• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, June 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মোদীনমিকছৰ বিষম ফল! দেশত ছপা বন্ধ ২০০০ টকীয়া মুদ্ৰাৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
January 3, 2019 9:41 pm
rs 2000 note

ছবি- ThePrintৰ সৌজন্যত।

690
VIEWS
Share on FacebookShare on Twitter

নৰেন্দ্ৰ মোদীৰ বিমুদ্ৰাকৰণৰ সিদ্ধান্ত দেশৰ বাবে বিপৰ্য্যয়হে হ’ল বুলি বৰ্ষিত তীব্ৰ সমালোচনাৰ পিছত এইবাৰ প্ৰধান মন্ত্ৰী প্ৰৱৰ্তিত ২০০০ টকীয়া মুদ্ৰাৰ ছপাই বন্ধ হ’ল ভাৰতত।

Currency-circulation2-1
প্ৰিণ্টৰ সৌজন্যত।

মুদ্ৰাবিধ বন্ধ কৰি দিয়া হোৱা নাই, কিন্তু পৰ্য্যায়ক্ৰমে ইয়াৰ প্ৰচলন নোহোৱা কৰিবৰ বাবে লোৱা হৈছে এই ব্যৱস্থা।

কেন্দ্ৰীয় চৰকাৰৰ এটা উচ্চস্তৰীয় সূত্ৰৰ ভিত্তিত এই খবৰ প্ৰকাশ কৰিছে Print.in-এ। ৰিজাৰ্ভ বেংকৰ শেহতীয়া কেইবা মাহৰো তথ্যৰ আধাৰত দেশত বৰ্তমান প্ৰচলিত মুঠ মুদ্ৰাৰ অংশ হিচাপে ২০০০ টকীয়া ক্ৰমাৎ হ্ৰাস পোৱাৰ কথা প্ৰকাশ কৰিছে প’ৰ্তেলটোৱে।

উচ্চ মূল্যৰ এই ন’টবিধ ক’লাধন জমাৰ বাবে ব্যৱহৃত হোৱাৰো সন্দেহ কৰা হৈছে। বিমুদ্ৰাকৰণৰ সময়ত ক’লাধন নিৰ্মূলৰ আশ্বাসেৰে উচ্চমূল্যৰ পাঁচশ/ এহেজাৰ টকীয়া মুদ্ৰা বন্ধ কৰি তাতোতকৈয়ো উচ্চ মানৰ ২০০০ টকীয়া মুদ্ৰাৰ প্ৰৱৰ্তন কৰাক লৈ বিৰোধী কংগ্ৰেছৰ লগতে বিভিন্ন পক্ষৰ সমালোচনাৰ সন্মুখীন হৈছিল মোদী।

Currency-circulation-696x711
প্ৰিণ্টৰ সৌজন্যত।

বৰ্তমান ভাৰতীয় অৰ্থনীতিৰ সৰ্বাধিক মূল্যমানৰ মুদ্ৰাবিধৰ প্ৰচলন হ্ৰাস পোৱাৰ বিপৰীতে দেশত বৃদ্ধি পাইছে ৫০০ টকীয়া মুদ্ৰা। ২০১৭ চনৰ মাৰ্চত ৫০০ টকীয়া দেশৰ মুঠ মুদ্ৰাৰ ২২.৫ শতাংশ হোৱাৰ বিপৰীতে ’১৮ৰ মাৰ্চত এই অংশ ৪২.৯ শতাংশলৈ বৃদ্ধি পাইছে।

বিষয়টো সন্দৰ্ভত স্থিতি স্পষ্ট কৰাৰ বাবে প’ৰ্তেলটোৱে মুদ্ৰা ছপাকাৰী ৰিজাৰ্ভ বেংকৰ লগত ই মে’ইলযোগে যোগাযোগ কৰিছে যদিও বৃহস্পতিবাৰলৈকে স্পষ্টীকৰণ দিয়া নাই দেশৰ কেন্দ্ৰীয় বেংকটোৱে।

Recent News

ন্যায়াধীশ যশৱন্ত ভাৰ্মাক অপসাৰণৰ পৰামৰ্শ উচ্চতম ন্যায়ালয়ে নিযুক্তি দিয়া তদন্ত কমিটীৰ

ন্যায়াধীশ যশৱন্ত ভাৰ্মাক অপসাৰণৰ পৰামৰ্শ উচ্চতম ন্যায়ালয়ে নিযুক্তি দিয়া তদন্ত কমিটীৰ

ইৰাণৰ সৈতে ৰাছিয়াৰ পাৰমাণৱিক সহযোগিতা: পুটিনৰ ঘোষণাই বিশ্ব ৰাজনীতিত নতুন উত্তেজনাৰ সূচনা কৰিছে!

ইৰাণৰ সৈতে ৰাছিয়াৰ পাৰমাণৱিক সহযোগিতা: পুটিনৰ ঘোষণাই বিশ্ব ৰাজনীতিত নতুন উত্তেজনাৰ সূচনা কৰিছে!

হোষ্টেলৰ কোঠাত মৃত অৱস্থাত উদ্ধাৰ এন এল ইউ গুৱাহাটীৰ ছাত্ৰ

হোষ্টেলৰ কোঠাত মৃত অৱস্থাত উদ্ধাৰ এন এল ইউ গুৱাহাটীৰ ছাত্ৰ

বিত্তীয় সাহায্যৰ অভাৱত ভুগিছে ভাৰতৰ ৮৯ বিলিয়ন ডলাৰৰ স্বচ্ছ উদ্যোগ পাইপলাইনঃ প্ৰতিবেদনত প্ৰকাশ উদ্বেগজনক তথ্য

বিত্তীয় সাহায্যৰ অভাৱত ভুগিছে ভাৰতৰ ৮৯ বিলিয়ন ডলাৰৰ স্বচ্ছ উদ্যোগ পাইপলাইনঃ প্ৰতিবেদনত প্ৰকাশ উদ্বেগজনক তথ্য

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd