• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 8, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ভাৰত বনাম ৱেষ্টইণ্ডিজ : কটকটীয়া নিৰাপত্তা ব্যৱস্থা মহানগৰী আৰক্ষীৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
October 18, 2018 6:34 pm
ধোনীৰ ফাইল ফটো

ধোনীৰ ফাইল ফটো

1.6k
VIEWS
Share on FacebookShare on Twitter

দুৰ্গা পূজাৰ পিছতে ২১ আক্টোবৰত গুৱাহাটী মহানগৰীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত অনুষ্ঠিত হ’ব ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ প্ৰথমখন এদিনীয়া ক্ৰিকেট খেল। উল্লেখযোগ্য যে এইখনেই পাঁচখন এদিনীয়া ক্ৰিকেট মেচ শৃংখলাৰ প্ৰথমখন খেল।

উক্ত দিনত ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ মাজত বৰ্ষাপাৰা ষ্টেডিয়ামত দিনৰ ১-৩০ বজাৰ পৰা অনুষ্ঠিত হ’ব লগীয়া এদিনীয়া ক্ৰিকেট মেচ উপভোগ কৰিবৰ বাবে মহানগৰবাসী উৎসাহিত হৈ পৰিছে। ইয়াৰ মাজতে আগন্তুক দিনৰ খেলখন যাতে কোনো ধৰণৰ অঘটন নোহোৱাকৈ সুচাৰুৰূপে হৈ যায় তাৰ প্ৰতি লক্ষ্য ৰাখি জিলা প্ৰশাসনে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তুলিছে।

মন কৰিবলগীয়া যে দুৰ্গা পূজাৰ দুদিনৰ পূৰ্বে গুৱাহাটী মহানগৰীৰ শুক্লেশ্বৰ ঘাটত বোমা বিস্ফোৰণ হোৱাৰ পিছতে বৰ্তমান আৰক্ষীয়ে নিৰাপত্তা ব্যৱস্থা আৰু কটকটীয়া কৰি তুলিছে।

হাতে হাতে মাৰণাস্ত্ৰ লৈ শতাধিক পুৰুষ-মহিলা নিৰাপত্তাৰক্ষী বৰ্ষাপাৰা ষ্টেডিয়ামত সষ্টম হৈ আছে। বৰ্ষাপাৰা ষ্টেডিয়াম বৰ্তমান আৰক্ষীৰ ছাউনীত পৰিণত হোৱাৰ দৰে হৈ পৰিছে।

আনহাতে আজি বৰঝাৰ বিমান বন্দৰত উপস্থিত হয়হি ইণ্ডিয়া টীমৰ ক্ৰিকেটাৰ আম্বাতী ৰায়ুডু। আৰু পোনে পোনে ৰেডিচিল ব্লুলৈ ৰাওনা হয়।

জানিব পৰা মতে কাইলৈ অৰ্থাৎ শুকুৰবাৰে দিনৰ দুপৰীয়া ২ বজাৰ পৰা ভাৰতীয় দলৰ অনুশীলন আৰম্ভ হ’ব।

Recent News

৯ জুলাইৰ শ্ৰমিক সংগঠনৰ ধৰ্মঘটলৈ ডি ৱাই এফ আইৰ পূৰ্ণ সমৰ্থন

৯ জুলাইৰ শ্ৰমিক সংগঠনৰ ধৰ্মঘটলৈ ডি ৱাই এফ আইৰ পূৰ্ণ সমৰ্থন

নামনি অসমৰ সৰ্ববৃহৎ উচ্ছেদ অভিযান! হাহাকাৰ উচ্ছেদিতৰ মাজত

নামনি অসমৰ সৰ্ববৃহৎ উচ্ছেদ অভিযান! হাহাকাৰ উচ্ছেদিতৰ মাজত

জ্ঞানবাপী গোচৰঃ ১৯৯১ চনৰ গোচৰ স্থানান্তৰৰ আবেদন নাকচ বাৰাণসী আদালতৰ

জ্ঞানবাপী গোচৰঃ ১৯৯১ চনৰ গোচৰ স্থানান্তৰৰ আবেদন নাকচ বাৰাণসী আদালতৰ

আহমেদাবাদৰ বিমান দুৰ্ঘটনাঃ অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ক প্ৰাৰম্ভিক প্ৰতিবেদন দাখিল!

আহমেদাবাদৰ বিমান দুৰ্ঘটনাঃ অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ক প্ৰাৰম্ভিক প্ৰতিবেদন দাখিল!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd