• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 31, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ইজৰাইল-ইৰাণৰ সংঘাতৰ বাবে তেহৰাণৰ পৰা কুমলৈ স্থানান্তৰিত কৰে ভাৰতীয় ছাত্ৰ-ছাত্ৰীক

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 16, 2025 6:24 pm
116
VIEWS
Share on FacebookShare on Twitter

ইজৰাইল আৰু ইৰাণৰ মাজত সংঘাত তীব্ৰতৰ হোৱাৰ লগে লগে জম্মু-কাশ্মীৰৰ ১৫০০ৰো অধিক ভাৰতীয় ছাত্ৰক তেহৰাণৰ পৰা ১৪৮ কিলোমিটাৰ দূৰত্বৰ কুমলৈ স্থানান্তৰ কৰা হৈছে। ইৰাণৰ সামৰিক আৰু পাৰমাণৱিক স্থানক লক্ষ্য কৰি ১৩ জুন শুকুৰবাৰে “অপাৰেচন ৰাইজিং লায়ন”ৰ জৰিয়তে আৰম্ভ হোৱা ইজৰাইলৰ বোমা বিস্ফোৰণৰ বাবে ইৰাণৰ কৰ্তৃপক্ষৰ সমন্বয়ত ইৰাণৰ ভিতৰত নিৰাপদ অঞ্চললৈ ছাত্ৰ-ছাত্ৰীক স্থানান্তৰিত কৰিবলৈ আৰম্ভ কৰিছে তেহৰাণত থকা ভাৰতীয় দূতাবাসে।

সংঘাতৰ মাজতে ইৰানে নিজৰ আকাশমাৰ্গ বন্ধ কৰিছে যদিও বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে ভাৰতক আশ্বাস দিছে যে ভাৰতীয় নাগৰিকক নিৰাপদভাৱে স্থানআন্তৰৰ বাবে সকলো স্থল সীমা মুকলি থাকিব। ইৰাণৰ বৈদেশিক মন্ত্ৰালয়ে এই প্ৰক্ৰিয়াটো সহজ কৰি তুলিবলৈ নাম, পাছপ’ৰ্ট নম্বৰ, বাহনৰ নিৰ্দিষ্টতা, যাত্ৰাৰ সময় আৰু সীমান্ত পাৰ হোৱাৰ দৰে সবিশেষ তথ্য বিচাৰিছে। ভাৰত চৰকাৰে এই পৰিকল্পনাত সক্ৰিয়ভাৱে কাম কৰাৰ সময়তে দেওবাৰে জম্মু-কাশ্মীৰৰ মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাই কেন্দ্ৰীয় শাসিত অঞ্চলৰ ছাত্ৰ-ছাত্ৰীৰ সুৰক্ষা সম্পৰ্কে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰৰ সৈতে আলোচনা কৰে।

শ্বাহিদ বেহেষ্টী বিশ্ববিদ্যালয় আৰু ইৰাণ চিকিৎসা বিজ্ঞান বিশ্ববিদ্যালয়ৰ দৰে বিশ্ববিদ্যালয়ত নামভৰ্তি কৰা কেইবাগৰাকীও ছাত্ৰ-ছাত্ৰীয়ে ওচৰতে সংঘটিত হোৱা বিস্ফোৰণৰ বাবে তীব্ৰ আশংকা প্ৰকাশ কৰিছে। ভাৰতীয় দূতাবাসে শান্তিৰ বাবে আবেদন জনাইছে আৰু তেওঁলোকৰ সুৰক্ষা নিশ্চিত কৰিবলৈ জৰুৰীকালীন যোগাযোগ নম্বৰ আৰু সময় মতে তথ্য আহৰণৰ সুবিধাৰ  বাবে এটা টেলিগ্ৰাম গ্ৰুপ প্ৰদান কৰিছে।

Tags: IndiaIranCrisisIndianStudentsInIranIsraelIranConflictTehranEvacuation

Recent News

ভাৰতীয় সামগ্ৰীৰ ওপৰত ২৫ শতাংশ শুল্ক আৰোপ কৰিছে আমেৰিকাই! ৰাছিয়াৰ সৈতে বাণিজ্যিক সম্পৰ্কত অসন্তুষ্ট আমেৰিকা

ভাৰতীয় সামগ্ৰীৰ ওপৰত ২৫ শতাংশ শুল্ক আৰোপ কৰিছে আমেৰিকাই! ৰাছিয়াৰ সৈতে বাণিজ্যিক সম্পৰ্কত অসন্তুষ্ট আমেৰিকা

অবৈধ কয়লা চিণ্ডিকেটৰ বিৰুদ্ধে অসম-মেঘালয়ৰ ১৫ টা স্থানত ইডিয়ে চলোৱা তালাচী অভিযানৰ ফলাফল কি হ’ল ? কেন্দ্ৰীয় চৰকাৰক প্ৰশ্ন সাংসদ গৌৰৱ গগৈৰ

অবৈধ কয়লা চিণ্ডিকেটৰ বিৰুদ্ধে অসম-মেঘালয়ৰ ১৫ টা স্থানত ইডিয়ে চলোৱা তালাচী অভিযানৰ ফলাফল কি হ’ল ? কেন্দ্ৰীয় চৰকাৰক প্ৰশ্ন সাংসদ গৌৰৱ গগৈৰ

শিশুৰ মোবাইল আসক্তি হ্ৰাসৰ ৫টা আকৰ্ষণীয় পদক্ষেপ

শিশুৰ মোবাইল আসক্তি হ্ৰাসৰ ৫টা আকৰ্ষণীয় পদক্ষেপ

অবৈধ বেটিং এপ প্ৰচাৰৰ অভিযোগ! চমন অনুসৰি হায়দৰাবাদৰ ইডি কাৰ্যালয়ত উপস্থিত হ’ল ‎অভিনেতা প্ৰকাশ ৰাজ

অবৈধ বেটিং এপ প্ৰচাৰৰ অভিযোগ! চমন অনুসৰি হায়দৰাবাদৰ ইডি কাৰ্যালয়ত উপস্থিত হ’ল ‎অভিনেতা প্ৰকাশ ৰাজ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd