• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, June 8, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

জীৱ প্ৰেম: পোহনীয়া পেন্থাৰ আৰু জাগুৱাৰ অবিহনে ইউক্ৰেইন ত্যাগ কৰিবলৈ অস্বীকাৰ ভাৰতীয় চিকিৎসকৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 8, 2022 12:20 pm
Indian doctor refuses to leave Ukraine
217
VIEWS
Share on FacebookShare on Twitter

যুদ্ধবিধস্ত ইউক্ৰেইনৰ পৰা ভাৰতীয় নাগৰিক সকলৰ স্থানান্তৰৰ মাজতে ইউক্ৰেইনস্থিত এজন ভাৰতীয় চিকিৎসকৰ পশুপ্ৰেমে বাতৰিৰ শিৰোনাম দখল কৰিছে

নিজৰ পোহনীয়া পেন্থাৰ আৰু জাগুৱাৰ অবিহনে যুদ্ধবিধ্বস্ত ইউক্ৰেইন এৰিবলৈ অস্বীকাৰ কৰিছে ভাৰতীয় চিকিৎসকজনে।

গিৰিকুমাৰ পাটিল নামৰ চিকিৎসকজন ডনবাছ অঞ্চলৰ চেভেৰোডনেটস্কত বাস কৰে। যুদ্ধৰ বিভীষিকাই অঞ্চলটো নিৰাপত্তাহীন কৰি তুলিলেও পাটিলে তেওঁৰ পোহনীয়া জন্তুকেইটিক এৰি আহিবলৈ সন্মত নহয়।

দেশৰ আগশাৰীৰ সংবাদ সংস্থা দ্য নিউ ইণ্ডিয়ান এক্সপ্ৰেছৰ সৈতে এক সাক্ষাৎকাৰত তেওঁ কয়, “মই মোৰ জীৱন বচাবলৈ কেতিয়াও মোৰ পোহনীয়া জন্তুবোৰ ত্যাগ নকৰো। মোৰ পৰিয়ালে মোক ঘূৰি আহিবলৈ অনুৰোধ কৰিছে। মোৰ পোহনীয়া জন্তুবোৰ মোৰ সন্তান। মই তেওঁলোকৰ সৈতে থাকিম আৰু মোৰ শেষ উশাহলৈকে তেওঁলোকক সুৰক্ষা দিম।”

চিকিৎসক পাটিলে ইউক্ৰেইনত চিকিৎসা বিজ্ঞান অধ্যয়ন কৰিছিল আৰু শিক্ষা সম্পূৰ্ণ হোৱাৰ পিছত ডনবাছতে বাস কৰাৰ সিদ্ধান্ত লৈছিল।

পাটিলে স্থানীয় চিৰিয়াখানাত যশা নামৰ এটা অনাথ আৰু অসুস্থ জাগুৱাৰ লক্ষ্য কৰিছিল আৰু পিছত এই জাগোৱাৰটো তুলি লৈছিল।

আনহাতে ছাব্ৰিনা নামৰ এটা ব্লেক পেন্থাৰ দুমাহ পূৰ্বে তেওঁ তুলি লয়। যুদ্ধ আৰম্ভ হোৱাৰ পিছত যোৱা কেইদিনমানৰ পৰা পাটিলে কেৱল তেওঁৰ এই পোহনীয়া জন্তু কেইটাৰ বাবে খাদ্য কিনিবলৈহে ওলাই গৈছিল।

তেওঁ জানিবলৈ দিয়া মতে তেওঁৰ পোহনীয়া জাগুৱাৰটো ২০ মহীয়া আৰু পেন্থাৰটো ৬ মহীয়া। আনহাতে তেওঁৰ ৩ টা ইটালিয়ান মেষ্টিফ প্ৰজাতিৰ কুকুৰ আছে বুলি তেওঁ জানিবলৈ দিয়ে।

বৰ্তমান ডনবাছবাসী চিকিৎসক পাটিলৰ জন্মস্থান হৈছে অন্ধ্ৰ প্ৰদেশৰ পশ্চিম গোদাৱৰী জিলাৰ তানুকুৰ ।

পাটিলৰ এই বাতৰি বিয়পি পৰাৰ পিছত তেওঁৰ এই পশুপ্ৰেমে এতিয়া ব্যাপক চৰ্চা লাভ কৰিছে।

Recent News

মাকক টকা নিদিয়াৰ বাবে হত্যা! পুত্ৰক যাৱজ্জীৱন কাৰাদণ্ড আদালতৰ

মাকক টকা নিদিয়াৰ বাবে হত্যা! পুত্ৰক যাৱজ্জীৱন কাৰাদণ্ড আদালতৰ

আমবাৰী আৰু দীঘলীপুখুৰী অঞ্চলত গছ কটা আৰু তথাকথিত “স্থানান্তৰ” প্ৰক্ৰিয়াৰ বিৰুদ্ধে সচেতন নাগৰিকৰ সংবাদমেল

আমবাৰী আৰু দীঘলীপুখুৰী অঞ্চলত গছ কটা আৰু তথাকথিত “স্থানান্তৰ” প্ৰক্ৰিয়াৰ বিৰুদ্ধে সচেতন নাগৰিকৰ সংবাদমেল

উৰিষ্যাত বিবাহ অনুষ্ঠানৰ পৰা অপহৰণ কৰি দলবদ্ধ ধৰ্ষ*ণ দুগৰাকী কিশোৰী! গ্ৰেপ্তাৰ চাৰিজন অভিযুক্ত

উৰিষ্যাত বিবাহ অনুষ্ঠানৰ পৰা অপহৰণ কৰি দলবদ্ধ ধৰ্ষ*ণ দুগৰাকী কিশোৰী! গ্ৰেপ্তাৰ চাৰিজন অভিযুক্ত

ভাৰতত ৬ হাজাৰ অতিক্ৰম কৰিলে ক’ভিড-১৯ৰ ৰোগীৰ সংখ্যা

ভাৰতত ৬ হাজাৰ অতিক্ৰম কৰিলে ক’ভিড-১৯ৰ ৰোগীৰ সংখ্যা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd