• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 17, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

“গান্ধী-নেহৰুৱে গঢ়ি তোলা ব্যৱস্থাৰ বাবেই দেশ বাচি আছে” : মোদী চৰকাৰক কটাক্ষ শিৱসেনাৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
May 9, 2021 12:40 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কৰোণা পৰিস্থিতিৰ বাবে কেন্দ্ৰীয় চৰকাৰক পুনৰ সমালোচনা কৰিলে শিৱ সেনাই।

শনিবাৰে শিৱ সেনাই কয় যে ক্ষুদ্ৰ ক্ষুদ্ৰ প্ৰতিৱেশী দেশসমূহে যিসময়ত ভাৰতক সাহাৰ্য কৰিবলৈ আগবাঢ়ি আহিছে, সেইসময়তে কেন্দ্ৰীয় চৰকাৰে চেণ্ট্ৰেল ভিস্টা প্ৰকল্পৰ নামত কৌটি কৌটি টকা খৰচ কৰিছে।

শিৱসেনাৰ মুখপত্ৰ ‘সামনা’ৰ শেহতীয়া সংখ্যাটোত এইদৰে সমালোচনা কৰা হৈছে।

এইক্ষেত্ৰত কংগ্ৰেছৰ প্ৰতি প্ৰশংসাত পঞ্চমুখ হৈ পৰে শিৱসেনা।

শিৱসেনাই কয় যে বিজেপিৰ বহুতো নেতাই যোৱা ৭০ বছৰে কংগ্ৰেছে কি কৰিলে বুলি প্ৰশ্ন কৰে, কিন্তু মহাত্মা গান্ধী, জৱাহৰলাল নেহৰু, লাল বাহাদুৰ শাস্ত্ৰী, ইন্দিৰা গান্ধী, মনমোহন সিঙৰ ফলতে দেশখনত সুস্থ ব্যৱস্থা গঢ় লৈ উঠিছিল বুলি শিৱসেনাই কয়।

তদুপৰি এই প্ৰধানমন্ত্ৰীসকলে গঢ়ি তোলা দেশখনে আজি আন দেশৰ সাহাৰ্যত বাঁচি থাকিব লগা হোৱা বুলিও কেন্দ্ৰীয় চৰকাৰক শিৱসেনাই কটাক্ষ কৰে।

মুখপত্ৰখনত কৰোণা পৰিস্থিতিৰ বাবে বিজেপিকে কাঠগড়াত তোলা হৈছে।

শিৱসেনাই অভিযোগ কৰি কয় যে দেশত যিধৰণৰ কৰোণাৰ বৃদ্ধি হৈছে, তাত ইউনিচেফ পৰ্যন্তই আশংকা প্ৰকাশ কৰিছে যে সমগ্ৰ বিশ্বতে ভাৰতৰ কৰোণা সংক্ৰমণৰ প্ৰভাৱ পৰিব।

কেন্দ্ৰীয় চৰকাৰৰ ‘আত্মনিৰ্ভৰ ভাৰত’ৰ মন্ত্ৰক কটাক্ষ কৰি মুখপত্ৰখনত কোৱা হৈছে যে ‘আত্মনিৰ্ভৰ ভাৰত’ক ইউনিচেফৰ আবেদনমৰ্মে প্ৰতিৱেশী বাংলাদেশে ১০ হাজাৰ ৰামদেছিৱিৰৰ পেকেট পঠাবলগা হৈছে, ভূটানে অক্সিজেন দিছে, আনকি নেপাল, ম্যানমাৰ, শ্ৰীলংকাইও সাহাৰ্য প্ৰদান কৰিবলগা হৈছে।

”পাকিস্তান, ৰাৱাণ্ডা, কংগোৰ দৰে দৰিদ্ৰ দেশে ভাৰতক সাহাৰ্য প্ৰদান কৰিছে। আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ২০ কোটি টকাৰ চেণ্ট্ৰেল ভিস্তা প্ৰকল্প স্থগিত ৰাখিবলৈ ৰাজী নহয়।” সামনাত এইদৰে লিখা হৈছে- ”দেশ আজি শাসক দলৰ ভুল ৰাজনীতিৰ বাবে এই অৱস্থাত উপনীত হৈছে।’

আনহাতে, মমতা বেনাৰ্জীৰ সমৰ্থনত মত প্ৰকাশ কৰি শিৱ সেনাই লিখিছে যে কৰোণাৰ তৃতীয় ঢৌৰ আশংকাক কেন্দ্ৰীয় চৰকাৰে একো ভ্ৰুক্ষেপ দিয়া নাই, তাৰ বিপৰীতে মমতা বেনাৰ্জীক আক্ৰমণ কৰি থকা আছে।

এই পৰিস্থিতিৰ স’তে মোকাবিলা কৰিবলৈ প্ৰধানমন্ত্ৰীক অৰাজনৈতিক জাতীয়তাবাদী হোৱাৰো পৰামৰ্শ দিছে শিৱসেনাই।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বায়ু প্ৰদূষণৰ বাবে ক’লা হৈ পৰিছে লালকিল্লা : প্ৰকাশ পাইছে অধ্যয়নত

বায়ু প্ৰদূষণৰ বাবে ক’লা হৈ পৰিছে লালকিল্লা : প্ৰকাশ পাইছে অধ্যয়নত

September 17, 2025 8:36 am
ৰক্তচাপ নিয়ন্ত্ৰণৰ পৰা মধুমেহলৈকে… তুলসী পাতৰ উপকাৰিতাৰ বিষয়ে নজনা কিছু কথা জানো আহক

ৰক্তচাপ নিয়ন্ত্ৰণৰ পৰা মধুমেহলৈকে… তুলসী পাতৰ উপকাৰিতাৰ বিষয়ে নজনা কিছু কথা জানো আহক

September 17, 2025 7:30 am
খালী পেটত এলোভেৰাৰ ৰস খোৱাটো লাভজনক নে! কি কয় বিশেষজ্ঞই?

খালী পেটত এলোভেৰাৰ ৰস খোৱাটো লাভজনক নে! কি কয় বিশেষজ্ঞই?

September 17, 2025 6:30 am
প্ৰধানমন্ত্ৰী মোদী আৰু ৰাহুল গান্ধীয়ে বিহাৰলৈ আহি কেৱল ইজনে সিজনক গালি-গালাজ কৰে : প্ৰশান্ত কিশোৰ

প্ৰধানমন্ত্ৰী মোদী আৰু ৰাহুল গান্ধীয়ে বিহাৰলৈ আহি কেৱল ইজনে সিজনক গালি-গালাজ কৰে : প্ৰশান্ত কিশোৰ

September 16, 2025 10:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বায়ু প্ৰদূষণৰ বাবে ক’লা হৈ পৰিছে লালকিল্লা : প্ৰকাশ পাইছে অধ্যয়নত

বায়ু প্ৰদূষণৰ বাবে ক’লা হৈ পৰিছে লালকিল্লা : প্ৰকাশ পাইছে অধ্যয়নত

September 17, 2025 8:36 am
ৰক্তচাপ নিয়ন্ত্ৰণৰ পৰা মধুমেহলৈকে… তুলসী পাতৰ উপকাৰিতাৰ বিষয়ে নজনা কিছু কথা জানো আহক

ৰক্তচাপ নিয়ন্ত্ৰণৰ পৰা মধুমেহলৈকে… তুলসী পাতৰ উপকাৰিতাৰ বিষয়ে নজনা কিছু কথা জানো আহক

September 17, 2025 7:30 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd