• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 11, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

Chessable Masters: দবাৰ বিশ্ব চেম্পিয়ন কাৰ্লচেনক পুনৰ পৰাস্ত কৰিলে ১৬ বছৰীয়া ভাৰতীয় প্ৰজ্ঞানন্দে!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 21, 2022 1:13 pm
দবাৰ বিশ্ব চেম্পিয়ন কার্লচেন আৰু ভাৰতীয় গ্ৰেণ্ডমাষ্টাৰ কিশোৰ প্ৰজ্ঞানন্দ।

দবাৰ বিশ্ব চেম্পিয়ন কার্লচেন আৰু ভাৰতীয় গ্ৰেণ্ডমাষ্টাৰ কিশোৰ প্ৰজ্ঞানন্দ।

151
VIEWS
Share on FacebookShare on Twitter

দবাৰ বিশ্ব চেম্পিয়ন মেগনাছ কাৰ্লচেনক এটা বছৰতে দুবাৰকৈ পৰাস্ত কৰিলে ১৬ বছৰীয়া ভাৰতীয় কিশোৰ প্ৰজ্ঞানন্দ ৰমেশবাবুয়ে।

দুয়োজনে চেছেবল মাষ্টাৰ্ছ অনলাইন ৰেপিড দবা প্ৰতিযোগিতাৰ পঞ্চম ৰাউণ্ডত মিলিত হৈছিল। খেলখন ড্ৰ’ৰ দিশে আগবাঢ়িছিল। কিন্তু ৪০ তম মুভত নৰৱেৰ কাৰ্লছেনে ডাঙৰ ভুল পেলালে। ক’লা হাতীটো ভুল ঠাইত ৰাখিলে। ভাৰতীয় গ্ৰেণ্ডমাষ্টাৰে এই সুযোগটোৰ সুবিধালৈ বিশ্ব চেম্পিয়নক পৰাস্ত কৰে।

লগতে পঢ়ক: Elon Musk in Sex Controversy: এলন মাস্কৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ বিস্ফোৰক অভিযোগ; বিমানত সেই যুৱতীৰ সৈতে কি ঘটিছিল?

এই জয়েৰে প্ৰজ্ঞানন্দে নকআউট পৰ্যায়ত প্ৰৱেশ কৰাৰ সম্ভাৱনা বৰ্তাই ৰাখিলে। কাৰ্লচেনক পৰাজিত কৰাৰৰ পিছত তেওঁৰ মুঠ পইণ্ট হৈছে ১২। কিন্তু জিকিলেও নিজৰ খেলত মুঠেই সুখী নহয় প্ৰজ্ঞানন্দ। খেলখনৰ শেষত তেওঁ কয়, “মই এনেদৰে জিকিব নিবিচাৰো।‘’

ইপিনে, পৰাজিত হৈও কাৰ্লচেন দ্বিতীয় স্থানত আছে। এক নম্বৰ স্থানত আছে চীনৰ ৱেই ই। ১৬ জনীয়া এই প্ৰতিযোগিতাখনত বিশ্বৰ আটাইতকৈ কনিষ্ঠ গ্ৰেণ্ডমাষ্টাৰ অভিমন্যু মিশ্ৰইও অংশগ্ৰহণ কৰিছে।

.@ChampChessTour Chessable Masters R5-8: @rpragchess beats Carlsen again

Exactly 3 months after his win at Airthings Masters, Pragg once again beat the world champion. This time the world #1 made a one-move blunder for which he said after the win,"I do not want to win that way!" pic.twitter.com/ijEnuj5d9G

— ChessBase India (@ChessbaseIndia) May 21, 2022

উল্লেখ্য যে চলিত বছৰৰ ফেব্ৰুৱাৰী মাহত প্ৰজ্ঞানন্দে এয়াৰথিংছ মাষ্টাৰ্ছ নামৰ আন এখন প্ৰতিযোগিতাত কাৰ্লচেনক পৰাস্ত কৰিছিল। তেওঁ একেৰাহে তিনিখন মেচ জিকা নৰৱেৰ বিস্ময়কৰ প্ৰতিভা কাৰ্লচেনক ক’লা গুটিৰে ১৯ টা চালত পৰাস্ত কৰিছিল।

Recent News

মণিপুৰত আটক অসম ৰাইফলছৰ কনভয়ত আক্ৰমণৰ মাষ্টাৰমাইণ্ড

মণিপুৰত আটক অসম ৰাইফলছৰ কনভয়ত আক্ৰমণৰ মাষ্টাৰমাইণ্ড

যুদ্ধবিৰতি উলংঘা প্ৰতিহত কৰিবলৈ ফিল্ড কমাণ্ডাৰসক সম্পূৰ্ণ ক্ষমতা প্ৰদান ভাৰতীয় সেনা প্ৰধানৰ

যুদ্ধবিৰতি উলংঘা প্ৰতিহত কৰিবলৈ ফিল্ড কমাণ্ডাৰসক সম্পূৰ্ণ ক্ষমতা প্ৰদান ভাৰতীয় সেনা প্ৰধানৰ

ভাৰত-পাকিস্তান সংঘাতৰ মাজতে চীনৰ সামৰিক প্ৰযুক্তিৰ গুৰুত্বপূৰ্ণ পৰীক্ষণ

ভাৰত-পাকিস্তান সংঘাতৰ মাজতে চীনৰ সামৰিক প্ৰযুক্তিৰ গুৰুত্বপূৰ্ণ পৰীক্ষণ

মাতৃ দিৱসৰ দিনাই গুৱাহাটীত মাতৃ সমাজক লজ্জানত কৰা ঘটনা : পৰকীয়া প্ৰেমৰ বাবেই ১০ বছৰীয়া সন্তানক হত্যা কৰি ট্ৰলীত ভৰালে মাতৃয়ে

মাতৃ দিৱসৰ দিনাই গুৱাহাটীত মাতৃ সমাজক লজ্জানত কৰা ঘটনা : পৰকীয়া প্ৰেমৰ বাবেই ১০ বছৰীয়া সন্তানক হত্যা কৰি ট্ৰলীত ভৰালে মাতৃয়ে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd