• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ভোকাতুৰৰ দেশত পৰিণত ভাৰত, বিশ্বৰ ১২৫ খন দেশৰ ভিতৰত ভাৰতৰ স্থান ১১১ 

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 13, 2023 4:20 pm
731
VIEWS
Share on FacebookShare on Twitter

এইবাৰ বিশ্ব ক্ষুধা সূচকাংকত ১২৫খন দেশৰ ভিতৰত ১১১ নম্বৰ স্থানলৈ অৱনমিত হ’ল ভাৰত। সূচকাংকটোত ভাৰতৰ শিশুৰ অপুষ্টিৰ হাৰ ১৮.৭ শতাংশ বুলিও কোৱা হৈছে, যিটো বিশ্বৰ ভিতৰতে সৰ্বাধিক। 

উল্লেখ্য যে শিশুৰ উচ্চতা আৰু ওজনৰ অনুপাতৰ ওপৰত ভিত্তি কৰি এই গণনা কৰা হয়। এই প্ৰতিবেদনত কোৱা হৈছে যে ভাৰতৰ চৰম পুষ্টিহীনতাৰ ছবিখন পোহৰলৈ আহিছে। 

কিন্তু বৃহস্পতিবাৰে এই সূচকাং প্ৰকাশ পোৱাৰ পিছত নৰেন্দ্ৰ মোডী চৰকাৰৰ মহিলা আৰু শিশু কল্যাণ মন্ত্ৰালয়ে ইয়াক ত্ৰুটিপূৰ্ণ আৰু ভিত্তিহীন বুলি উলাই কৰে।

 উল্লেখ্য যে ২০২২ চনত এই সূচকাংকত ১২১খন দেশৰ ভিতৰত ভাৰতে ১০৭ নম্বৰ স্থান লাভ কৰিছিল। এইবাৰ ভাৰতে আৰু চাৰিখন দেশৰ তললৈ নামি যোৱাৰ বিপৰীতে চুবুৰীয়া দেশ পাকিস্তানে১০২ , বাংলাদেশে ৮১, নেপালে ৬৯ আৰু শ্ৰীলংকাই ৬০ তম স্থান লাভ কৰিছে।

উল্লেখ্য যে ভাৰতত পাঁচ বছৰৰ তলৰ শিশুৰ মৃত্যুৰ হাৰ ৩.১ শতাংশ বুলিও প্রতিবেদনত উল্লেখ কৰা হৈছে৷ লগতে কোৱা হৈছে, ১৬.৬ শতাংশ লোকে পৰ্যাপ্ত পৰিমাণ স্বাস্থ্যকৰ খাদ্য খাবলৈ নাপায়। ১৫ৰ পৰা ২৪ বছৰ বয়সৰ ভিতৰৰ ৫৮.১ শতাংশ মহিলা ৰক্তহীনতাত আক্ৰান্ত।

আনহাতে, এই প্ৰতিবেদন প্ৰকাশ পোৱাৰ পিছতেই কেৱল ৩ হাজাৰ লোকৰ জৰীপ কৰি পুষ্টিহীনতাৰ মাত্ৰা জুখিছিল বুলি মন্তব্য কৰিছে কেন্দ্ৰীয় চৰকাৰে।

Recent News

ইউক্ৰেইনৰ ৰাজধানী কিয়েভত ৰাছিয়াৰ ড্ৰোন আক্ৰমণ

ইউক্ৰেইনৰ ৰাজধানী কিয়েভত ৰাছিয়াৰ ড্ৰোন আক্ৰমণ

ধৰ্মৰ বিষয়ত চৰকাৰে মন্তব্য নকৰে: দালাই লামাৰ উত্তৰাধিকাৰী সন্দৰ্ভত ভাৰতৰ স্থিতি

ধৰ্মৰ বিষয়ত চৰকাৰে মন্তব্য নকৰে: দালাই লামাৰ উত্তৰাধিকাৰী সন্দৰ্ভত ভাৰতৰ স্থিতি

হিমাচল প্ৰদেশত হোৱা নেৰানেপেৰা বৰষুণৰ : ভূমিস্খলনৰ ফলত ৬৯ জনৰ মৃত্যু

হিমাচল প্ৰদেশত হোৱা নেৰানেপেৰা বৰষুণৰ : ভূমিস্খলনৰ ফলত ৬৯ জনৰ মৃত্যু

ধুনীয়া হ’বলৈ গৈ প্ৰাণ হেৰুৱালে শ্বেফালীয়ে!

ধুনীয়া হ’বলৈ গৈ প্ৰাণ হেৰুৱালে শ্বেফালীয়ে!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd