• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, May 14, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ক’ৰ’নাতংক; যোৱা ২৪ ঘণ্টাত দেশত ৭৭৩ টা পজিটিভ, ৩২ আক্ৰান্তৰ মৃত্যু

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰিছে এই তথ্য

এন ই নাও নিউজ by এন ই নাও নিউজ
April 8, 2020 6:57 pm
images.jpeg-2(1)

প্ৰতিনিধিত্বমূলক ফটো

899
VIEWS
Share on FacebookShare on Twitter

সমগ্ৰ বিশ্বতে নৰ সংহাৰ চলোৱা ক’ৰ’না ভাইৰাছে অপ্ৰতিৰোধ্য গতিৰে ভাৰততো সংক্ৰমণ ঘটা দেখা গৈছে।

যোৱা ২৪ ঘণ্টাত দেশত নতুনকৈ ৭৭৩ টা ক’ভিড১৯ ৰ পজিটিভ কেচ পোৰহলৈ অহাৰ বিপৰীতে ৩২ আক্ৰান্তৰ মৃত্যু ঘটিছে। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে এই তথ্য প্ৰকাশ কৰিছে।

ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদ(ICMR)ৰ তথ্য অনুসৰি বৰ্তমানলৈকে দেশত ১,২১,২৭১ জন লোকৰ স্বাস্থ্যৰ নমুনা পৰীক্ষা কৰা হৈছে।

ICMRৰ মতে দেশৰ ১৩৯ টা চৰকাৰী আৰু ৬৫ টা ব্যক্তিগত পৰীক্ষাগাৰত দৈনিক ১৩,৩৪৫ টাকৈ স্বাস্থ্যৰ নুমনা পৰীক্ষা কৰা হৈছে।

ইফালে মানৱ সম্পদ মন্ত্ৰালয়ে দেশত ক’ৰ’না ভাইৰাছৰ বিৰুদ্ধে যুঁইজবলৈ চিকিৎসক, চিকিৎসাকৰ্মী আৰু ৰেড ক’ৰ্ছৰ স্বেচ্ছাসেৱক সকলক লৈ ফিল্ড-লেভেল অ’ৰিয়েন্টেশ্যনৰ কাৰ্যসূচীৰ ব্যৱস্থা কৰা হ’ব বুলি জনাইছে।

স্বাস্থ্য মন্ত্ৰালয়ে প্ৰয়োজন সাপেক্ষে দেশৰ ষ্টেডিয়ামসমূহত ক’ৰ’না আক্ৰান্তক চিকিৎসা প্ৰদানৰ বাবে প্ৰস্তুত কৰিব তুলিব বুলিও জানিবলৈ দিছে।

Tags: COVID-19

Recent News

আৰ্থিক অনিয়মৰ অভিযোগ! সংবাদ প্ৰতিস্থান গুজৰাট সমাচাৰ গ্ৰুপত ইডিৰ অভিযান

আৰ্থিক অনিয়মৰ অভিযোগ! সংবাদ প্ৰতিস্থান গুজৰাট সমাচাৰ গ্ৰুপত ইডিৰ অভিযান

ছ’ফিয়া কুৰেশ্বীৰ ধৰ্মক লৈ মন্তব্য কৰা বিজেপি মন্ত্ৰীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ

ছ’ফিয়া কুৰেশ্বীৰ ধৰ্মক লৈ মন্তব্য কৰা বিজেপি মন্ত্ৰীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ

অসমত ১৫ আগষ্টৰ পৰা কাৰ্যকৰী হ’ব ১০খন নতুন সহ-জিলা!

অসমত ১৫ আগষ্টৰ পৰা কাৰ্যকৰী হ’ব ১০খন নতুন সহ-জিলা!

অধ্যাপক উদয়াদিত্য ভৰালীলৈ এইবৰ্ষৰ পৰাগ কুমাৰ দাস সাংবাদিকতা বঁটা: ১৮ মে’ত প্ৰদান কৰা হ’ব এই সন্মান

অধ্যাপক উদয়াদিত্য ভৰালীলৈ এইবৰ্ষৰ পৰাগ কুমাৰ দাস সাংবাদিকতা বঁটা: ১৮ মে’ত প্ৰদান কৰা হ’ব এই সন্মান

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd