• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ভাৰতৰ আৰু উন্নত পাৰমাণৱিক ক্ষেপণাস্ত্ৰৰ সফল উৎক্ষেপণ; অধিক শক্তিশালী হৈ পৰিল সেনাবাহিনী

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
October 21, 2022 6:32 pm
295
VIEWS
Share on FacebookShare on Twitter

প্ৰতিৰক্ষাৰ ক্ষেত্ৰত ভাৰত আৰু এখোজ আগবাঢ়িল। লাডাখত চীনৰ আক্ৰমণাত্মক মনোভাৱৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতে অগ্নি শৃংখলাৰ নতুন মিছাইল ‘অগ্নি প্ৰাইম’ৰ পৰীক্ষা কৰিলে। যোৱা বছৰ ভাৰতে মিছাইলটোৰ সক্ষমতা দুবাৰ পৰীক্ষা কৰিছিল।

প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থা (DRDO)ই শুকুৰবাৰে উৰিষ্যাৰ উপকূলৰ পৰা অগ্নি প্ৰাইম মিছাইলৰ পৰীক্ষা কৰে। পাৰমাণৱিক অস্ত্ৰ বহন কৰিবলৈ সক্ষম এই মিছাইলটো হৈছে অগ্নি শৃংখলাৰ নতুন প্ৰজন্মৰ মিছাইল। ‘অগ্নি প্ৰাইম’য়ে ১ ৰ পৰা ২ হাজাৰ কিলোমিটাৰ দূৰৰ লক্ষ্যত সঠিকভাৱে আঘাত হানিবলৈ সক্ষম। নতুন প্ৰজন্মৰ এই মিছাইলটো অত্যন্ত পাতল মিশ্ৰিত ধাতুৰে নিৰ্মিত। ফলত ইয়াৰ ওজন অগ্নি-৩ তকৈ ৫০ শতাংশ কম।

লগতে পঢ়ক: আমেৰিকা যুক্তৰাষ্ট্ৰৰ অনুৰোধতে ইটালী, জাৰ্মানীত ৰাছিয়াৰ নাগৰিকক গ্ৰেপ্তাৰ; ৰাছিয়াৰ গৰিহণা

ওজন কম হোৱাৰ বাবে পাৰমাণৱিক অস্ত্ৰ কঢ়িয়াব পৰা মিছাইলটো ৰে’ল বা ৰাষ্ট্ৰীয় পথত বিশেষ সামৰিক বাহনৰ পৰা নিক্ষেপ কৰিব পৰা যাব। বিশেষকৈ যুদ্ধৰ ক্ষেত্ৰত এই অস্ত্ৰই প্ৰশান্ত মহাসাগৰত চীনা নৌবহৰৰ বিৰুদ্ধে হোৱা আক্ৰমণত অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব।

ইয়াৰ পূৰ্বে ২০১৮ চনত ডিআৰডিঅ’-য়ে সফলতাৰে পাৰমাণৱিক অস্ত্ৰ কঢ়িয়াব পৰা অগ্নি-৫ মিছাইল উৎক্ষেপণ কৰিছিল। ৫,০০০ কিলোমিটাৰ দূৰত্বত শত্ৰুক আঘাত কৰিবলৈ সক্ষম এই মিছাইলটো। এই পৰিসৰত চীন আৰু পাকিস্তানৰ বহু অংশ অনায়াসে ইয়াৰ আওতাত সোমাই পৰিব৷

Recent News

কিডনীৰ সমস্যাই কাঢ়ি নিলে প্ৰাণ! ৫৩ বছৰ বয়সতে মৃত্যু জনপ্ৰিয় অভিনেতাৰ

কিডনীৰ সমস্যাই কাঢ়ি নিলে প্ৰাণ! ৫৩ বছৰ বয়সতে মৃত্যু জনপ্ৰিয় অভিনেতাৰ

গোৱালপাৰাৰ পাইকানত হিংসাত্মক পৰিস্থিতি সৃষ্টিৰ অভিযোগত ২১ জন উচ্ছেদিতক গ্ৰেপ্তাৰ

গোৱালপাৰাৰ পাইকানত হিংসাত্মক পৰিস্থিতি সৃষ্টিৰ অভিযোগত ২১ জন উচ্ছেদিতক গ্ৰেপ্তাৰ

যৌন নিৰ্যাতন চলাই নৃশংস হত্যা! মন্দিৰ চৌহদত ১০০টা গণ-সমাধি! নাৰীদেহৰ কংকাল…

যৌন নিৰ্যাতন চলাই নৃশংস হত্যা! মন্দিৰ চৌহদত ১০০টা গণ-সমাধি! নাৰীদেহৰ কংকাল…

অখিল গগৈৰ প্ৰশংসাত পঞ্চমুখ বাঘবৰৰ বিধায়ক শ্বেৰমান আলি আহমেদ

অখিল গগৈৰ প্ৰশংসাত পঞ্চমুখ বাঘবৰৰ বিধায়ক শ্বেৰমান আলি আহমেদ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd