• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 21, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ৰাষ্ট্ৰসংঘত গাজাত যুদ্ধবিৰতিৰ প্ৰস্তাৱত ভাৰতৰ সঁহাৰি; বিৰোধিতা আমেৰিকাৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 13, 2023 12:03 pm
365
VIEWS
Share on FacebookShare on Twitter

বহুত হ’ল আৰু নহয়। ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদে গাজাত তাৎক্ষণিকভাৱে মানৱীয় যুদ্ধবিৰতিৰ আহ্বান জনাই এক খচৰা প্ৰস্তাৱ গৃহীত কৰে। ইয়াৰ উপৰিও তাত আবদ্ধ হৈ থকা সকলো পণবন্দীক বিনাচৰ্তে মুকলি কৰি দিয়াৰ দাবীও সেই প্ৰস্তাৱত উল্লেখ কৰা হৈছে। ভাৰতে সেই প্ৰস্তাৱৰ সপক্ষে ভোট দিলে।

মুঠ ১৫৩খন দেশে এই প্ৰস্তাৱৰ সপক্ষে ভোটদান কৰে। ২৩খন দেশে ভোটদানৰ পৰা বিৰত থাকে। বাকী ১০খন দেশে ইয়াৰ বিৰুদ্ধে ভোটদান কৰে।

লগতে পঢ়কঃ বিস্ময়! ১৮ বছৰ পূৰ্বে মূৰত লগা গুলী বাহিৰ কৰি যুৱকৰ প্ৰাণ ৰক্ষা কৰিলে চিকিৎসকে

উল্লেখ্য যে গাজাত ইজৰাইল-হামাছৰ যুদ্ধ প্ৰায় ২ মাহ ধৰি চলি আছে। এই পৰিস্থিতিত মঙলবাৰে ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদত ভাৰতে প্ৰস্তাৱৰ খচৰাৰ সপক্ষে ভোটদান কৰাৰ সময়তে আমেৰিকাকে ধৰি ১০খন দেশে এই প্ৰস্তাৱৰ বিৰুদ্ধে ভোটদান কৰে।

জানিব পৰা মতে, হামাছৰ নাম উল্লেখ নকৰাৰ বাবেই ৰাষ্ট্ৰসংঘৰ সন্মুখত দাখিল কৰা প্ৰস্তাৱৰ খচৰাৰ বিৰোধিতা কৰিছে আমেৰিকাই।

লগতে পঢ়কঃ ৰাজস্থানতো নতুন মুখ! প্ৰথমবাৰ বিধায়ক হৈয়েই মুখ্যমন্ত্ৰী; কোন এই ভজনলাল শৰ্মা?

যুদ্ধ আৰম্ভ হোৱাৰ পৰাই ইজৰাইলৰ কাষত থিয় দি থকা আমেৰিকাৰ ৰাষ্ট্ৰদূতগৰাকীয়ে এই প্ৰস্তাৱৰ সংশোধনীৰ দাবী জনায়। ভাৰতেও এই প্ৰস্তাৱিত সংশোধনীৰ সপক্ষে ভোটদান কৰে। 

Recent News

সন্তানৰ সন্মুখত পিতৃক অপমান! জানেনে শিশুৰ মনত কি ভয়ংকৰ প্ৰভাৱ পৰিব পাৰে?

সন্তানৰ সন্মুখত পিতৃক অপমান! জানেনে শিশুৰ মনত কি ভয়ংকৰ প্ৰভাৱ পৰিব পাৰে?

গুৱাহাটী বিশ্ববিদ্যালয়ৰ বি.এড. প্ৰৱেশিকা পৰীক্ষা ২০২৫ সফলভাৱে সম্পন্ন

গুৱাহাটী বিশ্ববিদ্যালয়ৰ বি.এড. প্ৰৱেশিকা পৰীক্ষা ২০২৫ সফলভাৱে সম্পন্ন

গৌৰৱ গগৈৰ গুৰুত্বপূৰ্ণ আহ্বান: সংসদত প্ৰধানমন্ত্ৰীৰ উপস্থিতি আৰু বক্তব্য আগবঢ়োৱা অনিবাৰ্য

ৰাজ্যৰ শিক্ষা বিভাগৰ হঠকাৰী সিদ্ধান্ত! অৱসৰ প্ৰাপ্ত শিক্ষকেৰে পূৰণ কৰিব অসমৰ চৰকাৰী মডেল ডিগ্ৰী কলেজৰ খালী শিক্ষকৰ পদ

 ‘দেশ প্ৰথম, দল পিছত’: কংগ্ৰেছক বাৰ্তা শশী থাৰুৰৰ

 ‘দেশ প্ৰথম, দল পিছত’: কংগ্ৰেছক বাৰ্তা শশী থাৰুৰৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd