• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 5, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

স্বাধীনতাৰ ৭৫ বৰ্ষপূৰ্তি উপলক্ষে ভাৰতত অনুষ্ঠিত হ’ব ২০২৩ চনৰ পুৰুষ হকী বিশ্বকাপ

এন ই নাও নিউজ by এন ই নাও নিউজ
November 9, 2019 10:31 am
India Hockey team

ভাৰতীয় হকী দলৰ প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ

9.1k
VIEWS
Share on FacebookShare on Twitter

ভাৰতত ২০২৩ চনৰ পুৰুষ হকী বিশ্বকাপ প্ৰতিযোগিতা অনুষ্ঠিত হ’ব।

আন্তঃৰাষ্ট্ৰীয় হকী ফেডাৰেচনে শুকুৰবাৰে ২০২৩ চনৰ পুৰুষ বিশ্বকাপ হকী প্ৰতিযোগিতা ভাৰতত অনুষ্ঠিত হ’ব বুলি আনুষ্ঠানিকভাৱে ঘোষণা কৰে।

২০২৩ চনত ভাৰতে স্বাধীনতাৰ ৭৫ বছৰীয়া জয়ন্তী উদযাপন কৰিব সেই উপলক্ষে হকী ইণ্ডিয়াই হকী বিশ্বকাপ আয়োজন কৰিব বিচাৰিছিল আৰু আন্তঃৰাষ্ট্ৰীয় হকী ফেডাৰেচনে ভাৰতৰ এই ইচ্ছাৰ প্ৰতি সন্মান জনাই ভাৰতক প্ৰতিযোগিতাখন আয়োজনৰ দায়িত্ব অৰ্পন কৰে।

উল্লেখযোগ্য যে, বিগত বৰ্ষত ওড়িশাৰ ৰাজধানী ভূৱনেশ্বৰত পুৰুষ হকী বিশ্বকাপ আনুষ্ঠিত হৈছিল।

২০২৩ চনৰ বিশ্বকাপ হকী প্ৰতিযোগিতা আয়োজনৰ লগে লগে ভাৰত চাৰিবাৰ হকী বিশ্বকাপ আয়োজন কৰা দেশ হিচাপে পৰিগণিত হয়।

ইয়াৰ পূৰ্বে ভাৰতে ১৯৮২, ২০১০ আৰু ২০১৮ চনত পুৰুষ হকী বিশ্বকাপ আয়োজন কৰিছিল।

ভাৰতত ২০২৩ চনৰ ১৩ জানুৱাৰিৰ পৰা ২৯ জানুৱাৰিলৈ পুৰুষ হকী বিশ্বকাপ অনুষ্ঠিত হ’ব।

বৰ্তমানলৈ হকী ইণ্ডিয়াই বিশ্বকাপ অনুষ্ঠিত হ’বলগীয়া স্থান ঘোষণা কৰা নায়।

Recent News

‘মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই গুৱাহাটীত নিৰ্মাণ কৰিছে পত্নীৰ নামত তিনি তাৰকাযুক্ত বিশাল হোটেল’-অখিল গগৈ

‘মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই গুৱাহাটীত নিৰ্মাণ কৰিছে পত্নীৰ নামত তিনি তাৰকাযুক্ত বিশাল হোটেল’-অখিল গগৈ

মৰ্মান্তিক! বিয়া কৰাবলৈ যোৱাৰ পথত দুৰ্ঘটনাত মৃত্যু দৰাসহ পৰিয়ালৰ আঠজন সদস্যৰ

মৰ্মান্তিক! বিয়া কৰাবলৈ যোৱাৰ পথত দুৰ্ঘটনাত মৃত্যু দৰাসহ পৰিয়ালৰ আঠজন সদস্যৰ

পাটনাত নৃশংস হত্যাকাণ্ড: ঘৰৰ সন্মুখতে বিশিষ্ট ব্যৱসায়ী তথা বিজেপি নেতাক গুলীয়াই হত্যা

পাটনাত নৃশংস হত্যাকাণ্ড: ঘৰৰ সন্মুখতে বিশিষ্ট ব্যৱসায়ী তথা বিজেপি নেতাক গুলীয়াই হত্যা

অসম, মহাৰাষ্ট্ৰ আৰু উত্তৰ-পূবত ফাৰ্মাচী কলেজৰ উৎকোচৰ গোচৰ; চিবিআইৰ জালত মণ্টু পেটেল

অসম, মহাৰাষ্ট্ৰ আৰু উত্তৰ-পূবত ফাৰ্মাচী কলেজৰ উৎকোচৰ গোচৰ; চিবিআইৰ জালত মণ্টু পেটেল

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd