• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 27, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

দেশত কৰ’নাৰ নতুন নতুন ষ্ট্ৰেইনে বৃদ্ধি কৰিছে উদ্বেগ; ২৪ ঘন্টাত বহুখিনি বৃদ্ধি পালে মৃত্যুৰ সংখ্যা

এন ই নাও নিউজ by এন ই নাও নিউজ
July 10, 2021 11:53 am
index.jpg22
106
VIEWS
Share on FacebookShare on Twitter

দেশত কৰ’নাৰ ডেল্টা প্ৰজাতিৰ আতংক অব্যাহত থকাৰ মাজতে কেইবাদিনো ধৰি দৈনিক সংক্ৰমণ নিম্নগামী হোৱাৰ লগতে মৃত্যুৰ সংখ্যাও হ্ৰাস পাইছিল।

কিন্তু বৃহস্পতিবাৰৰ পৰা পুনৰ সংক্ৰমণৰ গতি উৰ্দ্ধগামী হোৱা দেখা গ’ল আৰু আজিও দৈনিক সংক্ৰমণ ৪০ হাজাৰৰ ওপৰতেই আছে।

আনহাতে, পূৰ্বৰ দুদিনৰ তুলনাত যোৱা ২৪ ঘন্টাত দৈনিক মৃত্যুৰ সংখ্যা বহুখিনি বৃদ্ধি পালে। দেশত কৰ’নাৰ নতুন নতুন ষ্ট্ৰেইন দেখা দিয়াৰ ফলত পৰিস্থিতি পুনৰ অৱনতি হোৱাৰ আশংকা কৰা হৈছে।

শনিবাৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি যোৱা ২৪ ঘণ্টাত দেশত মুঠ ক’ৰ’নাত আক্ৰান্ত হৈছে ৪২ হাজাৰ ৭৬৬ জন লোক। শুকুৰবাৰে দেশত মুঠ ক’ৰ’নাত আক্ৰান্ত হৈছিল ৪৩ হাজাৰ ৩৯৩ জন লোক।

সেইদৰে, বৰ্তমান দেশত মুঠ কৰ’না আক্ৰান্ত ৰোগীৰ সংখ্যা হৈছে ৩কোটি ৭ লাখ ৯৫ হাজাৰ ৭১৬ জন।

আনহাতে, যোৱা ২৪ ঘণ্টাত দেশত ১২০৬ জন কোভিড আক্ৰান্ত লোকৰ মৃত্যু হৈছে। শুকুৰবাৰে দেশত ৯১১ জন কোভিড আক্ৰান্ত লোকৰ মৃত্যু হৈছিল।

মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা অনুসৰি দেশত এতিয়ালৈকে মুঠ কৰ’না আক্ৰান্ত মৃত্যুৰ সংখ্যা হৈছেগৈ ৪লাখ ৭ হাজাৰ ১৪৫জন।

বৰ্তমান দেশত চিকিৎসাধীন হৈ থকা কৰ’না ৰোগীৰ সংখ্যা হৈছে ৪লাখ ৫৫ হাজাৰ ৩৩জন।

দেশত যোৱা ২৪ ঘন্টাত সুস্থ হৈ ঘৰলৈ ওভতা ৰোগীৰ সংখ্যা হৈছে ৪৫ হাজাৰ ২৫৪জন। সুস্থতাৰ হাৰ প্ৰায় ৯৭.৫শতাংশ।

সেইদৰে, দেশত এতিয়ালৈকে মুঠ কৰ’নাৰ পৰা আৰোগ্য লাভ কৰা ৰোগীৰ সংখ্যা হৈছে ২ কোটি ৯৯ লাখ ৩৩ হাজাৰ ৫৩৮ জন।

দেশত যোৱা ২৪ ঘন্টাত ৪২ লাখ লোকৰ কৰ’না পৰীক্ষা কৰা হৈছে।

আনহাতে, দেশত কৰ’নাৰ তৃতীয়টো ঢৌ আৰম্ভ হোৱাৰ পূৰ্বে ডেল্টা প্লাছ প্ৰজাতিৰ সংক্ৰমণে উদ্বিগ্নতা বৃদ্ধি কৰি ৰাখিছে। আকৌ নতুনকৈ জিকা ভাইৰাছে আতংকৰ সৃষ্টি কৰিছে। কেৰালাত কমেও ১৩ জনৰ দেহত এই ভাইৰাছৰ অৱস্থিতি ধৰা পৰিছে।

সেইদৰে, কালি উত্তৰ প্ৰদেশত কৰ’নাৰ শক্তিশালী কাপ্পা ভেৰিয়েন্টৰ সন্ধান পোৱা গৈছে। ইপিনে, ত্ৰিপুৰাত একেলগে ৯০জন ডেল্টা ভেৰিয়েন্ট আক্ৰান্ত ৰোগী ধৰা পৰিছে। স্বাভাৱিকতে দেশত কৰ’না পৰিস্থিতিয়ে পুনৰ জটিল ৰূপ ধাৰণ কৰাৰ আশংকা কৰা হৈছে।

Tags: COVID-19

Recent News

Vinfast VF7: বজাৰলৈ আহি আছে নতুন ইলেক্ট্ৰিক এছইউভি ভিনফাষ্ট VF7; ফিচাৰসমূহ জানেনে?

Vinfast VF7: বজাৰলৈ আহি আছে নতুন ইলেক্ট্ৰিক এছইউভি ভিনফাষ্ট VF7; ফিচাৰসমূহ জানেনে?

সমাপ্ত হ’ব পাৰে ইউ পি আইৰ বিনামূলীয়া সেৱা! ইংগিত দিলে আৰ বি আইৰ গৱৰ্ণৰ সঞ্জয় মালহোত্ৰাই

সমাপ্ত হ’ব পাৰে ইউ পি আইৰ বিনামূলীয়া সেৱা! ইংগিত দিলে আৰ বি আইৰ গৱৰ্ণৰ সঞ্জয় মালহোত্ৰাই

পৰীক্ষণ অবিহনেই ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীত সোমাল ১৩ লক্ষাধিক লোকৰ নাম-দাবী প্ৰাক্তন সমন্বয়ক হিতেশ দেৱ শৰ্মাৰ

পৰীক্ষণ অবিহনেই ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীত সোমাল ১৩ লক্ষাধিক লোকৰ নাম-দাবী প্ৰাক্তন সমন্বয়ক হিতেশ দেৱ শৰ্মাৰ

‘গডমেন’ৰ সৈতে সম্পৰ্ক, ১৬২খন দেশ ভ্ৰমণ; ভুৱা দূতাবাস সাজি ৩০০ কোটি টকাৰ প্ৰতাৰণা হৰ্ষবৰ্ধনৰ

‘গডমেন’ৰ সৈতে সম্পৰ্ক, ১৬২খন দেশ ভ্ৰমণ; ভুৱা দূতাবাস সাজি ৩০০ কোটি টকাৰ প্ৰতাৰণা হৰ্ষবৰ্ধনৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd