• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 23, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অষ্ট্ৰেলিয়া-নিউজিলেণ্ডৰ মাটিত ভাৰত বনাম পাকিস্তানৰ ‘বাচমতি যুদ্ধ’! জিকিল কোন?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 16, 2025 1:16 pm
710
VIEWS
Share on FacebookShare on Twitter

মাটি নিউজিলেণ্ড আৰু অষ্ট্ৰেলিয়াৰ। তাতেই আৰম্ভ হৈছে ভাৰত আৰু পাকিস্তানৰ মাজত ‘বাচমতি যুদ্ধ’। ইয়াৰ আৰম্ভণি কৰিছিল পাকিস্তানী সংবাদ মাধ্যমে। তেওঁলোকে দাবী কৰিছিল, আচলতে কাৰ সামগ্ৰী বাচমতি চাউল, ভাৰতৰ নে পাকিস্তানৰ? এই প্ৰশ্নৰ উত্তৰত ইছলামবাদে হেনো নিউজিলেণ্ড আৰু অষ্ট্ৰেলিয়াত জয়লাভ কৰিছে।

দক্ষিণ গোলাৰ্ধৰ এই দুখন দেশে বাচমতি চাউলক ভাৰতৰ নহয়, পাকিস্তানৰ উৎপাদন হিচাপে স্বীকৃতি দিছে। এই দাবী ইছলামাবাদৰ। অৱশ্যে পাকিস্তানী সংবাদ মাধ্যমৰ এই দাবী ভাৰতে নাকচ কৰিছে। ভাৰত চৰকাৰে পাকিস্তানত প্ৰকাশিত বাতৰি মিছা বুলি কৈছে। এই ক্ষেত্ৰত ভুল তথ্য প্ৰচাৰ কৰা হৈছে।

ভাৰত চৰকাৰৰ অধীনস্থ সংস্থা এগ্ৰিকালচাৰ এণ্ড প্ৰচেছড ফুড এক্সপ’ৰ্ট ডেভেলপমেণ্ট অথৰিটি (এপিইডিএ)য়ে প্ৰকাশ কৰিছে যে আজিলৈকে নিউজিলেণ্ড বা অষ্ট্ৰেলিয়াই পাকিস্তানক বাচমতি চাউলৰ বাবে কোনো ধৰণৰ পঞ্জীয়ন প্ৰদান কৰা নাই। বৰঞ্চ ইয়াৰ বিপৰীতটোহে শুদ্ধ।

দৰাচলতে এপেডাই ইতিমধ্যেই নিউজিলেণ্ডত বাচমতিৰ বাবে এটা ল’গ’ পঞ্জীয়ন কৰিছে। আৰু দুয়োখন দেশতে অপেডাৰ বাচমতি নাম আৰু ল’গ’ প্ৰমাণীকৰণ ট্ৰেডমাৰ্কৰ আবেদন বিবেচনাধীন হৈ আছে।

Recent News

বঙাইগাঁৱত এগৰাকী কনিষ্ঠ অভিযন্তাৰ চৰমপন্থা গ্ৰহণঃ এই ঘটনাত গ্ৰেপ্তাৰ পি ডব্লিউ ডিৰ দুজনকৈ জ্যেষ্ঠ বিষয়া

বঙাইগাঁৱত এগৰাকী কনিষ্ঠ অভিযন্তাৰ চৰমপন্থা গ্ৰহণঃ এই ঘটনাত গ্ৰেপ্তাৰ পি ডব্লিউ ডিৰ দুজনকৈ জ্যেষ্ঠ বিষয়া

গছ কটা আৰু স্থানান্তৰনক লৈ ৰাজ্য চৰকাৰৰ পৰা SOP বিচাৰিলে গুৱাহাটী উচ্চ ন্যায়ালয়ে

গছ কটা আৰু স্থানান্তৰনক লৈ ৰাজ্য চৰকাৰৰ পৰা SOP বিচাৰিলে গুৱাহাটী উচ্চ ন্যায়ালয়ে

চৰকাৰৰ তত্বাৱধানত থাকিব বিচিচিআই! চৰকাৰে আজি উত্থাপন কৰিব ৰাষ্ট্ৰীয় ক্ৰীড়া শাসন বিধেয়ক-২০২৫

চৰকাৰৰ তত্বাৱধানত থাকিব বিচিচিআই! চৰকাৰে আজি উত্থাপন কৰিব ৰাষ্ট্ৰীয় ক্ৰীড়া শাসন বিধেয়ক-২০২৫

এটা যুগৰ অন্ত! বিশিষ্ট নাট্যকাৰ-পৰিচালক ৰতন থিয়াম আৰু নাই

এটা যুগৰ অন্ত! বিশিষ্ট নাট্যকাৰ-পৰিচালক ৰতন থিয়াম আৰু নাই

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd