূলক কৰ’না টেষ্টত পাঁচগৰাকী খেলুৱৈৰ দেহত কোভিড-১৯ৰ উপস্থিতি ধৰা পৰে।

স্প’ৰ্টছ অথৰিটি অফ ইণ্ডিয়াই এই কথা জানিবলৈ দিছে।

অধিনায়ক মনপ্ৰীত সিঙৰ উপৰি কৰ’নাত আক্ৰান্ত হৈছে ডিফেণ্ডাৰ সুৰেন্দ্ৰ কুমাৰ, জছকৰণ সিং, কৃষান বি পাঠক আৰু ড্ৰেগ-ফ্লিকাৰ বৰুণ কুমাৰ।

কৰ’নাত আক্ৰান্ত হোৱাৰ পাছত অধিনায়ক মনপ্ৰীতে এক বিজ্ঞপ্তিত কয় যে তেওঁ স্প’ৰ্টছ অথৰিটি অফ ইণ্ডিয়াৰ চৌহদত চেল্ফ কোৱাৰেন্টাইনত থাকিব। সাইয়ে যিদৰে বিষয়টো চম্ভালিছে তাত তেওঁ সন্তুষ্ট।

তেওঁ লগতে কয় যে তেওঁ বৰ্তমান ভালেই আছে আৰু শীঘ্ৰেই সুস্থ হৈ উঠাৰ আশা কৰিছে।

প্ৰথমতে পাঁচগৰাকী খেলুৱৈৰে কৰ’না টেষ্ট নিগেটিভ আহিছিল। পাছত মনপ্ৰীত সিঙৰ কিছু লক্ষণ দেখা দিয়াত একেলগে যাত্ৰা কৰা মুঠ দহজনৰ পুনৰ কৰ’না টেষ্ট কৰা হয়।

কৰ’না আক্ৰান্ত পাঁচোগৰাকী খেলুৱৈকে আইছ্যলেশ্যনলৈ প্ৰেৰণ কৰা হৈছে আৰু প্ৰট’কল অনুসৰি বাকীসকলকো কোৱাৰেন্টাইন কৰা হ’ব।

Tags: COVID-19
এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কুকি-জো গোটৰ সৈতে যুদ্ধ বিৰতি চুক্তি নবীকৰণৰ সিদ্ধান্ত কেন্দ্ৰৰ!

কুকি-জো গোটৰ সৈতে যুদ্ধ বিৰতি চুক্তি নবীকৰণৰ সিদ্ধান্ত কেন্দ্ৰৰ!

September 4, 2025 2:40 pm
নিজেই সৃষ্টি কৰা ভোটাৰ কাৰ্ডক কিয় এলাগী কৰিলে নিৰ্বাচন আয়োগে? প্ৰাক্তন মুখ্য নিৰ্বাচনী আয়ুক্ত শ্বাহাবুদ্দিন য়াকুব কুৰেশ্বীৰ বিশেষ লেখা

নিজেই সৃষ্টি কৰা ভোটাৰ কাৰ্ডক কিয় এলাগী কৰিলে নিৰ্বাচন আয়োগে? প্ৰাক্তন মুখ্য নিৰ্বাচনী আয়ুক্ত শ্বাহাবুদ্দিন য়াকুব কুৰেশ্বীৰ বিশেষ লেখা

September 4, 2025 2:39 pm
ঝাৰখণ্ডৰ জংঘলত মাওবাদী-নিৰাপত্তা বাহিনীৰ মাজত গুলীচালনা : ছহিদ ২ সেনা জোৱান

ঝাৰখণ্ডৰ জংঘলত মাওবাদী-নিৰাপত্তা বাহিনীৰ মাজত গুলীচালনা : ছহিদ ২ সেনা জোৱান

September 4, 2025 2:30 pm
স্বৈৰতন্ত্ৰী বিজেপি দলে দেশৰ সংবিধান তথা গণতন্ত্ৰ ব্যাপক কূটাঘাতেৰে ধ্বংস কৰি পেলোৱাৰ চক্ৰান্ত চলাইছে : ড° হীৰেন গোহাঁই

স্বৈৰতন্ত্ৰী বিজেপি দলে দেশৰ সংবিধান তথা গণতন্ত্ৰ ব্যাপক কূটাঘাতেৰে ধ্বংস কৰি পেলোৱাৰ চক্ৰান্ত চলাইছে : ড° হীৰেন গোহাঁই

September 4, 2025 2:12 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কুকি-জো গোটৰ সৈতে যুদ্ধ বিৰতি চুক্তি নবীকৰণৰ সিদ্ধান্ত কেন্দ্ৰৰ!

কুকি-জো গোটৰ সৈতে যুদ্ধ বিৰতি চুক্তি নবীকৰণৰ সিদ্ধান্ত কেন্দ্ৰৰ!

September 4, 2025 2:40 pm
নিজেই সৃষ্টি কৰা ভোটাৰ কাৰ্ডক কিয় এলাগী কৰিলে নিৰ্বাচন আয়োগে? প্ৰাক্তন মুখ্য নিৰ্বাচনী আয়ুক্ত শ্বাহাবুদ্দিন য়াকুব কুৰেশ্বীৰ বিশেষ লেখা

নিজেই সৃষ্টি কৰা ভোটাৰ কাৰ্ডক কিয় এলাগী কৰিলে নিৰ্বাচন আয়োগে? প্ৰাক্তন মুখ্য নিৰ্বাচনী আয়ুক্ত শ্বাহাবুদ্দিন য়াকুব কুৰেশ্বীৰ বিশেষ লেখা

September 4, 2025 2:39 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd