• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

দেশত যোৱা ২৪ ঘণ্টাত নতুনকৈ ২৩,৯৫০ গৰাকী ব্যক্তি ক’ভিড পজিটিভ; ৩৩৩ গৰাকীৰ মৃত্যু

এন ই নাও নিউজ by এন ই নাও নিউজ
December 23, 2020 11:28 am
প্ৰতিনিধিত্বমূলক চিত্ৰ

প্ৰতিনিধিত্বমূলক চিত্ৰ

2.5k
VIEWS
Share on FacebookShare on Twitter

ভাৰতত ক’ভিড আক্ৰান্তৰ সংখ্যা এক কোটি অতিক্ৰম কৰিছে। যোৱা ২৪ ঘণ্টাত ২৩,৯৫০ গৰাকী লোক নতুনকৈ ক’ৰ’না ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হৈছে।

ইয়াৰ ফলত দেশত এতিয়া ক’ৰ’না আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাই হ’লগৈ ১,০০,৯৯,০৬৬ গৰাকী।

আনহাতে যোৱা ২৪ ঘণ্টাত এই ভাইৰাছবিধৰ ফলত ৩৩৩ গৰাকী লোকে প্ৰাণ হেৰুৱাইছে। এই পৰ্যন্ত দেশত ক’ৰ’নাৰ ফলত ১,৪৬,৪৪৪ গৰাকী লোকৰ মৃত্যু ঘটিছে।

বুধবাৰে পুৱা দেশৰ স্বাস্থ্য মন্ত্ৰ্যালয়ে জনোৱা অনুসৰি মঙলবাৰৰ দিনটোত ২৬,৮৯৫ গৰাকী ক’ৰ’নাৰ পৰা সম্পূৰ্ণৰূপে মুক্ত হৈছে।

চীনৰ পৰা সম্প্ৰসাৰিত এই ভাইৰাছবিধৰ কৱলৰ পৰা এই পৰ্যন্ত ৯৬,৬৩,৩৮২ গৰাকী ৰোগী সুস্থ হৈ উঠিছে।

দেশত এতিয়া ২,৮৯,২৪০ গৰাকী সক্ৰিয় ৰোগী আছে।

উল্লেখ্য যে, দেশত ক’ৰ’নাৰ আৰোগ্যৰ হাৰ ৯৫.৬৫ শতাংশ আৰু মৃত্যুৰ হাৰ ১.৪৫ শতাংশ বুলি জনাইছে স্বাস্থ্য মন্ত্ৰ্যালয়ে।

ইফালে আই চি এম আৰে জনোৱা অনুসৰি মঙলবাৰে দেশত ১০,৯৮,১৬৪ গৰাকী লোকৰ ক’ৰ’না টেষ্ট কৰা হৈছে।

দেশত এই পৰ্যন্ত সৰ্বমুঠ ১৬,৪২,৬৮,৭২১ গৰাকী ক’ৰ’নাৰ টেষ্ট কৰা হৈছে বুলি জানিব পৰা যায়।

Tags: COVID-19

Recent News

ঔপনিৱেশিক ধ্বংসাৱশেষত পৰিণত হ’ব নেকি শিৱসাগৰৰ ৯০ বছৰীয়া দিখৌ দলঙ? এতিয়া চৰকাৰৰ হাতত দিখৌ দলঙৰ ভৱিষ্যত

ঔপনিৱেশিক ধ্বংসাৱশেষত পৰিণত হ’ব নেকি শিৱসাগৰৰ ৯০ বছৰীয়া দিখৌ দলঙ? এতিয়া চৰকাৰৰ হাতত দিখৌ দলঙৰ ভৱিষ্যত

অসম চৰকাৰৰ অমানুষিক উচ্ছেদৰ তীব্ৰ বিৰোধ ‘অসম সন্মিলিত নাগৰিক অভিৱৰ্তনৰ’

অসম চৰকাৰৰ অমানুষিক উচ্ছেদৰ তীব্ৰ বিৰোধ ‘অসম সন্মিলিত নাগৰিক অভিৱৰ্তনৰ’

শ্ৰম সংহিতা বাতিল কৰা আৰু বিজেপি চৰকাৰৰ জনবিৰোধী কৰ্মকাণ্ডৰ বিৰুদ্ধে দেশজোৰা ধৰ্মঘটে ‘অসম বন্ধ’ ৰূপ ল’লে ৰাজ্যত

শ্ৰম সংহিতা বাতিল কৰা আৰু বিজেপি চৰকাৰৰ জনবিৰোধী কৰ্মকাণ্ডৰ বিৰুদ্ধে দেশজোৰা ধৰ্মঘটে ‘অসম বন্ধ’ ৰূপ ল’লে ৰাজ্যত

পুনৰ চৰ্চাত ডিমা হাছাওৰ চিইএম ডেব’লাল গোৰ্লোছা! মৃত্যুৰ ভাবুকি প্ৰদানৰ অভিযোগ গোৰ্লোছাৰ বিৰুদ্ধে

পুনৰ চৰ্চাত ডিমা হাছাওৰ চিইএম ডেব’লাল গোৰ্লোছা! মৃত্যুৰ ভাবুকি প্ৰদানৰ অভিযোগ গোৰ্লোছাৰ বিৰুদ্ধে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd